Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Business

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত প্ৰতিজন অসমীয়াই তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ সাংস্কৃতিক-সামাজিক ক্ষেত্ৰত বহু বিশিষ্ট ব্যক্তি। লগতে ১০০গৰাকী শিল্পীয়ে পৰিৱেশন কৰিলে ভূপেনদাৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে’।বিশাল সত্তাৰ এগৰাকী মহান ব্যক্তি, নাম যাৰ ভূপেন হাজৰিকা ৷ যাৰ সৃষ্টিৰ মাজত প্ৰতিটো স্তৰৰ ব্যক্তিয়ে...

আজি সম্পন্ন হ’ব ৰিয়া তালুকদাৰৰ মৰণোত্তৰ পৰীক্ষা

আজি সম্পন্ন হ’ব ৰিয়া তালুকদাৰৰ মৰণোত্তৰ পৰীক্ষা। সোমবাৰে ককায়েক পলমকৈ মৰ্গত উপস্থিত হোৱাৰ বাবে সম্পন্ন নহ’ল মৰণোত্তৰ পৰীক্ষা।বশিষ্ঠপুৰত সংঘটিত হোৱা হত্যাকাণ্ডই এতিয়া সকলোতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পত্নীক বৰ্বৰভাৱে শিৰচ্ছেদ কৰি হত্যা কৰাৰ পিছতো তিলমানো অনুশোচনা নাই ৰামানুজৰ। আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে সাংবাদিকৰ সন্মুখত পত্নীহন্তা ৰামানুজে দিলে আন এক হুংকাৰ।সাংবাদিকৰ আগত ৰামানুজে কয়, ‘‘No regrets,...

বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত ডি এন এৰ নমুনা বিচাৰিছে চীনস্থিত দূতাবাসে

২৬ আগষ্টৰ পুৱা নেপাল-তিব্বত সীমান্তৰ সমীপত সংঘটিত হিমস্খলনৰ ফলত বৈ অহা পানীৰ ধলে উত্তৰ আৰু মধ্য নেপালৰ বসতিস্থলসমূহ বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ এই ঘটনাত বৰ্তমান পৰ্যন্ত ১৩৫৫ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৮৯ জন বিদেশী নাগৰিককে ধৰি ৪,৯৯৬ জন লোকৰ সন্ধান হৈ আছে ৷ আনহাতে ১৩,৩৯৬ জন লোকক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে ।চীনত থকা ভাৰতীয়...

মণিপুৰৰ গীটাৰিষ্টক দিল্লীত হত্যা

দিল্লীকেই নিজৰ ঘৰ হিচাপে আকোঁৱালি লোৱা মণিপুৰৰ ৫৪ বছৰীয়া সংগীত শিল্পী চংথাম বিক্ৰম সিঙৰ বাবে ঘৰৰ বাহিৰত হোৱা হুলস্থূল বিৰুদ্ধাচাৰণ কৰা কাৰ্য্য়ই কাল হৈ পৰিল ৷ এখন কাজিয়াই প্ৰাণ কাঢ়িলে শিল্পীগৰাকীৰ ৷দিল্লীত মণিপুৰৰ প্ৰখ্যাত গীটাৰিষ্টক হত্যা। নিহত সংগীত শিল্পীজন ৫৪ বছৰীয়া চোংথাম বিক্ৰম। দক্ষিণ-পূব কিলোকাৰী অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। শিল্পীজনৰ ঘৰৰ সন্মুখত ডেলিভাৰী...

বিগত ৫ বছৰত অসমত অপৰাধীৰ দোষী সাব্যস্তকৰণৰ হাৰ চাৰিগুণ বৃদ্ধি; নতুন লক্ষ্য ৩৫ শতাংশ নিৰ্ধাৰণ

বিগত ৫ বছৰত অসমত অপৰাধীৰ দোষী সাব্যস্তকৰণৰ হাৰ চাৰিগুণ বৃদ্ধি পাইছে। ৩ ছেপ্টেম্বৰত অনুষ্ঠিত আৰক্ষী অধীক্ষক সন্মিলনৰ অন্তত এই বৃহৎ সফলতাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০২১ চনত ৰাজ্যত অপৰাধীক দোষী সাব্যস্ত কৰাৰ হাৰ আছিল মাত্ৰ ৭ শতাংশ, যি হাৰ ২০২৬ চনত বৃদ্ধি পাই ২৯ শতাংশ হৈছেগৈ। পেচাদাৰী আৰক্ষী সেৱা আৰু আদালতত নিৰ্ধাৰিত...

ৰাইজৰ দলক এৰি এআইইউডিএফৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছৰঃ নগাঁও উপ-নিৰ্বাচনক লৈ বিজেপিৰ গুৰুতৰ অভিযোগ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে গোপন বুজাবুজি গঢ়াৰ লক্ষ্যৰেই কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। বৃহস্পতিবাৰে এক আনুষ্ঠানিক বিবৃতিত প্ৰদেশ বিজেপিয়ে উল্লেখ কৰে যে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত খিলঞ্জীয়াৰ ভোট বিভাজন ৰোধৰ নামত গঢ় লোৱা কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাক ৰাজ্যৰ...

নগাঁৱৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ তদন্ত দাবী সাংসদ ৰকিবুল হুছেইনৰ

প্ৰশাসনিক পদ ত্যাগ কৰি এতিয়া ৰাজনৈতিক ৰণাঙ্গণত নমাৰ যো-জা চলাইছে নগাঁৱৰ সদ্যপ্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাই। বিগত কিছুদিন ধৰি তেওঁৰ বিজেপিত যোগদানৰ চৰ্চাৰ মাজতে আয়ুক্তৰ পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে দেৱাশীষ শৰ্মাই। ইয়াৰ পিছতে তেওঁ বিজেপিৰ হৈ নগাঁৱৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনাক লৈ চৰ্চা তীব্ৰতৰ হৈ পৰিছে। কিন্তু ৰাজনীতিৰ পথাৰত ভৰি থোৱাৰ পূৰ্বেই প্ৰাক্তন...

দিল্লীত ছাত্ৰ আন্দোলনত গুণ্ডাগিৰিৰ মুকলি স্বীকাৰোক্তি! মন্ত্ৰীৰ আশীৰ্বাদৰ দাবীৰ পাছতে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

দিল্লীৰ যন্তৰ-মন্তৰৰ ছাত্ৰ আন্দোলনৰ সময়ত আৰক্ষীৰ সৈতে প্ৰৱেশ কৰি ছাত্ৰৰ ওপৰত আক্ৰমণ চলাইছিল গুণ্ডাবাহিনীয়ে! শেহতীয়াকৈ এজন তথাকথিত ইনফ্লুৱেন্সাৰে কৰা অকপট স্বীকাৰোক্তিৰ পিছতে উন্মোচিত হৈছে ছাত্ৰ আন্দোলনৰ হিংসাত্মক ঘটনাৰ প্ৰকৃত ৰহস্য। এটা প’ডকাষ্টত স্বতন্ত্ৰ ভৰদ্বাজ নামৰ বিতৰ্কিত যুৱকজনে প্ৰতিবাদকাৰী ছাত্ৰী নিশু আজাদৰ পিতৃ সঞ্জয় কুমাৰৰ মূৰ ফালি দিয়াৰ কথা গৌৰৱেৰে সদৰি কৰে। হত্যাৰ চেষ্টাৰ দৰে গুৰুতৰ...

ভাৰতৰ প্ৰথমটো জিঅ’চিংক্ৰ’নাছ ইমেজিং উপগ্ৰহ সফলতাৰে উৎক্ষেপণ

ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ই অ’ এছ-০৫ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক ডাঙৰ মাইলৰ খুঁটি স্থাপন কৰে ৷সতীশ ধৱন মহাকাশ কেন্দ্ৰ SHAR ৰ দ্বিতীয়টো লঞ্চ পেডৰ পৰা এই উৎক্ষেপণ কৰা হয় । ভাৰতৰ জিঅ’চিংক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল (জিএছএলভি)ৰ ১৯ সংখ্যক উৰণ...

মণিপুৰত কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰ বাসগৃহৰ সমীপত বোমা বিস্ফোৰণ

মণিপুৰৰ য়াইৰিপকৰ বিষ্ণুনাহাত বৃহস্পতিবাৰে নিশা কংগ্ৰেছ বিধায়িনী দলৰ নেতা কে মেঘাচন্দ্ৰ সিঙৰ বাসগৃহৰ গে’টৰ সমীপত এক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এক প্ৰেছ বিবৃতি অনুসৰি, নিশা প্ৰায় ৮.১৫ বজাত এই বিস্ফোৰণ সংঘটিত হয় ।অচিনাকি দুষ্কৃতিকাৰীয়ে বিস্ফোৰক নিক্ষেপ কৰাৰ ফলত এই বিস্ফোৰণ ঘটাৰ সন্দেহ কৰা হৈছে । প্ৰেছ বিবৃতিটোত কোৱা হৈছে যে অপৰাধীৰ পৰিচয় আৰু...
1 2 3 18

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us