Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Business

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

জীৱিত অৱস্থাতে গোটে গোটে এটি শিশুক গিলি থ’লে এটা ঘঁৰিয়ালে

এক হৃদয় বিদাৰক ঘটনা ৷ জীৱিত অৱস্থাতে গোটে গোটে এটি শিশুক গিলি থ’লে এটা ঘঁৰিয়ালে ৷ আচৰিত যেন লাগিলেও এয়া সঁচা ঘটনা ৷ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনাটো ৷জানিব পৰা মতে, এজন কৃষকে পথাৰত ধান ৰুই আছিল ৷ খেতিয়কজনৰ নাম উদয় ৰাজ সিং ৷ তেওঁৰ লগত পথাৰলৈ আহিছিল বণ্ডী থানা এলেকাৰ টিকুৰি গাঁৱৰ বাসিন্দা...

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন। উদ্যানখনত কৰ্তব্যৰত অৱস্থাতে নিজৰ চাৰ্ভিচ ৰাইফলৰ পৰা ওলোৱা গুলীত গুৰুতৰভাৱে আহত হয় এজন বনকর্মী। আহত বনকৰ্মীজনক বিপিন ডেকা বুলি চিনাক্ত কৰা হৈছে।ঘটনাৰ পাছত বনকৰ্মীজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে GMCH-ৰ আই চি ইউ ত ভৰ্তি...

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি এক সোণালী অধ্যায়ৰ সূচনা

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি এক সোণালী অধ্যায়ৰ সূচনা । ভাৰতীয় মহাকাশ গৱেষণাৰ ইতিহাসত এক নতুন বিপ্লৱৰ সূচনা কৰি সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ প্ৰযুক্তিৰে নিৰ্মিত ‘বিক্ৰম-১’ৰকেটে মহাকাশলৈ উৰা মাৰিলে। হায়দৰাবাদস্থিত ষ্টাৰ্ট-আপ কোম্পানী ‘স্কাইৰুট এৰ’স্পেচ’ৰ দ্বাৰা নিৰ্মিত এই ছেটেলাইটোৰ উৎক্ষেপণক ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ বাবে আটাইতকৈ ডাঙৰ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে। ১২ বাজি ৫ মিনিটত...

সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ গৰ্জন

সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ গৰ্জন ৷ তেওঁৰ সন্মতি অবিহনে সোণম ৱাংচুকক কোনো চিকিৎসা নকৰাবলৈ আৰক্ষীক সকীয়নি ৷‘‘মোৰ অনুমতি অবিহনে কোনেও সোণম ৱাংচুকক হাত নলগাব ৷ মোৰ অনুপস্থিতিত, মোৰ সন্মতি অবিহনে তেওঁক কোনো যাতে চিকিৎসা কৰা নহয় ৷’’ এই মন্তব্য সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ ৷ইফালে দিল্লী আৰক্ষীয়ে উল্লেখ কৰা মতে, বিশেষজ্ঞ চিকিৎসাৰ...

পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা

পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । ৰে’লৱে ক্ৰছিঙৰ গেট খোলাৰ ৰখাৰ ফলতে যাত্ৰীবাহী ৰে’লে স্কুল ভেনত খুন্দা মাৰিলে। মুৰ্চিদাবাদৰ বেহৰমপুৰত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চাৰিজন ছাত্ৰসহ মুঠ ৫ জনে, আনহাতে আন ৬ টি শিশু গুৰুতৰভাৱে আহত হয়।ৰে’লৱে ক্ৰছিঙৰ গেট খোলা থকাৰ ফলতে সংঘটিত এক শোকাৱহ ঘটনা ।

​৮০ হাজাৰ আসনযুক্ত নিউ জাৰ্ছিৰ ‘মেটলাইফ ষ্টেডিয়াম’ত বিশ্বকাপৰ ফাইনেল

২০২৬ ৰ ফিফা বিশ্বকাপৰ চূড়ান্ত খেলখন নিউ জাৰ্ছিৰ ‘মেটলাইফ ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব। এই খেলপথাৰখনক বৰ্তমান ‘নিউয়ৰ্ক নিউ জাৰ্ছি ষ্টেডিয়াম’ বুলি নামকৰণ কৰা হৈছে। ৪৮টা দল আৰু ১০৪খন মেচেৰে ইতিহাসৰ আটাইতকৈ ডাঙৰ বিশ্বকাপৰ খিতাপ অৰ্জনৰ বাবে এই ষ্টেডিয়ামতে আৰ্জেন্টিনা আৰু স্পেইন মুখামুখি হ’ব। ৮০০০০ তকৈও অধিক দৰ্শকে একেলগে বহি খেল উপভোগ কৰিব পৰা এই ষ্টেডিয়ামখন উত্তৰ...

অসমৰ ক্ৰীড়া জগতলৈ কঢ়িয়াই আনিলে এক সু-খবৰ

অসমৰ ক্ৰীড়া জগতলৈ কঢ়িয়াই আনিলে এক সু-খবৰ। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া Commonwealth Games 2026 ৰ বাবে নিৰ্বাচিত হৈছে অসমৰ প্ৰতিভাৱান পেৰা-চাইক্লিষ্ট লীছা দাস । মাত্ৰ ১৬ বছৰ বয়সতে লীছাই সমগ্ৰ ভাৰতীয় দলটোৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে এক অনন্য কীৰ্তিমান গঢ়িবলৈ সক্ষম হৈছে। তেওঁ এই ক্ৰীড়া মহোৎসৱত ‘পেৰা ট্ৰেক চাইক্লিং’ ইভেণ্টৰ ‘Women’s C5’ বিভাগত ভাৰতক...

আকৌ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা

আকৌ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিশ্বৰ আনবোৰ ৰাষ্ট্ৰৰ লগতে ভাৰতৰ বাবেও এয়া এক চিন্তাৰ বিষয়।আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আৰম্ভ হৈছে যুদ্ধ। যাৰ ফলত সমগ্ৰ বিশ্বই ইন্ধনৰ নাটনিৰ সমুখীন হোৱাৰ আশংকাই দেখা দিছে। এফালে আমেৰিকাই ষ্ট্ৰেইট অৱ হৰমুজত নাকাবন্দী লগাইছে, আনফালে, ইৰাণৰ ইছলামিক ৰেভলিউশ্যনেৰি গাৰ্ড কৰ্পছ চমুকৈ IRGC-য়ে কৈছে যে- যেতিয়ালৈকে হৰমুজ...

মৃত্যু হ’ব নেকি সোনম ৱাংচুকৰ ?

প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা খণ্ডত অন্যান্য দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সমাজকৰ্মী সোনম ৱাংচুকে আমৰণ অনশনত বহি আছে । এই অনশনে ইতিমধ্যে ১৮ দিনত ভৰি দিছে আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছে । তেওঁৰ শৰীৰৰ ওজনো ৮.৫ কেজি হ্ৰাস পোৱা বুলি প্ৰকাশ পাইছে । এনে ক্ষেত্ৰত বাংচুকৰ জীৱনলৈ যিকোনো মুহূৰ্ততে ভাবুকি...

অসমতো ফিফা বিশ্বকাপৰ লহৰ

অসমতো ফিফা বিশ্বকাপৰ লহৰ দেখিবলৈ পোৱা গৈছে ৷ জনসাধাৰণৰ উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰীয়ে বুধবাৰে এক বিশেষ ঘোষণা কৰে ৷পোষ্টটোত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ফুটবলে মানুহক একত্ৰিত কৰে, আৰু আমি বিচাৰো যে আমাৰ ক্ৰীড়াপ্ৰেমীসকলে ফিফা বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেল অসুবিধা নোহোৱাকৈ উপভোগ কৰক । মই গুৱাহাটীৰ জিলা প্ৰশাসনক ১৫, ১৬, ১৯ আৰু ২০ জুলাইৰ পুৱা...
1 … 12 13 14 15 16 … 20

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us