Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Newsbeat

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

নতুন সংস্কাৰৰ অধীনত ২০২৭ৰ জুনলৈ প্ৰাণী আমদানিৰ আবেদন স্থগিত ৰাখিব ভানতাৰাই

ভানতাৰাই শুকুৰবাৰে নৱগঠিত গভৰ্নিং কাউন্সিলৰ সম্পূৰ্ণ সদস্যৰ তালিকা ঘোষণা কৰে, যিয়ে সংস্থাটোৰ সংৰক্ষণ, প্ৰাণী উদ্ধাৰ, পুনৰ্বাসন আৰু নিয়ম মানি চলাৰ কাৰ্যকলাপ তদাৰকী কৰাৰ লগতে অহা পাঁচ বছৰ আৰু তাৰ পিছৰ বাবে ইয়াৰ দৃষ্টিভংগী গঢ় দিয়াত সহায় কৰিব। পাঁচজনীয়া পৰিষদ, এজন পদাধিকাৰবলে সদস্যৰ সৈতে, বন্যপ্ৰাণী নীতি, আইন, প্ৰাতিষ্ঠানিক প্ৰশাসন, বন্যপ্ৰাণী অপৰাধ, মানুহ-বন্যপ্ৰাণী সংঘাত, চিৰিয়াখানা আৰু একুৰিয়ামৰ...

অমিত শ্বাহৰ সৈতে বৈঠক এফ চি আৰ এ, আই এল পিক লৈহে: ইউ ডি পি

ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিৰ (ইউ ডি পি) ১২ গৰাকী বিধায়কৰ ভিতৰত ৯ গৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিত (বিজেপি) যোগদান কৰিব পাৰে বুলি খবৰ প্ৰকাশ পোৱাৰ পিছত মেঘালয়ত সম্ভাৱ্য ৰাজনৈতিক পুনৰবিন্যাসক লৈ জল্পনা তীব্ৰতৰ হৈ পৰিছে। অৱশ্যে ইউ ডি পিয়ে এই খবৰক উৰাবাতৰি বুলি নস্যাৎ কৰি কয় যে দল এৰাৰ কোনো ইচ্ছা তেওঁলোকৰ কোনো বিধায়কে প্ৰকাশ কৰা নাই।...

NRC বিতৰ্ক তীব্ৰতৰ: জনগণনা পিছুৱালে, কুকি-জ’ কাউন্সিলৰ দাবীক ‘অকাল’ আখ্যা

মেইটেই আৰু নগা সংগঠনসমূহে জনগণনা আৰু সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) ৰূপায়ণৰ দাবীত অব্যাহত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত, ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া মণিপুৰত জনগণনা ২০২৭ৰ কাৰ্যক্ৰম কেন্দ্ৰই পিছুৱাই দিছে। সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত মণিপুৰৰ বৰ্তমান পৰিস্থিতিৰ বুজ ল’বলৈ অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত লোৱা হয়।...

দিমাপুৰ ষ্টেচনৰ কামৰ পৰ্যালোচনা সাংসদ এছ সুপংমেৰেন জামিৰৰ, ক্ষতিপূৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ চৰকাৰক আহ্বান

নাগালেণ্ডৰ লোকসভাৰ সাংসদ এছ সুপংমেৰেন জামিৰে দিমাপুৰ ৰেল ষ্টেচন পৰিদৰ্শন কৰি চলি থকা বিশ্বমানৰ ৰেল ষ্টেচন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ৰূপায়ণত প্ৰভাৱ পেলোৱা বিষয়সমূহ সন্দৰ্ভত ৰেল বিষয়াসকলৰ সৈতে আলোচনা কৰে। ডিভিজনেল ৰেলৱে ব্যৱহাৰকাৰী পৰামৰ্শদাতা সমিতি (DRUCC)ৰ এজন ৰাজ্যিক সদস্যৰ সৈতে উপস্থিত থকা জামিৰে কয় যে ৰেল কৰ্তৃপক্ষই তেওঁলোকক প্ৰকল্পটোৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত...

গোদাৱৰী দলঙত কণমানি উদ্ধাৰ, নিৰুদ্দেশ দম্পতীৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত

নিশাৰ ঘন অন্ধকাৰ আৰু নিস্তব্ধতা ফালি দলঙৰ ওপৰৰ পৰা ভাঁহি আহিছিল এটি কণমানিৰ কৰুণ আৰ্তনাদ- “আম্মা… নান্না…”। কি হৈছে একো বুজি নাপাই আন্ধাৰ আৰু ঠাণ্ডাৰ মাজত চকুলো টুকিছিল তিনিবছৰীয়া নিষ্পাপ শিশুটিয়ে, কাৰণ চকুৰ সন্মুখতে উফন্দি উঠা নদীৰ বুকুত চিৰদিনৰ বাবে জাহ গৈছিল তাইৰ জন্মদাতাসকল। অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ গোদাৱৰী নদীৰ দলঙত বৃহস্পতিবাৰে নিশা সংঘটিত হ’ল...

গৰ্ভৱতী মহিলাৰ বাবে অনলাইন ট্ৰেকিং ব্যৱস্থা, ১৫% উচ্চ বিপদজনক চিনাক্ত: মেঘালয় চৰকাৰ

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মঙলবাৰে ৰাজ্যিক বিধানসভাত জনাইছে যে যোৱা তিনিটা বছৰত ৰাজ্যখনত পাঁচ বছৰৰ তলৰ খর্বকায় (Stunted) শিশুৰ শতাংশ ৪৬.৫ শতাংশৰ পৰা প্ৰায় ৩৬ শতাংশলৈ হ্ৰাস পাইছে। শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনা প্ৰশ্নোত্তৰ শিতানত ৰাজাবালাৰ বিধায়ক মিজানুৰ ৰহমান কাজীয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত চাংমাই এই উন্নতিৰ কাৰণ হিচাপে পোষণ অভিযান, সক্ষম অংগনৱাড়ী আৰু...

উচ্চ ন্যায়ালয়ৰ বাহনতো আক্ৰমণ: শ্বিলঙৰ ঘটনাৰ SIT তদন্তত ক্ষোভ আদালতৰ

শ্বিলঙত ১৯ আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ ধীৰ গতি দেখি অসন্তুষ্টি প্ৰকাশ কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে। ২০ আগষ্টত দিয়া ইয়াৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে দাখিল কৰা এক স্থিতি প্ৰতিবেদনৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এই মন্তব্য কৰে। এডভোকেট জেনেৰেল অমিত কুমাৰে ন্যায়াধীশ হামাৰচন সিং থাংখিউ আৰু ন্যায়াধীশ ৱানলুৰা ডিয়েংডোহৰ ডিভিজন বেঞ্চক গ্ৰহণ কৰা...

দক্ষিণ শালমাৰা-মানকাচৰৰ আদেশ: অবৈধ প্ৰৱেশকাৰীক বাংলাদেশলৈ বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত এজন বাংলাদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ দিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা উপায়ুক্তই। ১৯৫০ চনৰ ইমিগ্ৰেণ্টচ্ (এক্সপালচন ফ্ৰম অসম) আইনৰ ২(খ) ধাৰাৰ অধীনত ১৪ আগষ্টত এই বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰা হয়। নিৰ্দেশত প্ৰায় ২৪ বছৰীয়া মহম্মদ মাছুদ ওৰফে মিষ্টাৰক নিৰ্দেশ প্ৰাপ্তিৰ ২৪ ঘণ্টাৰ ভিতৰত অসম ত্যাগ কৰি...

দুটা ময়ূৰ আৰু ত্ৰিৰংগা: স্বাধীনতা দিৱসত পুৰী সাগৰত সুদৰ্শনৰ বিশেষ উপহাৰ

স্বাধীনতা দিৱসৰ উছাহৰ মাজতে দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা বহন কৰা এক বিশেষ বলুকাশিল্পই দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ। শুকুৰবাৰে পুৰীৰ সাগৰ পাৰত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বলুকাশিল্পী সুদৰ্শন পাটনায়কে ভাৰতৰ ৮০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এই বিশেষ শিল্পকৰ্মটো নিৰ্মাণ কৰে। ‘স্বাধীনতা দিৱসৰ শুভেচ্ছা, বৈচিত্ৰ্যৰ মাজত ঐক্য’ বাৰ্তা বহন কৰা ৭ ফুট উচ্চতাৰ বলুকাশিল্পটোৰ মাজত স্থান লাভ কৰিছে...

মাতা ত্ৰিপুৰেশ্বৰীক লৈ মন্তব্যত ভক্তৰ ভাৱনাত আঘাত: ত্ৰিপুৰা HC য়ে FIR বাহাল ৰাখিলে

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, আগৰতলা পৌৰ নিগমৰ মেয়ৰ দীপক মজুমদাৰ আৰু মাতা ত্ৰিপুৰেশ্বৰীক লৈ অৱমাননাকাৰী আৰু মানহানিকৰ মন্তব্য কৰাৰ অভিযোগত এগৰাকী content creator ৰ বিৰুদ্ধে দাখিল কৰা FIR আৰু charge-sheet বাতিল কৰিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ ড০ টি. অমৰনাথ গৌড় আৰু ন্যায়াধীশ এছ. ডাট্টা পুৰকায়স্থক লৈ গঠিত Division Bench য়ে পূব আগৰতলা আৰক্ষী থানা...
1 2 3 6

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us