Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

দেশজুৰি অসমৰ লোকৰ বাবে “নিজ ঘৰ”: দিল্লী, মুম্বাই, বেংগালুৰুত অসম ভৱনৰ উন্নীতকৰণ

অসমৰ লোকে ৰাষ্ট্ৰীয় ৰাজধানীত অহাৰ বাবে অচিৰেই নতুন দিল্লীত সাতখনকৈ নিৰ্দিষ্ট স্থান পাব। “বৰ্তমান থকা অসম হাউচৰ লগতে চেণ্ট্ৰেল দিল্লী আৰু দ্বাৰকাত তিনিখন নতুন কমপ্লেক্স নিৰ্মাণ হৈ আছে, তাৰে এখনত নামঘৰ আৰু কনভেনচন হল থাকিব,” দেওবাৰে নতুন দিল্লীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়। তেওঁ সমগ্ৰ দেশতে ৰাজ্যৰ জনসাধাৰণক সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা...

NEET অনিয়মক লৈ আছুৰ ক্ষোভ, চৰকাৰক আলোচনাৰ আহ্বান

পৰিৱেশ কৰ্মী সোনাম ৱাংচুকৰ শিক্ষা সংস্কাৰ বাবে গণতান্ত্ৰিক, অহিংস প্ৰতিবাদৰ প্ৰতি সংহতি প্ৰকাশ কৰি অল আছাম ষ্টুডেণ্টছ ইউনিয়ন (AASU) ই আগন্তুক দেওবাৰ, ১৯ জুলাই ত ৰাজ্যব্যাপী মমবাতি প্ৰজ্বলন কাৰ্যসূচী ঘোষণা কৰিছে। ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদস্থলীৰ পৰা ৱাংচুকক চৰকাৰে বলপূৰ্বক উচ্ছেদ কৰা ঘটনাকো তীব্ৰ নিন্দা কৰিছে। AASU ৰ জিলা সমিতিসমূহৰ তত্বাৱধানত সকলো জিলা সদৰত এই মমবাতি কাৰ্যসূচী...

72 তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুঁইফুল’

জাদুমণি দত্তৰ দ্বাৰা পৰিচালিত ‘জুঁইফুল’ য়ে ৭২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া পূৰ্ণদৈৰ্ঘ্য ছবিৰ বঁটা লাভ কৰিছে। ‘জুঁইফুল’ হৈছে অসম-নাগালেণ্ড সীমান্তৰ সংঘাতপূৰ্ণ অঞ্চলৰ দুগৰাকী মাতৃৰ কাহিনী। নৰাগাঁৱৰ গাঁওবাসীৰ দৈনন্দিন জীৱন ইয়াত সম্পূৰ্ণৰূপে সলনি হৈছে — ৰাতি জাগৰণ আৰু দিনত বিশ্ৰাম। শনিবাৰে ৭২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়। এই বঁটাৰ বাবে ২০২৪ চনৰ...

পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰঃ মুখ্যমন্ত্ৰী

বিগত পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস পাইছে ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰৰ সংখ্যা। শনিবাৰে এই পৰিসংখ্যা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অপৰাধবিৰোধী অভিযান একেই তৎপৰতাৰে অব্যাহত থাকিব আৰু আধুনিক প্ৰযুক্তিনিৰ্ভৰ আৰক্ষী ব্যৱস্থাৰ জৰিয়তে আইন-শৃংখলা অধিক শক্তিশালী কৰি তোলা হ’ব। সামাজিক মাধ্যম এক্সত ২০২১ চনৰ পৰা ২০২৬ চনৰ জুন মাহলৈকে অপৰাধ আৰু বিচাৰ...

ডিব্ৰুগড়ত বৃহৎ মাদকবিৰোধী অভিযান; ১.৩৫ কিলোগ্ৰাম হেৰ’ইন, ১৪.০৬ লাখ টকা জব্দ, এজন গ্ৰেপ্তাৰ

মাদক সৰবৰাহৰ বিৰুদ্ধে অব্যাহত অভিযানৰ মাজতে এইবাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া অঞ্চলত চলোৱা এক অভিযানত ১.৩৫ কিলোগ্ৰাম হেৰ’ইন, ১৪ লাখ ৬ হাজাৰ টকা নগদ ধন আৰু দুখন বাহন জব্দ কৰাৰ লগতে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। টিংখং আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত এই অভিযান চলোৱা হয়। জব্দ কৰা হেৰ’ইনখিনি...

নামছাইত নিশাৰ গুলীচালনা! ৰহস্যজনকভাৱে গুলীবিদ্ধ যুৱতী, তদন্ত আৰম্ভ

দুই পক্ষৰ মাজত সৃষ্টি হোৱা সংঘাতৰ মাজতে ৰহস্যজনকভাৱে গুলীবিদ্ধ হ’ল এগৰাকী যুৱতী। অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ লালপাহাৰ অঞ্চলত শুকুৰবাৰে গভীৰ নিশা সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। গুলীচালনাত আহত হোৱা যুৱতীগৰাকী কল্যাণী নামচম বুলি জানিব পৰা গৈছে। মমং গাঁৱৰ বাসিন্দা যুৱতীগৰাকীৰ ভৰিত গুলী লাগে। আহত অৱস্থাত তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা...

প্ৰতিবাদ দমন কৰি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰিঃ সোণম ৱাংচুকক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা মমতা বেনাৰ্জীৰ

গণতান্ত্ৰিক মতভেদক দমন কৰি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰি। – সোণম ৱাংচুকক অনশনস্থলীৰ পৰা আঁতৰাই নিয়াক লৈ এইদৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এক পোষ্টত মমতা বেনাৰ্জীয়ে কয়, “সোণম ৱাংচুকে কেৱল আলোচনাহে বিচাৰিছিল। অথচ সপ্তাহৰ পিছত সপ্তাহ ধৰি তেওঁৰ আহ্বানৰ কোনো সঁহাৰি দিয়া হোৱা নাই।...

গংগাৰ দৰেই নিঃস্বাৰ্থভাৱে বৈ আহিছে আৰএছএছ; শতবৰ্ষ উপলক্ষে প্ৰশংসাৰে উপ-ৰাষ্ট্ৰপতি

গংগা নদীৰ দৰেই সমাজ কল্যাণৰ বাবে নিঃস্বাৰ্থভাৱে বৈ আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। – সংঘৰ শতবৰ্ষ উপলক্ষে প্ৰকাশিত এখন গ্ৰন্থ উন্মোচন কৰি এই মন্তব্য কৰে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে। নতুন দিল্লীত অনুষ্ঠিত অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, গংগাই যেনেকৈ কোনো প্ৰতিদানৰ আশা নকৰাকৈ মানুহৰ কল্যাণৰ বাবে অবিৰতভাৱে বৈ থাকে, আৰএছএছেও বিগত ১০০ বছৰ ধৰি সেৱাৰ একে আদৰ্শক...

‘থ্ৰী ইডিয়টছ’ৰ ৰেঞ্চ’ সোণম ৱাংচুক নহয়! অনশন ভংগৰ আহ্বান আমিৰ খানৰ

বিগত ২০ দিন ধৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অনশন অব্যাহত ৰাখিছে বিশিষ্ট পৰিৱেশকৰ্মী আৰু শিক্ষাবিদ সোণম ৱাংচুকে। তেওঁৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি ঘটাৰ সময়তে এইবাৰ অনশন ভংগ কৰাৰ আহ্বান জনালে বলীউডৰ অভিনেতা আমিৰ খানে। একে সময়তে বহু বছৰ ধৰি চলি অহা এটা জনপ্ৰিয় ধাৰণাও খাৰিজ কৰি অভিনেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, ‘থ্ৰী ইডিয়টছ’ ছবিৰ...

মহাসংযোগ! ১৯ বছৰ পূৰ্বে ফটোশ্বুটত গা ধুৱাই দিয়া সেই কণমানিৰ বিৰুদ্ধেই বিশ্বকাপ ফাইনেলত অৱতীৰ্ণ হ’ব মহাতাৰকা মেছি

ফিফা বিশ্বকাপৰ ফাইনেল মানেই বিশ্ব ফুটবলৰ শ্ৰেষ্ঠত্বৰ যুঁজ। কিন্তু এইবাৰৰ ফাইনেলত ক্ৰীড়াপ্ৰেমীয়ে প্ৰত্যক্ষ কৰিব এক ব্যতিক্ৰমী মুহূৰ্ত। যিটো কণমানিক ১৯ বছৰ পূৰ্বে কোলাত তুলি গা ধুৱাই দিছিল লিয়নেল মেছিয়ে, সেই শিশুটিৰ বিৰুদ্ধেই এইবাৰৰ বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হ’ব ফুটবলৰ মহাতাৰকা লিয়নেল মেছি। ১৯ বছৰ পূৰ্বে এক চেৰিটী ইভেণ্টত মেছিয়া গা ধুৱাই দিয়া সেই শিশুটিয়েই হৈছে স্পেইনৰ...
1 24 25 26 27 28 33

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us