Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

এনআৰচিৰ পৰা বাদ পৰা লোকৰ আপীল প্ৰক্ৰিয়া কেতিয়া? কেন্দ্ৰ-অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

অসমৰ চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ আপীল প্ৰক্ৰিয়া এতিয়াও আৰম্ভ নোহোৱাক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত পুনৰ উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইবাৰ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ৰাজ্যিক এনআৰচি সমন্বয়কৰ কাৰ্যালয়লৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। একে সময়তে পূৰ্বৰে পৰা বিচাৰাধীন একে বিষয়ৰ আন এখন আবেদনৰ সৈতে নতুন আবেদনখন সংযুক্ত কৰাৰ নিৰ্দেশ দিয়ে আদালতে। মুখ্য...

একে পৰিয়ালৰ চাৰি সদস্য সন্ধানহীন; বানৰ সোঁতে উটুৱাই নিলে মাতৃ-কন্যাক, উদ্ধাৰত নামি নিৰুদ্দেশ দুই পুত্ৰ

উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত অব্যাহত বান পৰিস্থিতিয়ে কঢ়িয়াই আনিলে আন এক শোকাৱহ ঘটনা। চৰাইদেউ জিলাত বানপানীৰ প্ৰবল সোঁতত উটি গৈ সন্ধানহীন হৈ পৰিছে একেটা পৰিয়ালৰ চাৰিজন সদস্য। ঘটনাৰ পিছত সময়মতে উদ্ধাৰ অভিযান আৰম্ভ নোহোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে স্থানীয় বাসিন্দাই। দেওবাৰে সন্ধিয়া টেঙাপুখুৰী আৰক্ষী থানাৰ অন্তৰ্গত অভয়পুৰীয়া গাঁৱত এই ঘটনা সংঘটিত হয়। ধাৰাসাৰ...

ভাৰত-আমেৰিকা বাণিজ্য চুক্তিৰ বিৰুদ্ধে দিল্লীত কৃষক মহাপঞ্চায়ত; শম্ভু সীমান্তত কটকটীয়া নিৰাপত্তা

পুনৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ কৃষক। এইবাৰ ভাৰত-আমেৰিকা প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰুদ্ধে দিল্লীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে কৃষকসকলে। পঞ্জাব, হিমাচল প্ৰদেশ, ৰাজস্থান আৰু হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকে ‘কৃষক মহাপঞ্চায়ত’ত অংশগ্ৰহণৰ উদ্দেশ্যে দিল্লী অভিমুখে ৰাওনা হোৱাৰ পিছতে শম্ভু সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰে হাৰিয়ানা আৰক্ষীয়ে। কৃষক সংগঠনসমূহৰ দাবী অনুসৰি, এতিয়াও স্বাক্ষৰ...

দুটা সপ্তাহ পাৰ হোৱাৰ পাছতো তিনিটাকৈ দৰ্শনীত হাউছফুলৰে আজাৰা ভি আই পিৰ “আৰ আৰ চিনেমাছ”ত চলি আছে “ককা দেউতা নাতি আৰু হাতী- ২”

শেহতীয়াভাৱে অসমীয়া চিনেমাৰ  জগতলৈ  কিছুদিনৰ পৰা নতুনত্বৰ সমান্তৰালভাৱে ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে ।  ভাল ছবি নিৰ্মাণ কৰিলে যে দৰ্শকে আঁকোৱালি লয় সেইটো প্ৰমাণিত হল প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ প্ৰযোজনা আৰু বিশ্বজিৎ বৰাৰ পৰিচালনাত নিৰ্মিত  “ককা দেউতা নাতি আৰু হাতী –...

ধুবুৰীত আন্তঃৰাষ্ট্ৰীয় অনলাইন জুৱা চক্ৰ উৎখাত; গ্ৰেপ্তাৰ চাৰিজন

ৰাজ্যত অব্যাহত থকা জুৱাৰ অবৈধ বেহাৰ মাজতে এইবাৰ ধুবুৰীত অনলাইন জুৱাৰ বেহা চলাই জালত পৰিল চাৰি জুৱাৰী। ধুবুৰী চহৰৰ এখন হোটেলত চলি থকা আন্তঃৰাষ্ট্ৰীয় অনলাইন জুৱা আৰু অনলাইন খেলৰ চক্ৰ উৎখাত কৰি অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে পুৱা প্ৰায় ১১.১৫ বজাত এন এছ পথস্থিত আফ্ৰিন হোটেলৰ ৫৭ নম্বৰ কোঠাত অভিযান...

চৰকাৰৰ সৈতে আলোচনাৰ পথ মুকলি; ২১ দিনৰ অন্তত অনশন ভংগ আইছাৰ তিনি নেতাৰ

বিগত প্ৰায় এমাহ ধৰি নতুন দিল্লীৰ যন্তৰ মন্তৰত চলি অহা প্ৰতিবাদৰ অন্তত অৱশেষত আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে মোদী চৰকাৰে। শিক্ষা ব্যৱস্থাত সংস্কাৰ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে সাব্যস্ত কৰি অহা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আজি ৰূপায়ণ কৰা হয় সংসদ চলো পদযাত্ৰা। ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বত এই পদযাত্ৰা বাহিৰ হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ বাবে নেতৃত্বক...

অসমত বান পৰিস্থিতিৰ অৱনতি; মৃতকৰ সংখ্যা ৫লৈ বৃদ্ধি, ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ মাজতে ৰাজ্যত সৃষ্টি হৈছে অধিক সংকটজনক পৰিস্থিতি। এজন লোকৰ মৃত্যু হোৱাৰ পিছতে এইবাৰৰ বানত মৃতকৰ সংখ্যা ৫জনলৈ বৃদ্ধি পাইছে। আনহাতে সাতখন জিলাত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ৫৭ হাজাৰ অতিক্ৰম কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা দৈনিক বান প্ৰতিবেদন অনুসৰি, শেহতীয়া মৃত্যুৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাত। বান পৰিস্থিতিৰ অৱনতি ঘটাৰ...

ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত জৰুৰী পৰিস্থিতি; ডিজিপিৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, উপস্থিত খোদ মুখ্যমন্ত্ৰী

ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত সোমবাৰে পুৱা সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। কাৰ্যালায়ৰ ভিতৰত আৰক্ষী সঞ্চালকপ্ৰধান অনুৰাগ ধনকৰৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ততাতৈয়াকৈ ডিজিপি অফিচত উপস্থিত হয় খোদ মুখ্যমন্ত্ৰী মাণিক সাহা। মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ সময়ত কাৰ্যালয়ত একাধিক জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু চৰকাৰী বিষয়াৰ সমাগম ঘটে। ঘটনাটোৰ সন্দৰ্ভত উচ্চপদস্থ বিষয়াসকলৰ...

পথিকৰ উদ্যোগত গুৱাহাটীত পদপথত বাস কৰা লোকৰ বাবে জনকল্যাণমূলক কাৰ্যসূচী

অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান পথিকৰ উদ্যোগত আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ এন জি চি , যোৰহাটৰ সহযোগত জনকল্যাণমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজিৰে পৰা তিনিদিনীয়া সূচীৰে গুৱাহাটীৰ পদপথত জীৱন নিৰ্বাহ কৰা বয়োজ্যেষ্ঠ লোক সকলৰ বাবে আঁঠুৱা বিতৰণ, পৰিচৰ্য্যা আৰু স্বচ্ছতাৰ সজাগতা অনুষ্ঠান  আৰম্ভ কৰা হয়। আজি পুৱাৰ ভাগত  উলুবাৰী আৰু লাচিত নগৰৰ কাষৰীয়া...

ছফদৰজং চিকিৎসালয়ৰ পৰা ওলোৱাৰ অনুমতি বিচাৰি ছোনম ৱাংচুকৰ পত্ৰ; ‘সংসদ চলো’ত অংশ লোৱাৰ ইচ্ছা

ছফদৰজং চিকিৎসালয়ত চিকিৎসাধীন অনশনকাৰী ছোনম ৱাংচুকৰ পৰৱৰ্তী কাৰ্যসূচীক লৈ সৃষ্টি হৈছে নতুন পৰিস্থিতি। চিকিৎসালয়ৰ পৰা সাময়িকভাৱে ওলাই সংসদ অভিমুখী ‘সংসদ চলো’ পদযাত্ৰাত অংশ ল’ব বিচাৰি চিকিৎসালয় কৰ্তৃপক্ষলৈ পত্ৰ লিখিছে জলবায়ু কৰ্মী ছোনম ৱাংচুকে। সোমবাৰে ছফদৰজং হাস্পতালৰ সঞ্চালক তথা চিকিৎসা অধীক্ষকলৈ লিখা পত্ৰত ছোনম ৱাংচুকে উল্লেখ কৰে যে, তেওঁৰ স্বাস্থ্য বৰ্তমান ভাল আছে আৰু স্বাস্থ্য সম্পৰ্কীয়...
1 23 24 25 26 27 33

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us