ভাৰতীয় ব্যক্তিৰ মালিকানাধীন হৈছে ইংলেণ্ডৰ এক ক্ৰিকেট দল
এগৰাকী ভাৰতীয় ব্যক্তিৰ মালিকানাধীন হৈছে ইংলেণ্ডৰ এক ক্ৰিকেট দল। কেৱল সিমানেই নহয়, দলটোৰ এতিয়া নাম সলনিৰ দিশেও আগবাঢ়িছে ভাৰতীয় স্বত্বাধিকাৰগৰাকী। ইংলেণ্ডৰ এই দলটো ক্ৰয় কৰিছে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে।সমগ্ৰ ক্ৰিকেট বিশ্বত সাম্প্ৰতিক সময়ত বাণিজ্যিক দিশত আন দেশতকৈ বহুগুণে আগবাঢ়ি আছে ভাৰত। বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় ক্ৰিকেট লীগ হিচাপে পৰিগণিত হৈ আহিছে ভাৰতৰে ইণ্ডিয়ান প্ৰিমিয়াৰ...








