Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Business

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

বন বিভাগত চলি থকা ব্লেক মেইল সম্পূৰ্ণৰূপে বন্ধ হ’ব

বন্যপ্ৰাণী সুৰক্ষাৰ নামত একাংশ লোকে চলাই থকা ‘ব্লেক মেইল’ৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা। বন বিভাগৰ কাম-কাজ আৰু বন্য প্ৰাণী সুৰক্ষাৰ অচিলা লৈ একাংশ স্বাৰ্থান্বেষী লোকে সাধাৰণ তথা দৰিদ্ৰ ৰাইজক ভয়-ভাবুকিৰে হাৰাশাস্তি কৰাৰ যি ষড়যন্ত্ৰ চলাইছে,সেয়া কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। সদনত আলোচনাৰ মাজতে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই...

কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন।

কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন। গুৱাহাটী-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাট চকৰ সমীপত সাধাৰণ দিনৰ দৰেই সোমবাৰে পুৱাৰ ভাগত যান-বাহনৰ চলাচল হৈ আছিল। ঠিক তেনে সময়তে পাহাৰৰ এটা অংশৰ পৰা ধাৰাষাৰভাৱে ৰঙা মাটি আৰু ডাঙৰ শিল বাগৰি আহে। কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ব্যস্ত ৰাজপথত তীব্ৰ যান-জঁটৰ মাজতেই পাহাৰৰ ৰঙা মাটি খহি ৰাজপথৰ...

দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং

আজিৰে পৰা দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। কাৰিকৰী বিজুতিৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। এই সময়ছোৱাত দলংখনেৰে সকলো ধৰণৰ যান-বাহনৰ চলাচল দুয়োফালৰ পৰা নিষিদ্ধ কৰা হৈছে।পুৰণি শৰাইঘাটৰ দলং বন্ধ থকাৰ সময়ছোৱাত নতুন দলঙেৰে হ’ব যাতায়াত। মেৰামতিৰ কাম সুচাৰুৰূপে চলাই নিবলৈ আৰু যান-জঁটৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসনে ৩১ জুলাইলৈকে গধূৰ যান-বাহনৰ গতিপথ...

ক’লা পোছাক পিন্ধি বিধানসভাৰ চৌহদত অখিল গগৈৰ প্ৰতিবাদ

শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলে আৰু আদিত্য ৰাভাক মুকলি কৰি দিয়াৰ দাবীত বিধানসভা চৌহদত প্ৰতিবাদ ।অখিল গগৈ আৰু ধিঙৰ ৰাইজৰ দলৰ বিধায়ক মেহবুব মুখতাৰে সোমবাৰে ক’লা পোচাক পৰিধান কৰি আৰু মুখত ক’লা কাপোৰ বান্ধি বিধানসভালৈ আহিল ।শেহতীয়াকৈ মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলে আৰু কৃষক নেতা আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ৰাইজৰ দলৰ...

উজনিমুৱা আৰু গুৱাহাটী অভিমুখী হাজাৰ হাজাৰ বাহন আবদ্ধ

পুনৰ কৃত্ৰিম বানত বুৰিল যোৰবাট । উজনিমুৱা আৰু গুৱাহাটী অভিমুখী হাজাৰ হাজাৰ বাহন আবদ্ধ । পুনৰ উজনি-নামনিমুৱা যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰিছে । এজাক মুষলধাৰ বৰষুণৰ পিছতে যোৰাহাটত সাগৰসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে । যোৰাবাট আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হোৱাৰ ফলত কেইবাখনো ব্যক্তিগত তথা বাণিজ্যিক বাহন, অট’ৰিক্সা আৰু...

মই এছ এফ আই কেনেকৈ হৈ গ’লো ! মই আচৰিত হৈছো

”মই আচৰিত হৈছো। মই এছ এফ আই কেনেকৈ হৈ গ’লো !মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহো বুলি কৈছে, ৫০ হাজাৰ মানুহৰ চাকৰি খাইছো বুলি কৈছে। এচাম মানুহে ইমান উঠি- পৰি লাগিছে মোক বদনাম কৰিবলৈ। মই তেনেই সাধাৰণ ল’ৰা, ছবি আঁকি ভালপাওঁ” – এই মন্তব্য চিত্ৰশিল্পী মাৰ্শ্বাল বৰুৱাৰ।উল্লেখযোগ্য যে, গণেশগুৰিৰ উৰণ সেতুৰ জুবিন গাৰ্গৰ ছবি মচা ঘটনাক...

সুৰা প্ৰস্তুত কৰা কোম্পানীলৈ জাননী…

দেশৰ খাদ্য সুৰক্ষা নিয়ন্ত্ৰক সংস্থা ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অৱ ইণ্ডিয়া (এফএছএছএআই)-এ বিভিন্ন সুৰা প্ৰস্তুতকাৰী সংস্থালৈ জাননী জাৰি কৰিছে।পৰিদৰ্শনৰ সময়ত ৰাম, ব্ৰেণ্ডি, জিন, হুইস্কি, ৱাইন আৰু বীয়েৰ দৰে সুৰাত প্ৰাকৃতিক সোৱাদ আৰু সুগন্ধ অনুকৰণ কৰিবলৈ কৃত্ৰিম ফ্লেভাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।এফএছএছএআইয়ে সদৰী কৰা অনুসৰি, মদ্যপানীয়সমূহত কেৱল স্বাভাৱিকভাৱে উৎপন্ন হোৱা সোৱাদ আৰু সুগন্ধ থাকিব...

বিশ্বজুৰি তেলৰ মূল্য ৫শতাংশ বৃদ্ধি…

মধ্যপ্ৰাচ্যত পুনৰ সৃষ্টি হোৱা তীব্ৰ সামৰিক উত্তেজনাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু অৰ্থনীতিত এক ডাঙৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে।আমেৰিকাই ইৰানৰ ওপৰত চলোৱা নতুন সামৰিক আক্ৰমণৰ পাছতেই দুয়োখন দেশৰ মাজত বৰ্তি থকা যুদ্ধবিৰতি চুক্তিৰ অন্ত পৰা বুলি স্পষ্ট ইংগিত দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই বিস্ফোৰক ঘোষণাৰ লগে লগেই বিশ্ব বজাৰত খাৰুৱা তেলৰ (Crude Oil) মূল্য...

নিজৰ মাটিতে মই মৰিব খোজো

‘‘নিজৰ মাটিতে মই মৰিব খোজো ৷’’ দেশ এৰি পলায়ন কৰি থকা শ্বেখ হাছিনাই বাংলাদেশলৈ পুনৰ উভতি যোৱাৰ বাবে যো-জা চলাইছে বুলি ANI-ত প্ৰকাশ পাইছে ৷অৱশ্যে তেওঁ নিজৰ দেশলৈ উভতি অহাৰ পৰিকল্পনা সন্দৰ্ভত ঢাকাৰ বৰ্তমানৰ কৰ্তৃপক্ষৰ সৈতে কোনো আলোচনা হোৱা নাই । শ্বেখ হাছিনাই কয়, “মই উভতি আহিলে তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিব পাৰে, আনকি মোক হত্যা...

স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ

স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ। স্বাস্থ্য বিভাগত ৩৩,২৪০টা পদত নতুনকৈ নিযুক্তি প্ৰদান কৰিব চৰকাৰে। এই সন্দৰ্ভত বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্রতিষ্ঠানসমূহৰ বাবে ৬,৮১৪ গৰাকী এম বি বি এছচিকিৎসক, ৮২ গৰাকী আয়ুষ চিকিৎসক, ২২ গৰাকী দন্ত চিকিৎসক, ১০,৯৪২ গৰাকী ষ্টাফ নাৰ্ছ, ৪,৬৬৯ গৰাকী ফার্মাচিষ্ট, ৪,৬৬৯ গৰাকী লেবৰেটৰী...
1 … 13 14 15 16 17 … 20

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us