ইংৰাজী কোৱাৰ দক্ষতাক লৈ ককৰোচ জনতা পাৰ্টীৰ মুৰব্বী অভিজিত দীপকেক কটাক্ষ কংগণা ৰাণাৱটৰ
ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ ইংৰাজী কোৱাৰ শৈলীক লৈ সামাজিক মাধ্যমত শ্লেষাত্মক মন্তব্য প্ৰকাশ কৰিছে বলীউড অভিনেত্ৰী তথা সাংসদ কঙ্গনা ৰাণাৱটে। দীপকে আৰু নিজৰ ইংৰাজী ভাষণৰ এটা তুলনামূলক ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ভাষাগত দক্ষতাক সমালোচনা কৰে। নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ভাইৰেল ভিডিঅ’ ৰিপ’ষ্ট কৰিছিল বিজেপি সাংসদগৰাকীয়ে, য’ত দীপকে আৰু কঙ্গনাই ৰাজহুৱা স্থানত...








