Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

ফেচবুকৰ প্ৰেমিকাক বিচাৰি কাঁটাতাঁৰ পাৰ হৈ পাকিস্তানত উপস্থিত বাদল! এতিয়া বন্দী কাৰাগাৰত

ফেচবুকত আৰম্ভ হৈছিল প্ৰেম। সেই প্ৰেমিকাক লগ পাবলৈ সকলো বাধা নেওচি ভিছা নোহোৱাকৈ সীমান্ত পাৰ হৈ পাকিস্তানত উপস্থিত হৈছিল এজন ভাৰতীয় যুৱক। কিন্তু প্ৰেমৰ সেই যাত্ৰাই শেষত ঠাই পালে কাৰাগাৰত। শাস্তিৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছতো এতিয়াও পাকিস্তানৰ লাহোৰৰ কট লাখপত কাৰাগাৰত আবদ্ধ হৈ আছে উত্তৰ প্ৰদেশৰ আলীগড়ৰ বাদল বাবু। তেওঁৰ মুক্তি নিশ্চিত কৰি ভাৰতলৈ ঘূৰাই...

ম্যানমাৰ উপকূলত নাও দুৰ্ঘটনাত ৫০০ তকৈও অধিক ৰোহিংগীয়া লোকৰ মৃ*ত্যু

ম্যানমাৰৰ উপকূলত সংঘটিত দুখন ডাঙৰ নাও দুৰ্ঘটনাত ৫০০ তকৈও অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা আৰু আন্তৰ্জাতিক প্ৰব্ৰজন সংস্থাই যুটীয়াভাৱে এই উদ্বেগজনক তথ্য সদৰী কৰিছে। নাও দুখনত থকা যাত্ৰীসকলৰ অধিকাংশই ৰোহিংগীয়া সম্প্ৰদায়ৰ আছিল বুলি জানিব পৰা গৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, যোৱা জুন মাহৰ শেষৰ ফালে ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ পৰা নাও...

ড্ৰ’ন-ছেটেলাইটত ধৰা পৰিল বেহালীৰ বৃহৎ দখল, চৰকাৰ কঠোৰ ব্যৱস্থা

অসমৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৃহস্পতিবাৰে আন্তঃৰাজ্যিক দুষ্কৃতিকাৰীৰ দ্বাৰা বৃহৎ পৰিমাণে বনভূমি ধ্বংসৰ বাতৰিৰ পিছত বেহালী সংৰক্ষিত বনাঞ্চলৰ ব্যাপক স্থল পৰিদৰ্শন কৰে। জ্যেষ্ঠ বন বিভাগৰ বিষয়া, অসম আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু সংৰক্ষিত বনাঞ্চল সুৰক্ষা, ক্ষতিগ্ৰস্ত অঞ্চল পুনৰুদ্ধাৰ আৰু স্থলভাগত বলবৎকৰণ শক্তিশালী কৰাৰ বাবে কেইবাটাও তৎকালীন ব্যৱস্থাৰ ঘোষণা কৰে। অসম-অৰুণাচল...

অসমৰ ৰাজ্যপালে দিব্ৰুগড়ত ভগৱান জগন্নাথৰ ৰথ যাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰে

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দিব্ৰুগড়ত শ্ৰী শ্ৰী জগন্নাথ সাংস্কৃতিক ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা জগন্নাথ ৰথ যাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰে আৰু এই পবিত্ৰ উপলক্ষে ভক্তসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি ৰাজ্যপাল আচাৰ্যই কয়, “ৰথ যাত্ৰা হৈছে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, আধ্যাত্মিক মূল্যবোধ, সামাজিক সম্প্ৰীতি আৰু সৰ্বজনীনতাৰ চিৰন্তন প্ৰতীক। ভগৱান...

আকৌ মূল্যবৃদ্ধিৰ মাধমাৰ! চাউল, পিয়াঁজ, মিঠাতেল, চেনিসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি

পুনৰ জনতাৰ ওপৰত পৰিল মূল্যবৃদ্ধিৰ মাধমাৰ। এইবাৰ একে সময়তে বৃদ্ধি পালে চাউল, খোৱা তেল, চেনি আৰু পিয়াঁজকে ধৰি কেইবাটাও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। ৰাজ্যৰ বিভিন্ন বজাৰত নতুন দৰত বিক্ৰী আৰম্ভ হোৱাৰ লগে লগে দৈনন্দিন বজাৰ খৰচো যথেষ্ট বৃদ্ধি পাইছে। শেহতীয়া বজাৰদৰ অনুসৰি, সোণাশক্তি চাউলৰ এটা বস্তাৰ মূল্য ১,৫৭০ টকাৰ পৰা বৃদ্ধি পাই প্ৰায় ১,৮২০ টকাত উপনীত...

টায়াৰ বিস্ফোৰণৰ পিছত ঘৰত সোমাল চিমেণ্টভৰ্তি ট্ৰাক; একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

টোপনিৰ সময়তে সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই মুহূৰ্ততে প্ৰাণ কাঢ়ি নিলে একেটা পৰিয়ালৰ তিনিজন সদস্যৰ। নিজ ঘৰত শুই থকা সময়তে এখন চিমেণ্টভৰ্তি ট্ৰাকে দেৱাল ভাঙি ভিতৰত প্ৰৱেশ কৰাত নিদ্ৰাৰত অৱস্থাতে ট্ৰাকৰ তলত পিষ্ট হৈ মৃত্যুক সাৱটি লয় তিনিওজনে। দুৰ্ঘটনাটোত ১২ বছৰীয়া কিশোৰীসহ আন দুজন সদস্য গুৰুতৰভাৱে আহত হয়। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত বুধবাৰে পুৱতি নিশা সংঘটিত...

ছাত্ৰীৰ যৌন নিৰ্যাতনৰ অভিযোগৰ পিছত ছীল ব্যক্তিগত মাদ্ৰাছা; ১৪৮ ছাত্ৰীক স্বগৃহলৈ প্ৰেৰণ

যৌন নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি উত্তাল হৈ উঠা বঙাইগাঁৱৰ ব্যক্তিগত এখন মাদ্ৰাছাৰ বিৰুদ্ধে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে জিলা প্ৰশাসনে। এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত প্ৰতিবাদ আৰু উত্তেজনাৰ সৃষ্টি হোৱা মাদ্ৰাছাখন ছীল কৰি দিয়াৰ লগতে অধ্যয়নৰত ১৪৮ গৰাকী নাবালিকা ছাত্ৰীক নিজ নিজ পৰিয়ালৰ জিম্মাত প্ৰেৰণ কৰে প্ৰশাসনে। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মালেৰ্গাঁৱৰ...

অনশন ভংগ কৰিবলৈ সোণম ৱাংচুকলৈ আহ্বান এবছুৰ; কেন্দ্ৰক আলোচনাত বহিবলৈ দাবী

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে বিগত ১৯ দিন ধৰি অনশন অব্যাহত ৰাখিছে বিশিষ্ট পৰিৱেশকৰ্মী আৰু শিক্ষাবিদ সোণম ৱাংচুকে। সময় বাগৰাৰ লগে লগে তেওঁৰ স্বাস্থ্যক লৈও বৃদ্ধি পাইছে উদ্বেগ। এনে পৰিপ্ৰেক্ষিততে এইবাৰ সোণম ৱাংচুকৰ আন্দোলনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিও অনশন ভংগ কৰিবলৈ আহ্বান জনালে অসমৰ অন্যতম প্ৰভাৱশালী ছাত্ৰ সংগঠন সদৌ বড়ো ছাত্ৰ সন্থাই (এবছু)। লগতে...

জালুকবাৰী আৰু পলাশবাৰী সমষ্টিৰ জনজাতীয় বেষ্টনীৰ চাৰে সাত শতাধিক গাঁৱক জি এম ডি এত অন্তৰ্ভুক্তিৰ বিৰোধিতা নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা কমিটিৰ

গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ আৰু জনজাতীয় আৱেষ্টনী আৰু খণ্ডৰ  জালুকবাৰী বিধানসভা সমষ্টিৰ আজাৰা ৰাজহ চক্ৰ আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ৰাণী অঞ্চলৰ একাংশ গাঁৱত শেহতীয়াকৈ ভূমি অধিগ্রহণৰ বাবে জাননী জাৰি কৰিছে। ইয়াৰে ভিতৰত আছে আজাৰা ৰাজহ চক্ৰ এলেকাৰ জৱে গাঁৱৰ  ২০৩ বিঘা দেওৰআলি গাঁৱৰ ৬৭৬ বিঘা...

বিশ্বকাপৰ ছেমিফাইনেল-ফাইনেলৰ নিশা ৩.৩০ বজালৈ খোলা থাকিব গুৱাহাটীৰ ৰেষ্টুৰেণ্ট; বিশেষ অনুমতি অসম চৰকাৰৰ

ফুটবল বিশ্বকাপৰ জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব। ইখনৰ পিছত সিখন ৰোমাঞ্চকৰ মেচে উত্তেজনা বঢ়াই তোলাৰ পাছত এতিয়া আহি পৰিছে বহুল প্ৰতীক্ষিত ছেমিফাইনেল আৰু ফাইনেলৰ সময়। এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ফুটবল অনুৰাগীসকলৰ বাবে বিশেষ ঘোষণা কৰিলে অসম চৰকাৰে। বিশ্বকাপৰ ছেমিফাইনেল আৰু ফাইনেল উপভোগ কৰিবলৈ সুবিধা কৰি দি নিৰ্দিষ্ট কেইটামান দিন গুৱাহাটীৰ ৰেষ্টুৰেণ্টসমূহ নিশা ৩.৩০ বজালৈ খোলা ৰখাৰ অনুমতি...
1 25 26 27 28 29 33

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us