Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Northeast

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

মেইতেই চান্দ্ৰ পঞ্জিকাৰ মেৰা মাহৰ পূৰ্ণিমাত পালন কৰা হ’ব দিৱস

৩৭ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ লোকটাক দিৱস উদযাপন দেওবাৰে বিষ্ণুপুৰ জিলাত আৰম্ভ হৈছে। দুই দিনীয়া এই উদযাপনৰ উদ্দেশ্য হৈছে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ আৰু মণিপুৰৰ পৰিৱেশ তথা সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ লোকটাক হ্ৰদ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত মণিপুৰ কেবিনেটে লোকটাক দিৱসক মেইতেই চান্দ্ৰ পঞ্জিকা...

X-ত পোষ্ট যোগে গৱেষক দলক ধন্যবাদ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ভিজয়নগৰত দুটা নতুন উদ্ভিদ প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে। উল্লেখযোগ্য যে নৱ আৱিষ্কৃত প্ৰজাতিৰ এটাৰ নাম অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নামেৰে ‘Ophiorrhiza pemae’ ৰখা হৈছে। আনটো প্ৰজাতিৰ নাম ৰখা হৈছে ‘Ophiorrhiza shidiensis’। “এই নৱ আৱিষ্কৃত উদ্ভিদ প্ৰজাতিৰ এটা, Ophiorrhiza pemae, মোৰ নামেৰে নামকৰণ কৰাৰ বাবে গৱেষক দলটোক মই আন্তৰিক ধন্যবাদ জনাইছো।...

মন্ত্ৰী অশোক সিংঘালে সংবাদমেলত ঘোষণা কৰিলে সফলতাৰ কথা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত শুকুৰবাৰে সফলতাৰে সম্পন্ন হয় যকৃত সংৰোপণ। যকৃত সংৰোপণৰ অস্ত্ৰোপচাৰে ৰাজ্যৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰখনত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। প্ৰায় ১৬ ঘণ্টা ধৰি চলা এই জটিল অস্ত্ৰোপচাৰটো সফলতাৰে সম্পন্ন হৈছে । এই কথা আজি সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী অশোক সিংঘালে।উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নেতৃত্বত ২০২৫ চনতে ৰাজ্যৰ...

আদা প্ৰচেছিং ইউনিটৰ বাবে ৩০.১৩ কোটি টকা অনুমোদন DoNER মন্ত্ৰালয়ৰ

মুখ্যমন্ত্ৰী লালদুহোমাই শুকুৰবাৰে চৰকাৰী চমফাই কলেজত প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান (PM-USHA) আঁচনিৰ অধীনত ৰূপায়িত ৫ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ৩.৭০ কোটি টকা ব্যয়ৰ শ্ৰেণীকোঠা ভৱন, ৪০ লাখ টকাৰে বহুমুখী হলৰ নৱীকৰণ, ৪০ লাখ টকাৰ ছেমি-ৰানিং ট্ৰেক, আৰু ৫০ লাখ টকাৰ পেকেজ য’ত সৌৰ উদ্যোগ, বৃত্তিমূলক দক্ষতা আৰু ব্যক্তিত্ব বিকাশ...

জাৰ্নেল অৱ ফিজিক্স: কনডেন্সড মেটাৰ’ত প্ৰকাশ পালে কোৱাণ্টাম সন্দৰ্ভত গুৰুত্বপূৰ্ণ গৱেষণা

নাগালেণ্ড বিশ্ববিদ্যালয় আৰু ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান-বোম্বে (আইআইটি বোম্বে)ৰ গৱেষকসকলে এক নতুন দ্বি-মাত্রিক লেটিছ আৰ্হিৰ প্ৰস্তাৱ আগবঢ়াইছে যিয়ে চুম্বকীয় ক্ষেত্ৰ ব্যৱহাৰ কৰি অস্বাভাৱিক কোৱাণ্টাম অৱস্থা নিয়ন্ত্ৰণৰ এক সহজ উপায় আগবঢ়াব পাৰে, যাৰ ফলত ভৱিষ্যতৰ কোৱাণ্টাম চেন্সৰ, প্ৰগ্ৰেমেবল কোৱাণ্টাম ডিভাইচ আৰু উন্নত কোৱাণ্টাম সামগ্ৰীৰ বাবে পথ মুকলি হ’ব পাৰে। দীৰ্ঘম্যাদীভাৱে, এই গৱেষণাই এনে প্ৰযুক্তি বিকাশৰ বাবে এক...

মেঘালয়ৰ SIR-ত ‘No Mapping’ শ্ৰেণীত ২.২২ লাখ জাননী জাৰি

মুখ্য নিৰ্বাচনী বিষয়া বি ডি আৰ তিৱাৰীয়ে ৬ অক্টোবৰত জনোৱা মতে, চলি থকা বিশেষ নিবিড় সংশোধন (SIR)ৰ অধীনত শুনানিৰ পাছত মেঘালয়ৰ চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে ১,৫১০ জন ভোটাৰক অযোগ্য বুলি বিবেচিত কৰা হৈছে। ইফালে প্ৰায় ২০ লাখ ভোটাৰক চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে অনুমোদন জনোৱা হৈছে, যিখন তালিকা ২৬ অক্টোবৰত প্ৰকাশ কৰাৰ সময়সূচী আছে।...

অপাৰেচন সদ্ভাৱনাৰ অধীনত টাৱাঙৰ গ্যালৱা চাংয়াং গ্যাৎসো ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজ্যিক আৰ্চাৰী প্ৰতিযোগিতা

৫ম ৰাজ্যিক পৰ্যায়ৰ আৰ্চাৰী চেম্পিয়নশ্বিপৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে মঙলবাৰে টাৱাঙৰ অতিৰিক্ত উপায়ুক্ত ৰিনচিন লেটাৰ অধ্যক্ষতাত এখন সমন্বয় সভা অনুষ্ঠিত হয়। এই চেম্পিয়নশ্বিপ ২০২৬ চনৰ ১০ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ টাৱাঙৰ গ্যালৱা চাংয়াং গ্যাৎসো হাই অল্টিটিউড স্পৰ্টছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১২টা দলে অংশগ্ৰহণ কৰিব বুলি আশা কৰা এই চেম্পিয়নশ্বিপে যুৱ আৰ্চাৰসকলক...

পাছিঘাট স্মাৰ্ট চিটী: পৰ্যটন আৰু কৰ্মসংস্থাপন বৃদ্ধিৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মঙলবাৰে পাছিঘাট স্মাৰ্ট চিটী মিছনৰ অধীনত সম্পূৰ্ণ হোৱা কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্প জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে। ৰাজ্যখনৰ আটাইতকৈ পুৰণি চহৰখনৰ এই পৰিৱৰ্তনক সমগ্ৰ অৰুণাচলত চলি থকা উন্নয়নৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ বুলি তেওঁ অভিহিত কৰে। পাছিঘাট স্মাৰ্ট চিটী ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেডৰ দ্বাৰা বিকশিত প্ৰকল্পসমূহৰ ভিতৰত চিয়াং ৰিভাৰফ্ৰণ্ট ডেভেলপমেণ্ট, স্মাৰ্ট গেষ্ট হাউচ...

প্ৰকৃতি আৰু সংস্কৃতিৰ মিলন: জিৰ’ত পক্ষী-পখিলা মহোৎসৱৰ সৈতে বন্যপ্ৰাণী সপ্তাহ আৰম্ভ

অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ জিৰ’স্থিত চেইণ্ট ক্লেৰেট মহাবিদ্যালয়ত দেওবাৰে প্ৰথমবাৰৰ বাবে ‘জিৰ’ পক্ষী আৰু পখিলা মহোৎসৱ’ৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ লগতে অঞ্চলটোত ৭২ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ উদযাপনো আৰম্ভ হৈছে। উদ্বোধনী অনুষ্ঠানৰ পিছত এই মহোৎসৱৰ কাৰ্যসূচী তালে বন্যপ্ৰাণী অভয়াৰণ্যৰ পাংগেলৈ স্থানান্তৰ কৰা হ’ব। তাত অংশগ্ৰহণকাৰীসকলে তিনিদিন ধৰি পক্ষী আৰু পখিলাৰ জনসংখ্যা নিৰীক্ষণ কৰাৰ লগতে সংৰক্ষণমূলক...

বিভিন্ন সম্প্ৰদায়ৰ মাজত বুজাবুজি আৰু সংযোগ বৃদ্ধিৰ লক্ষ্যৰে শ্বিলঙত বিশেষ অনুষ্ঠান

মেঘালয় টুগেদাৰ নামৰ সংগঠনটোৱে ইয়াৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে মেঘালয়ৰ ৰাজ্যপাল চি. এইচ. বিজয়শংকৰৰ উপস্থিতিত ‘ব্ৰেকিং ব্ৰেড, বিল্ডিং ব্ৰিজেছ’ শীৰ্ষক এক ঐক্য ভোজৰ আয়োজন কৰে। এই অনুষ্ঠানত সাংস্কৃতিক বৈচিত্ৰ্য আৰু একতা উদযাপনৰ বাবে ৯টা বিভিন্ন সম্প্ৰদায়ৰ লোক একত্ৰিত হয়। এই উপলক্ষে ভাষণ দি মেঘালয় টুগেদাৰৰ সাধাৰণ সম্পাদিকা বেগনিয়া নংপ্লুহে কয় যে ২০২৩ চনৰ ২৬ আগষ্টত...
1 2 3 … 6

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us