Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Business

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

ছিকিমত সুৰংগ দুৰ্ঘটনা

ছিকিমৰ নামচি জিলাৰ ঝোলুংগেৰ সমৰদঙত নিৰ্মাণৰত সুৰংগ মঙলবাৰে পুৱতি নিশা খহি পৰাৰ এক দুৰ্ঘটনা সংঘটিত হৈছে ৷ এই ঘটনাৰ ফলত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে ৷এতিয়াও এই সুৰংগটোত বহুতো শ্ৰমিক আৱদ্ধ হৈ আছে ৷ এই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে । শেহতীয়া চৰকাৰী তথ্য অনুসৰি,...

বলিউডৰ ভাই জানৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে

বলিউডৰ ভাই জানৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মুম্বাইত এক ৰাজহুৱা অনুষ্ঠানত উপস্থিত হোৱাৰ পাছত জনপ্ৰিয় অভিনেতাগৰাকীৰ ভিডিঅ’ক এটা সামাজিক মাধ্যমত অনুৰাগীসকলে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে। চিন্তিত হৈছে ছলমান খানৰ অনুৰাগীসকল। শেহতীয়াকৈ ছলমান খানে বান্দ্ৰাস্থিত স্লাম ৰিহেবিলিটেশ্যন অথৰিটি (SRA)ৰ কাৰ্যালয়ৰ এক অনুষ্ঠানত উপস্থিত হয়। এই অনুষ্ঠানত তেওঁ সংস্থাটোৰ নতুনকৈ স্থাপন কৰা ডাটা কলেকশ্যন...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ গুলীৰ লক্ষ্য হৈ পৰিল এটা গভাইত চোৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা সময়তে আৰক্ষীয়ে চলোৱা গুলীচালনাত আজনবী আলী নামৰ এজন কুখ্যাত চোৰটো গুৰুতৰভাৱে আহত হয়। আহত চোৰটোৰ ঘৰ বৰপেটাত বুলি চিনাক্ত কৰা হৈছে।

জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ

জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ। শনিবাৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ পুঞ্চ আৰু ৰাজৌৰী জিলাত সংঘটিত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা আকস্মিক বানে চৰম বিপৰ্যয় কঢ়িয়াই আনিছে। ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগত ইতিমধ্যে ৬ গৰাকী লোকে কৰুণভাৱে প্ৰাণ হেৰুৱালগীয়া হৈছে। হঠাতে অহা বানে সমগ্ৰ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰিছে। বাসগৃহ, খেতি-পথাৰৰ লগতে আন্তঃগাঁথনিৰো...

জীৱিত অৱস্থাতে গোটে গোটে এটি শিশুক গিলি থ’লে এটা ঘঁৰিয়ালে

এক হৃদয় বিদাৰক ঘটনা ৷ জীৱিত অৱস্থাতে গোটে গোটে এটি শিশুক গিলি থ’লে এটা ঘঁৰিয়ালে ৷ আচৰিত যেন লাগিলেও এয়া সঁচা ঘটনা ৷ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনাটো ৷জানিব পৰা মতে, এজন কৃষকে পথাৰত ধান ৰুই আছিল ৷ খেতিয়কজনৰ নাম উদয় ৰাজ সিং ৷ তেওঁৰ লগত পথাৰলৈ আহিছিল বণ্ডী থানা এলেকাৰ টিকুৰি গাঁৱৰ বাসিন্দা...

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন। উদ্যানখনত কৰ্তব্যৰত অৱস্থাতে নিজৰ চাৰ্ভিচ ৰাইফলৰ পৰা ওলোৱা গুলীত গুৰুতৰভাৱে আহত হয় এজন বনকর্মী। আহত বনকৰ্মীজনক বিপিন ডেকা বুলি চিনাক্ত কৰা হৈছে।ঘটনাৰ পাছত বনকৰ্মীজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে GMCH-ৰ আই চি ইউ ত ভৰ্তি...

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি এক সোণালী অধ্যায়ৰ সূচনা

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি এক সোণালী অধ্যায়ৰ সূচনা । ভাৰতীয় মহাকাশ গৱেষণাৰ ইতিহাসত এক নতুন বিপ্লৱৰ সূচনা কৰি সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ প্ৰযুক্তিৰে নিৰ্মিত ‘বিক্ৰম-১’ৰকেটে মহাকাশলৈ উৰা মাৰিলে। হায়দৰাবাদস্থিত ষ্টাৰ্ট-আপ কোম্পানী ‘স্কাইৰুট এৰ’স্পেচ’ৰ দ্বাৰা নিৰ্মিত এই ছেটেলাইটোৰ উৎক্ষেপণক ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ বাবে আটাইতকৈ ডাঙৰ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে। ১২ বাজি ৫ মিনিটত...

সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ গৰ্জন

সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ গৰ্জন ৷ তেওঁৰ সন্মতি অবিহনে সোণম ৱাংচুকক কোনো চিকিৎসা নকৰাবলৈ আৰক্ষীক সকীয়নি ৷‘‘মোৰ অনুমতি অবিহনে কোনেও সোণম ৱাংচুকক হাত নলগাব ৷ মোৰ অনুপস্থিতিত, মোৰ সন্মতি অবিহনে তেওঁক কোনো যাতে চিকিৎসা কৰা নহয় ৷’’ এই মন্তব্য সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ ৷ইফালে দিল্লী আৰক্ষীয়ে উল্লেখ কৰা মতে, বিশেষজ্ঞ চিকিৎসাৰ...

পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা

পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । ৰে’লৱে ক্ৰছিঙৰ গেট খোলাৰ ৰখাৰ ফলতে যাত্ৰীবাহী ৰে’লে স্কুল ভেনত খুন্দা মাৰিলে। মুৰ্চিদাবাদৰ বেহৰমপুৰত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চাৰিজন ছাত্ৰসহ মুঠ ৫ জনে, আনহাতে আন ৬ টি শিশু গুৰুতৰভাৱে আহত হয়।ৰে’লৱে ক্ৰছিঙৰ গেট খোলা থকাৰ ফলতে সংঘটিত এক শোকাৱহ ঘটনা ।

​৮০ হাজাৰ আসনযুক্ত নিউ জাৰ্ছিৰ ‘মেটলাইফ ষ্টেডিয়াম’ত বিশ্বকাপৰ ফাইনেল

২০২৬ ৰ ফিফা বিশ্বকাপৰ চূড়ান্ত খেলখন নিউ জাৰ্ছিৰ ‘মেটলাইফ ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব। এই খেলপথাৰখনক বৰ্তমান ‘নিউয়ৰ্ক নিউ জাৰ্ছি ষ্টেডিয়াম’ বুলি নামকৰণ কৰা হৈছে। ৪৮টা দল আৰু ১০৪খন মেচেৰে ইতিহাসৰ আটাইতকৈ ডাঙৰ বিশ্বকাপৰ খিতাপ অৰ্জনৰ বাবে এই ষ্টেডিয়ামতে আৰ্জেন্টিনা আৰু স্পেইন মুখামুখি হ’ব। ৮০০০০ তকৈও অধিক দৰ্শকে একেলগে বহি খেল উপভোগ কৰিব পৰা এই ষ্টেডিয়ামখন উত্তৰ...
1 10 11 12 13 14 18

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us