Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Paromita

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

বৃহৎ জলবিদ্যুৎ প্ৰকল্পবিৰোধী হিংসাত্মক প্ৰতিবাদৰ পাছতেই কেন্দ্ৰৰ কঠোৰ পদক্ষেপ; পাছিঘাটলৈ প্ৰেৰণ ২৫০ আৰ এ এফ জোৱান

প্ৰস্তাৱিত ছিয়াং বহুমুখী জলবিদ্যুৎ প্ৰকল্পক কেন্দ্ৰ কৰি উত্তাল হৈ পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৱশেষত সক্ৰিয় হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়। নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি আইন-শৃংখলা পুনৰুদ্ধাৰৰ লক্ষ্যৰে অৰুণাচল প্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰায় ২৫০ গৰাকী ৰেপিড একশ্যন ফ’ৰ্চ চমুকৈ আৰ এ এফ জোৱান। পাছিঘাট চহৰত সংঘটিত ভয়াৱহ অগ্নিসংযোগ আৰু আক্ৰমণৰ পাছতেই...

জেএনইউৰ যৌন নিগ্ৰহৰ গোচৰত আৰক্ষীৰ ওচৰত হাজিৰ সাংসদ বিমল আকোইজাম; নিজৰ পুৰণি চহৰখনক লৈ আক্ষেপ প্ৰকাশ

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এগৰাকী ছাত্ৰীক যৌন নিগ্ৰহ কৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ ওচৰত হাজিৰ হ’ল মণিপুৰৰ কংগ্ৰেছ সাংসদ ড° আংগোমচা বিমল আকোইজাম। আৰক্ষীৰ চমন লাভ কৰাৰ পিছত বৃহস্পতিবাৰে তদন্তত সহযোগ কৰাৰ উদ্দেশ্যে বসন্ত কুঞ্জ আৰক্ষী থানাত উপস্থিত হৈ নিজৰ জীৱনৰ বহু সময় কটোৱা ৰাজধানী চহৰখনক লৈ গভীৰ আক্ষেপ প্ৰকাশ কৰে সাংসদগৰাকীয়ে। সাংবাদিকৰ আগত মনৰ ক্ষোভ আৰু...

দিল্লীত ইণ্টাৰনেট কৰ্তন কাণ্ডত উচ্চতম ন্যায়ালয়ত চৰকাৰৰ নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা; প্ৰতিবাদ দমনক লৈ কেন্দ্ৰক ভৰ্ৎসনা শীৰ্ষ আদালতৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে যোৱা ১০ অক্টোবৰত যন্তৰ মন্তৰত আয়োজিত প্ৰতিবাদ দমন কৰিবলৈ দিল্লীত ইণ্টাৰনেট সেৱা কৰ্তন কৰা কাৰ্যত উচ্চতম ন্যায়ালয়ৰ ওচৰত নিঃচৰ্ত ক্ষমা বিচাৰিবলগীয়া হ’ল কেন্দ্ৰীয় চৰকাৰে। শীৰ্ষ আদালতত দাখিল কৰা এক শপতনামাত কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে প্ৰকাশ কৰে যে আইন-শৃংখলা ৰক্ষা কৰা আৰু উৰাবাতৰি ৰোধ কৰাৰ লক্ষ্যৰেই প্ৰশাসনে এই জৰুৰী...

ভাৰতীয় সেনাৰ ভুৱা লেফটেনেণ্ট কৰ্ণেলৰ বেশ ধৰি নিবনুৱাক প্ৰৱঞ্চনা; গ্ৰেপ্তাৰ প্ৰৱঞ্চক তৰুণ দাস

ভাৰতীয় সেনাৰ পোছাক আৰু ভুৱা পৰিচয়পত্ৰ লৈ প্ৰতিৰক্ষা বাহিনীত চাকৰি দিয়াৰ নামত চলাইছিল কোটি কোটি টকাৰ প্ৰৱঞ্চনা। ভুৱা সেনা বিষয়াৰ বেশ ধৰি নিবনুৱা যুৱক-যুৱতীক টাৰ্গেট কৰি অহা এনে এক ভয়ংকৰ প্ৰৱঞ্চকক অৱশেষত কৰায়ত্ত কৰে যৌথ নিৰাপত্তা বাহিনীয়ে। পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ নবগ্ৰামত দেওবাৰে নিশা কলকাতা সেনা চোৰাংচোৱা শাখা আৰু নবগ্ৰাম আৰক্ষীয়ে চলোৱা এক যৌথ অভিযানত গ্ৰেপ্তাৰ...

আৰবিএছকে ২.০ৰ শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে

শিশুৰ সুস্বাস্থ্য, সৰ্বাংগীণ বিকাশ আৰু উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী (RBSK) ২.০ৰ জৰিয়তে শিশু স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। মঙলবাৰে গুৱাহাটীৰ প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এই কাৰ্যসূচীৰ নিৰ্দেশনাৱলী উন্মোচন কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে শিশুৰ স্বাস্থ্যজনিত সমস্যাৰ আগতীয়া চিনাক্তকৰণ আৰু সময়মতে চিকিৎসা...

দিল্লীৰ প্ৰতিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ শুনানি; মেট্ৰ’ আৰু ইণ্টাৰনেট স্বাভাৱিক ৰখাৰ নিৰ্দেশ, শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আটক নকৰিবলৈ সতৰ্কবাণী

মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে আয়োজিত প্ৰতিবাদক কেন্দ্ৰ কৰি ৰাজধানীত মেট্ৰ’ ষ্টেচন বন্ধ আৰু বিৰোধী নেতাসকলক আটক কৰা কাৰ্যক লৈ দেওবাৰে বিশেষ শুনানি অনুষ্ঠিত কৰে উচ্চতম ন্যায়ালয়ে। দেওবাৰৰ বন্ধৰ দিনটোতে অনুষ্ঠিত এই জৰুৰী শুনানিত প্ৰশাসনৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক বেআইনীভাৱে আটক নকৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে। একেদৰে দিল্লীত মেট্ৰ’ আৰু ৰে’ল সেৱা...

বিমানবন্দৰত দলৰ প্ৰতিষ্ঠাপকসহ তিনি নেতাক আটক; যন্তৰ মন্তৰত চিজেপিৰ প্ৰতিবাদৰ নেতৃত্ব দিব আজিংক্য শিণ্ডেই

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰাজধানীত প্ৰতিবাদৰ পূৰ্বেই সৃষ্টি এক উত্তপ্ত পৰিস্থিতিৰ। যন্তৰ মন্তৰত বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ অহা ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক দিল্লী বিমানবন্দৰত আটক কৰে দিল্লী আৰক্ষীয়ে। দলৰ শীৰ্ষ নেতৃত্বৰ এই আটকাধীন অৱস্থাৰ মাজতেই শনিবাৰে দলটোৰ সাংগঠনিক সম্পাদক অজিংক্য শিণ্ডেক এই প্ৰতিবাদৰ নেতৃত্ব...

নানা পাটেকাৰৰ বিয়োগৰ পিছতে বিতৰ্কিত মন্তব্য অভিনেত্ৰী তনুশ্ৰী দত্তৰ; আখ্যা দিলে ‘চয়তান’ আৰু ‘অহংকাৰী’

এটা সোণালী অধ্যায়ৰ সামৰণি মাৰি গুচি গ’ল প্ৰসিদ্ধ ভাৰতীয় অভিনেতা নানা পাটেকাৰ! যশস্বী অভিনেতাগৰাকীৰ আকস্মিক বিয়োগৰ পিছতে শোকত ভাগি পৰিছে সমগ্ৰ দেশ। ৰাজনৈতিক মহলৰ পৰা আৰম্ভ কৰি বলীউডৰ তাৰকাসকল আৰু অগণন অনুৰাগীয়ে প্ৰবীণ অভিনেতাজনক চকুলোৰে শেষ বিদায় জনাইছে। কিন্তু সমগ্ৰ দেশ শোকস্তব্ধ হৈ থকাৰ সময়তে এক অত্যন্ত বিতৰ্কিত আৰু বিস্ফোৰক মন্তব্য কৰি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ...

প্ৰতিবাদ ৰুধিবলৈ ৰে’ল বাতিলৰ অভূতপূৰ্ব সিদ্ধান্ত; দিল্লীমুখী কেইবাখনো এক্সপ্ৰেছ ৰে’লৰ যাত্ৰা বাতিল ৰে’ল কৰ্তৃপক্ষৰ

১০ অক্টোবৰত যন্তৰ মন্তৰৰ প্ৰস্তাৱিত চিজেপিৰ প্ৰতিবাদক লৈ শংকিত হৈ পৰিছে চৰকাৰ। ইতিমধ্যেই ৰাজধানীত মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী। তাৰ পিছতো প্ৰতিবাদলৈ যাতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিবাদী আহিব নোৱাৰে, তাৰ বাবে এক অভূতপূৰ্ব ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। প্ৰতিবাদৰ দিনাই দিল্লীমুখী একাধিক গুৰুত্বপূৰ্ণ মেইল আৰু এক্সপ্ৰেছ ৰে’লৰ চলাচল বাতিল কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’ল...

আইফোন চুৰি কৰি পাছৱৰ্ড বিচাৰি গৰাকীলৈ মেছেজ খোদ চোৰৰ! আৰক্ষীৰ ভূমিকাক লৈ ডেৰাডুনত ক্ষোভ

আজৱ দেশৰ গজৱ কথা! চুৰি কৰি নিয়া ফোনৰ পাছৱৰ্ড বিচাৰি ফোনৰ গৰাকীকে মেছেজ কৰিলে চোৰে। এই আজৱ কাণ্ড সংঘটিত হৈছে উত্তৰাখণ্ডৰ ডেৰাডুনত। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ১২ ছেপ্টেম্বৰত ক্লেমেণ্ট টাউন অঞ্চলৰ এটা ফ্লেটৰ পৰা কৌশিকী ধ্যানী নামৰ এগৰাকী যুৱতীৰ আইফোন চুৰি হয়। একেটা দিনতে সেই ভৱনটো আৰু সমীপৰ পেয়িং গেষ্ট তথা ছাত্ৰাৱাসসমূহৰ পৰা কৌশিকীৰ বন্ধুৰ...
1 2 3 … 32

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us