Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

চি চি টিভিৰে চোৰাংচোৱাগিৰি আৰু পাৰ্টী কৰাত বাধ প্ৰতিশোধ ল’বলৈ শহুৰেকক হত্যা বোৱাৰীৰ

ঘৰৰ ভিতৰত অহৰহ চি চি টিভিৰে চোৰাংচোৱাগিৰি, নিশাৰ পাৰ্টী কৰাত কঠোৰ বাধা আৰু সামান্য খৰচৰ বাবেও বিচাৰিবলগীয়া হৈছিল হাত খৰচ। এক অভিজাত পৰিয়ালৰ ভিতৰচৰাত পুঞ্জীভূত হৈ থকা এনে ক্ষোভৰ ভয়ংকৰ পৰিণতি হিচাপে সংঘটিত হ’ল এক নৃশংখ হত্যাকাণ্ড। উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ এটা ফ্লেটৰ ভিতৰতে ঔষধ ব্যৱসায়ী বিনীত মিনোচাক ২৬ বাৰ চুৰিকাঘাত কৰি হত্যা কৰা ঘটনাত...

উমিয়ামত স্বাৱলম্বী কৃষিৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনত ৫০০ অংশগ্ৰহণকাৰীৰ অংশগ্ৰহণ

কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় (চিএইউ), ইম্ফলে বুধবাৰে মেঘালয়ৰ ৰি-ভৈ জিলাৰ উমিয়ামত অৱস্থিত স্নাতকোত্তৰ কৃষি বিজ্ঞান মহাবিদ্যালয়ত (চিপিজিএছএছ) “প্ৰাকৃতিক কৃষি: স্বাৱলম্বী কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ পথ (এনচিএনএফ ২০২৬)” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনৰ শুভাৰম্ভ কৰে। এই সন্মিলনখন চিএইউ, ইম্ফলৰ উপাচাৰ্য ড° অনুপম মিশ্ৰৰ পৃষ্ঠপোষকতাত আৰু চিপিজিএছএএছৰ অধ্যক্ষ তথা এনচিএনএফ ২০২৬ৰ আয়োজক সম্পাদক অধ্যাপক দ্বীপেন্দ্ৰ ঠাকুৰীয়াৰ নিৰ্দেশনাত অনুষ্ঠিত...

চাৰিটা গ্ৰুপ, চাৰিটা স্থান: আন্তঃজিলা মহিলা চেম্পিয়নশ্বিপৰ ফৰ্মেট মুকলি এচিএৰ

অসম ক্ৰিকেট সন্থাই (এচিএ) বুধবাৰে ২০২৬ বৰ্ষৰ কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ সূচী ঘোষণা কৰে। টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ১২ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰ, ২০২৬ লৈ অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ দলসমূহে অংশগ্ৰহণ কৰিব, আৰু প্ৰাথমিক ৰাউণ্ডৰ খেলসমূহ চাৰিটা স্থানত অনুষ্ঠিত হ’ব — মৰিগাঁও, মঙলদৈ, ডিব্ৰুগড় আৰু বৰপেটা। প্ৰতিযোগিতাখনক চাৰিটা...

পুত্ৰক বচাবলৈ গৈ পুখুৰীত জাপ পিতৃৰ! চৰাইদেউত একলেগে সলিল সমাধি পিতা-পুত্ৰৰ

পুত্ৰক বচাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দি একেলগে সলিল সমাধি ঘটিল পিতা আৰু পুত্ৰৰ। চৰাইদেউ জিলাৰ সাপেখাতীত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। মাছ ধৰিবলৈ গৈ গভীৰ পানীত পৰি যোৱা পুত্ৰক উদ্ধাৰৰ চেষ্টা চলাওঁতেই দুয়োগৰাকীৰে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়। স্থানীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, সাপেখাতীৰ ১ নং ধুনীয়া পথাৰ অঞ্চলত সংঘটিত হয় এই হৃদয়বিদাৰক...

ঐশ্বৰিক মহত্ব! জেচিবি, ক্ৰেনৰ দৰে শক্তিশালী যন্ত্ৰ ব্যৱহাৰ কৰিও বিফল প্ৰশাসন, একে ঠাইতে অটল থাকিল হনুমানৰ বিগ্ৰহ

এবাৰ নহয়, দুবাৰ নহয়, সকলো আধুনিক শক্তি প্ৰয়োগ কৰি বাৰে বাৰে চেষ্টা চলাইও প্ৰশাসনে লৰচৰ কৰিব নোৱাৰিলে এক প্ৰাচীন হনুমান বিগ্ৰহ। মধ্যপ্ৰদেশৰ ঐতিহাসিক ধৰ্মীয় চহৰ উজ্জয়িনীৰ পথ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে ‘খড়ে হনুমান’ মন্দিৰৰ প্ৰতিমা স্থানান্তৰ কৰিবলৈ গৈ চূড়ান্ত বিমোৰত পৰিছে পৌৰ নিগম আৰু জিলা প্ৰশাসন। চাৰিদিন ধৰি ক্ৰেন, জে চি বিৰ দৰে অত্যাধুনিক গধুৰ যন্ত্ৰ...

দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাৰ চৰম পন্থা! নয়দাৰ বাসগৃহত উদ্ধাৰ মৃতদেহ

দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবেই জীৱনৰ চৰম সিদ্ধান্ত বাছি ল’লে দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাই। নয়দাৰ এটা ভাড়াঘৰত দেওবাৰে ৭৫ বছৰীয়া অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এয়া এক আত্মহত্যা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা এক আত্মঘাতী পত্ৰত মেহতাই নিজৰ গুৰুতৰ আৰু দীৰ্ঘম্যাদী ৰোগৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি...

পত্নীক হত্যা কৰিও অনুশোচনাহীন ৰামানুজ এইচ আই ভি পজিটিভ! আৰক্ষীৰ জিম্মাৰ পৰাই দিলে আন এক হত্যাকাণ্ডৰ ভাবুকি

পত্নীক নৃশংসভাৱে হত্যা কৰিও তিলমানো অনুশোচনা নাই হত্যাকাৰী ৰামানুজ গোস্বামীৰ। বেলতলাৰ বশিষ্ঠপুৰৰ নিজ বাসগৃহত সংঘটিত এই চাঞ্চল্যকৰ কাণ্ডৰ পাছত আৰক্ষীৰ জিম্মাত থকা ড্ৰাগছাসক্ত হত্যাকাৰীজন এইচ আই ভি পজিটিভ বুলি পোহৰলৈ আহিছে। এটা নিচামুক্তি কেন্দ্ৰৰ সৈতে জড়িত সিদ্ধাৰ্থ প্ৰতিম দত্ত নামৰ এজন ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে বিগত পাঁচ বছৰত কে’বাবাৰো নিচামুক্তি কেন্দ্ৰত আশ্ৰয়...

‘আমোলাতন্ত্ৰৰ স্বেচ্ছাচাৰিতাই উত্তৰ প্ৰদেশক ‘অৰৱেলিয়ান ডিষ্টপিয়া’লৈ ৰূপান্তৰিত কৰিব পাৰেঃ ডিএম মেধা ৰূপমক তীব্ৰ ভৰ্ৎসনা উচ্চ ন্যায়ালয়ৰ

এগৰাকী মেধাৱী ছাত্ৰীক আইনবিৰুদ্ধভাৱে কাৰাৰুদ্ধ কৰি আদালতৰ তীব্ৰ ভৰ্ৎসনাৰ সন্মুখীন হ’ল দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কন্যা মেধা ৰূপম। গৌতম বুদ্ধ নগৰৰ জিলা দণ্ডাধীশগৰাকীৰ এনে পদক্ষেপে উত্তৰ প্ৰদেশক জৰ্জ অৰৱেলৰ কাল্পনিক দমনমূলক সমাজলৈ অৰ্থাৎ ‘অৰৱেলিয়ান ডিষ্টপিয়া’লৈ ঠেলি দিব পাৰে বুলি মন্তব্য কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে। দিল্লী বিশ্ববিদ্যালয়ৰ সমাজকৰ্মী ছাত্ৰী আকৃতি চৌধুৰীৰ ওপৰত আৰোপ কৰা...

ফিজিঅ’থেৰাপী গুৰুত্বপূৰ্ণ, ৰিহেব অধিক গুৰুত্বপূৰ্ণ: আৰ জি ইউত নিজৰ আৰোগ্যৰ যাত্ৰাৰ কথা ৰাজদ্বীপ বৰুৱাৰ

অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ (আৰ জি ইউ) ফিজিঅ’থেৰাপী বিভাগে মঙলবাৰে সজাগতা আৰু শৈক্ষিক কাৰ্যসূচীৰে বিশ্ব ফিজিঅ’থেৰাপী দিৱস পালন কৰে। অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল “হৃদৰোগ আৰু ষ্ট্ৰোকৰ প্ৰতিৰোধ, ব্যৱস্থাপনা আৰু পুনৰ্বাসন” শীৰ্ষক এক বিশেষজ্ঞ আলোচনা চক্ৰ, য’ত স্বাস্থ্যসেৱা, প্ৰযুক্তি আৰু ক্ৰীড়াৰ দৃষ্টিভংগীসমূহ একত্ৰিত কৰা হয়। মূলতঃ ফিজিঅ’থেৰাপীৰ ছাত্ৰ-ছাত্ৰীৰে ভৰা সভাত নৰ্থ ইষ্ট নিউৰ’ ৰিহেব আৰু ৰিকভাৰী...

বশিষ্ঠপুৰ হত্যাকাণ্ড: দা উদ্ধাৰ, ড্ৰাগছৰ যোগসূত্ৰৰ তদন্তত আৰক্ষী

গুৱাহাটীত পত্নীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত ব্যক্তিজনে অপৰাধ স্বীকাৰ কৰিছে আৰু তেওঁৰ কৃতকৰ্মৰ বাবে কোনো অনুশোচনা নাই বুলি আৰক্ষীক জনাইছে। অভিযুক্তজনক ৰামানুজ গোস্বামী বুলি চিনাক্ত কৰা হৈছে। তেওঁ আৰক্ষীক জনাইছে যে ভৱিষ্যতে যদি তেওঁ জেলৰ পৰা মুক্তি পায়, তেন্তে তেওঁৰ পত্নীৰ “ছুগাৰ ডেডী” বুলি কোৱা এজন ব্যক্তিক হত্যা কৰিব। আৰক্ষীয়ে সোধা-পোছাৰ বাবে লৈ যোৱাৰ সময়ত...
1 2 3 4 33

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us