Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

এই ঘটনাই কণী আৰু মাংস উদ্যোগত অবাঞ্ছিত পোৱালিৰ দুৰ্দশা উন্মোচন কৰিছে

এজন ব্যক্তিয়ে পোৱালি কুকুৰাবোৰক ৰে’ললাইনত দলিয়াই দি মৰিবলৈ এৰি দিয়াৰ এক ভয়ংকৰ ভাইৰেল ভিডিঅ’ সন্দৰ্ভত পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (পেটা) ইণ্ডিয়াই দাখিল কৰা অভিযোগৰ ভিত্তিত গুৱাহাটী আৰক্ষীয়ে এক প্ৰাথমিক তথ্য প্ৰতিবেদন (এজাহাৰ) দাখিল কৰিছে। পেটা ইণ্ডিয়াই স্থানীয় প্ৰাণী অধিকাৰ কৰ্মী অদিতি বক্সীৰ সহযোগত ভিডিঅ’টো লাভ কৰাৰ পিছত আৰক্ষীৰ ওচৰত ব্যৱস্থা গ্ৰহণৰ দাবী...

শান্তি, সংযোগ আৰু বিনিয়োগে অসমৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে: মুখ্যমন্ত্ৰী শৰ্মা

অসম কেবিনেটে ৯ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আৰু উত্তৰ-পূবৰ উন্নয়নত আগবঢ়োৱা অৱদানক উল্লেখ কৰি ৭৫টা প্ৰস্তাৱ গ্ৰহণ কৰে। আন্তঃগাঁথনি, সংযোগ, ঔদ্যোগিক বিকাশ, স্বাস্থ্যসেৱা, শিক্ষা, শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোডীৰ ৰাজহুৱা সেৱাৰ ২৫ বছৰ উপলক্ষে আয়োজিত বিশেষ ৯০ মিনিটীয়া কেবিনেট বৈঠকত সভাপতিত্ব কৰে, য’ত...

সেৱা সংকল্প অভিযানত মাজিৰগাওঁ গাওঁ পঞ্চায়তত ‘অংগন মিলন সেৱা’

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে চলি থকা ‘সেৱা সংকল্প অভিযান’ৰ লগত সংগতি ৰাখি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত  মাজিৰগাওঁ গাওঁ পঞ্চায়তত , বিজেপিৰ বিমানকোঠ মণ্ডলৰ মহিলা মৰ্চাৰ উদ্যোগত মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ  ১৫ টা অংগনৱাড়ী কেন্দ্ৰত ৭ অক্টোবৰত  ‘অংগন মিলন সেৱা’ শীৰ্ষক কাৰ্যসূচী পালন কৰা হয়। কাৰ্যসূচীত ৰামছাৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্যা গীতাঞ্জলি ভূঞা,...

নানা পাটেকাৰৰ বিয়োগৰ পিছতে বিতৰ্কিত মন্তব্য অভিনেত্ৰী তনুশ্ৰী দত্তৰ; আখ্যা দিলে ‘চয়তান’ আৰু ‘অহংকাৰী’

এটা সোণালী অধ্যায়ৰ সামৰণি মাৰি গুচি গ’ল প্ৰসিদ্ধ ভাৰতীয় অভিনেতা নানা পাটেকাৰ! যশস্বী অভিনেতাগৰাকীৰ আকস্মিক বিয়োগৰ পিছতে শোকত ভাগি পৰিছে সমগ্ৰ দেশ। ৰাজনৈতিক মহলৰ পৰা আৰম্ভ কৰি বলীউডৰ তাৰকাসকল আৰু অগণন অনুৰাগীয়ে প্ৰবীণ অভিনেতাজনক চকুলোৰে শেষ বিদায় জনাইছে। কিন্তু সমগ্ৰ দেশ শোকস্তব্ধ হৈ থকাৰ সময়তে এক অত্যন্ত বিতৰ্কিত আৰু বিস্ফোৰক মন্তব্য কৰি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ...

প্ৰতিবাদ ৰুধিবলৈ ৰে’ল বাতিলৰ অভূতপূৰ্ব সিদ্ধান্ত; দিল্লীমুখী কেইবাখনো এক্সপ্ৰেছ ৰে’লৰ যাত্ৰা বাতিল ৰে’ল কৰ্তৃপক্ষৰ

১০ অক্টোবৰত যন্তৰ মন্তৰৰ প্ৰস্তাৱিত চিজেপিৰ প্ৰতিবাদক লৈ শংকিত হৈ পৰিছে চৰকাৰ। ইতিমধ্যেই ৰাজধানীত মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী। তাৰ পিছতো প্ৰতিবাদলৈ যাতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিবাদী আহিব নোৱাৰে, তাৰ বাবে এক অভূতপূৰ্ব ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। প্ৰতিবাদৰ দিনাই দিল্লীমুখী একাধিক গুৰুত্বপূৰ্ণ মেইল আৰু এক্সপ্ৰেছ ৰে’লৰ চলাচল বাতিল কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’ল...

আইফোন চুৰি কৰি পাছৱৰ্ড বিচাৰি গৰাকীলৈ মেছেজ খোদ চোৰৰ! আৰক্ষীৰ ভূমিকাক লৈ ডেৰাডুনত ক্ষোভ

আজৱ দেশৰ গজৱ কথা! চুৰি কৰি নিয়া ফোনৰ পাছৱৰ্ড বিচাৰি ফোনৰ গৰাকীকে মেছেজ কৰিলে চোৰে। এই আজৱ কাণ্ড সংঘটিত হৈছে উত্তৰাখণ্ডৰ ডেৰাডুনত। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ১২ ছেপ্টেম্বৰত ক্লেমেণ্ট টাউন অঞ্চলৰ এটা ফ্লেটৰ পৰা কৌশিকী ধ্যানী নামৰ এগৰাকী যুৱতীৰ আইফোন চুৰি হয়। একেটা দিনতে সেই ভৱনটো আৰু সমীপৰ পেয়িং গেষ্ট তথা ছাত্ৰাৱাসসমূহৰ পৰা কৌশিকীৰ বন্ধুৰ...

১৭ হাজাৰ ফুট উচ্চতাত ইণ্ডিগ’ৰ বিমানত বজ্ৰপাত; লক্ষ্ণৌত জৰুৰী অৱতৰণ, কথমপি প্ৰাণৰক্ষা ১০৪ যাত্ৰীৰ

১৭ হাজাৰ ফুট উচ্চতাত উৰি থকা অৱস্থাত নামি অহা প্ৰকৃতিৰ তাণ্ডৱৰ ফলত কথমপি প্ৰাণৰক্ষা পৰিল শতাধিক বিমান যাত্ৰী। পাটনাৰ পৰা লক্ষ্ণৌলৈ যাত্ৰা কৰা ইণ্ডিগ’ৰ এখন যাত্ৰীবাহী বিমানত মাজ আকাশতে প্ৰচণ্ড বজ্ৰপাত পৰাত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় বিমানখনৰ সন্মুখভাগ। পাইলটৰ তাৎক্ষণিক বুদ্ধিমত্তাৰ বাবে লক্ষ্ণৌ বিমানবন্দৰত বিমানখনৰ নিৰাপদ জৰুৰী অৱতৰণ সম্ভৱ হৈ উঠে আৰু কথমপি নিশ্চিত মৃত্যুৰ মুখৰ...

দিল্লীত চাৰিমহলীয়া অট্টালিকা খহি অন্তসত্ত্বা মহিলাসহ তিনিজনৰ কৰুণ মৃত্যু; ধ্বংসস্তূপৰ মাজত উদ্ধাৰ ডেৰ বছৰীয়া শিশুৰ ছিন্নমস্তক মৃতদেহ

মুহূৰ্তৰ ভিতৰতে ধূলিসাৎ হৈ পৰিল এটা চাৰিমহলীয়া আৱাসিক ভৱন! ধ্বংসস্তূপৰ মাজৰ পৰা ভাহি অহা আৰ্তনাদে কঁপাই তুলিলে সমগ্ৰ অঞ্চল। উত্তৰ-পূব দিল্লীৰ সীমাপুৰী অঞ্চলত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী অন্তসত্ত্বা মহিলা আৰু এটি শিশুকে ধৰি তিনিজন লোকৰ কৰুণ মৃত্যু ঘটে। ইফালে, এটি তিনি বছৰীয়া শিশুকে ধৰি কমেও আঠজন লোক গুৰুতৰভাৱে আহত হয়। ধ্বংসস্তূপ আঁতৰোৱাৰ সময়ত...

পুৱা ৭ বজাৰ পৰা ৯ নং নগাঁও লোকসভা আসনত শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ ভোটগ্ৰহণ

৯নং নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ ৬ অক্টোবৰত সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সফলতাৰে অনুষ্ঠিত হয়। নগাঁও আৰু মৰিগাঁও দুয়োখন নিৰ্বাচনী জিলাৰ পৰা পোৱা তথ্য অনুসৰি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ সম্পূৰ্ণ হোৱালৈকে ভোটদানৰ হাৰ ৭৬.১৯%। সমষ্টিটোৰ আটাইবোৰ ভোটকেন্দ্ৰত গভীৰ উৎসাহেৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ নাগৰিকৰ দীঘলীয়া শাৰী দেখা যায়। আইন-শৃংখলা বজাই ৰাখি জ্যেষ্ঠ...

সম্পূৰ্ণ উদ্যোগীকৰণলৈ ভাৰতক আৰু ৫০ বছৰ লাগিব, তেতিয়ালৈ কৃষকক সহায় কৰাটো জৰুৰী: হাজৰিকা

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আজি অনুষ্ঠিত “অসম চি এছ আৰ ঘূৰণীয়া মেজমেল”ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। কৃষি, কৃষকৰ জীৱিকা আৰু বান তথা জলবায়ুজনিত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু কৰ্প’ৰেট খণ্ডৰ যুটীয়া সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোচনা কৰাই আছিল এই মেজমেলৰ মূল উদ্দেশ্য।  মেজমেলখনত ভাষণ...
1 2 3 4 5 6 … 48

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us