পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা
যোৱা ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ভাৰত-পাক মেচখনৰ সময়ত সামাজিক মাধ্যমত বয়কট এছিয়া কাপ ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছিল। কিন্তু এতিয়া পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা গা কৰি উঠিছে।বহু বিতৰ্কৰ অন্তত যোৱা দেওবাৰে অনুষ্ঠিত হয় ভাৰত আৰু পাকিস্তানৰ মেচ। এছিয়া কাপ ২০২৫ৰ এই মেচখনক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা পৰিলক্ষিত হৈছিল যথেষ্ট বাদ-বিবাদ তথা...








