বাগেশ্বৰ ধামত জাতীয় পতাকা উত্তোলন কৰি দেশভক্তিৰ আহ্বান ধীৰেন্দ্ৰ শাস্ত্ৰীৰ
দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কথাবাচক ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে। মধ্যপ্ৰদেশৰ ছত্ৰপুৰস্থিত বাগেশ্বৰ ধামৰ বৈদিক গুৰুকুলমত আয়োজিত এই অনুষ্ঠানত ভক্ত আৰু শিক্ষাৰ্থীসকলক সম্বোধন কৰি তেওঁ কয় যে মাতৃভূমিৰ প্ৰতি আনুগত্য সকলোৰে বাবে অপৰিহাৰ্য। দেশবিৰোধী শক্তিক সকীয়নী প্ৰদান কৰি শাস্ত্ৰীয়ে মন্তব্য কৰে, “দেশৰ অখণ্ডতা বিনষ্ট কৰিব খোজা লোকসকলে ইয়াৰ বাবে চৰম...








