Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Sports

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

লালৰেমছিয়ামি, টেজস্বিন শংকৰ, বিদিত গুজৰাথি অৰ্জুন বঁটাৰ বাবে মনোনীত

ভাৰতীয় হকী তাৰকা লালৰেমছিয়ামি ক্ৰীড়া আৰু খেলত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা ২০২৫ ৰ বাবে নিৰ্বাচিত হোৱা ১৭ জন ক্ৰীড়াবিদৰ ভিতৰত অন্যতম। লালৰেমছিয়ামি ভাৰতৰ আটাইতকৈ সফল মহিলা হকী খেলুৱৈসকলৰ এগৰাকী। মিজোৰামৰ কোলাছিবত জন্মগ্ৰহণ কৰা তেওঁ সৰুতে স্থানীয় একাডেমীলৈ নিৰ্বাচিত হোৱাৰ পাছত হকী খেলিবলৈ আৰম্ভ কৰে। বছৰ পিছত বছৰ ধৰি তেওঁৰ প্ৰতিভা আৰু দৃঢ়তাই তেওঁক ভাৰতীয়...

​ডাৰউইন টেষ্টত বাংলাদেশৰ হাছান মাহমুদৰ ঐতিহাসিক ৬টা উইকেট, সংকটত অষ্ট্ৰেলিয়া

ডাৰউইনৰ মাৰাৰা ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত প্ৰথমখন টেষ্ট মেচত বাংলাদেশৰ ২৬ বছৰীয়া পেচাৰ হাছান মাহমুদে এক ঐতিহাসিক বলিং প্ৰদৰ্শনৰে অষ্ট্ৰেলিয়া দলক স্তম্ভিত কৰি তুলিছে। হাছানে মাত্ৰ ৫৫ ৰান হেৰুৱাই  ৬টা উইকেট দখল কৰে, যাৰ ফলত আয়োজক অষ্ট্ৰেলিয়া মাত্ৰ ১৯৮ ৰানতে অল-আউট হয়। টেষ্ট ক্ৰিকেটৰ ইতিহাসত বাংলাদেশৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ এইটোৱেই সৰ্বনিম্ন স্ক’ৰ। ক্ৰিকবাজে উল্লেখ কৰা অনুসৰি, টেষ্ট...

এখন গেমত পৰাজয়ৰ পিছতো অশ্মিতাৰ ঘূৰি অহা: ১৪-২১, ২১-১৪, ২১-১৪ ত ক’ৰিয়া মাষ্টাৰ্ছৰ মুকুট

অসমৰ বেডমিণ্টন খেলুৱৈ অশ্মিতা চলিহাই দেওবাৰে ক’ৰিয়া মাষ্টাৰ্ছৰ ফাইনেলত চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত হান কিয়ান শ্বিক এখন গেমত পৰাজয়ৰ পিছত ঘূৰি আহি পৰাস্ত কৰি ইতিহাস ৰচনা কৰে। এই প্ৰতিযোগিতাখন জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় অশ্মিতা।২৬ বছৰীয়া বাঁওহাতী খেলুৱৈগৰাকীয়ে হানক ১৪-২১, ২১-১৪, ২১-১৪ পইণ্টত ৫৩ মিনিটত পৰাস্ত কৰি কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ খিতাপটো দখল কৰে।...

উত্তৰ-পূবৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে HLTF গঠন; মীৰাবাই চানুক লগ কৰি দিলে প্ৰেৰণাৰ স্বীকৃতি

গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত টানা তৃতীয়বাৰৰ বাবে সোণৰ পদক জয় কৰি ইতিহাস ৰচনা কৰাৰ পিছত বিশ্বখ্যাত ভাৰোত্তোলক মীৰাবাই চানুৱে আজি নতুন দিল্লীত কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতীৰাদিত্য এম. সিন্ধিয়াক সাক্ষাৎ কৰে। মীৰাবাই চানুক তেওঁৰ এই উল্লেখযোগ্য সাফল্যৰ বাবে অভিনন্দন জনাই সিন্ধিয়াই তেওঁৰ অটল দৃঢ়তা, অনুশাসন আৰু অধ্যৱসায়ৰ প্ৰশংসা কৰে। তেওঁ কয় যে...

যাদুমণি সিঙে ভাৰতলৈ কমনৱেলথ ৰূপৰ পদক উপহাৰ দিলে

মণিপুৰ বক্সাৰ যাদুমণি সিং মাণ্ডেংবামে শনিবাৰে কমনৱেলথ গেমছ ২০২৬ৰ পুৰুষৰ ৫ কেজি শ্ৰেণীৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ জাই ডিক্সনৰ হাতত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰিছে। গ্লাছগোৰ স্কটিছ ইভেন্ট কেম্পাছত অনুষ্ঠিত ফাইনেলত যাদুমণি ০-৫ পইণ্টত একমত সিদ্ধান্তত পৰাজিত হয়। স্বৰ্ণ পদক হেৰুৱালেও তেওঁৰ ৰূপৰ পদক অৰ্জনে মণিপুৰ আৰু ভাৰত দুয়োৰে বাবে এক গুৰুত্বপূৰ্ণ সাফল্য কঢ়িয়াই আনিছে। ৫০...

কমনৱেলথ গেমছত ৰূপৰ পদকৰে ইতিহাস ৰচনা সৰ্বেশ কুছাৰৰ

গ্লাছগোত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত পুৰুষৰ হাই জাম্পত ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছে ভাৰতৰ সৰ্বেশ কুমাৰ কুছাৰেই। ইয়াৰ সৈতে তেওঁ এই গেমছত এই ইভেণ্টত ৰূপৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ৩১ বছৰীয়া কুছাৰে ২.২৫ মিটাৰ জাম্প কৰি দ্বিতীয় স্থান দখল কৰি ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম খোদিত কৰে। জামাইকাৰ ৰোমেইন বেকফৰ্ডে...

গ্লাছগো কমনৱেলথ গেমছত ঝাণ্ডু কুমাৰৰ ব্ৰঞ্জৰ পদক জয়

গ্লাছগোত অনুষ্ঠিত হৈ থকা ২০২৬ ৰ কমনৱেলথ গেমছত ভাৰতলৈ প্ৰথমটো পদক কঢ়িয়াই আনিছে পাৰা-পাৱাৰলিফটাৰ ঝাণ্ডু কুমাৰে। পুৰুষৰ পেৰা-পাৱাৰলিফটিং প্ৰতিযোগিতাত ১৮১ কেজি আৰু ১৯০ কেজি ওজন সফলতাৰে দাঙি ১৩০.৯ পইণ্ট সংগ্ৰহ কৰি তেওঁ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। বিহাৰৰ নালান্দা জিলাৰ হাৰণৌটৰ বাসিন্দা ঝাণ্ডু কুমাৰৰ জীৱন যাত্ৰা অত্যন্ত কষ্টকৰ আছিল। এটা অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ...

২০২৬ কমনৱেলথ গেমছত ভাৰতৰ বাবে প্ৰথম পদক লাভলিনাৰ

ভাৰতীয় তাৰকা বক্সাৰ তথা টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী লাভলিনা বৰগোহাঁইয়ে ২০২৬ চনৰ কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই ভাৰতৰ বাবে প্ৰথমটো পদক নিশ্চিত কৰিছে। লাভলিনাই মহিলাৰ ৭৫ কেজি ওজন শ্ৰেণীত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। মাত্ৰ ৫ গৰাকী বক্সাৰ থকা খেলৰ তালিকাত প্ৰথম ৰাউণ্ডত ‘বাই’ লাভ কৰাৰ ফলত তেওঁ পোনে পোনে ছেমি ফাইনেলত প্ৰৱেশ কৰে। বক্সিং প্ৰতিযোগিতাত ছেমি...

খেল অধিক শৃংখলাবদ্ধ কৰিবলৈ BCCI ৰ ডাঙৰ পদক্ষেপ, ইচ্ছাকৃত নো-বলত কঠোৰ শাস্তি

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৬-২৭ বৰ্ষৰ ঘৰুৱা ক্ৰিকেট ছিজনৰ বাবে খেলৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰিছে। খেলখন অধিক নিকা, শৃংখলাবদ্ধ আৰু আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যৰে মেৰিলেব’ন ক্ৰিকেট ক্লাৱৰ পৰামৰ্শ অনুসৰি এই নতুন নিয়মসমূহ প্ৰস্তুত কৰা হৈছে। কোনো বলৰে যদি ইচ্ছাকৃতভাৱে ফ্ৰন্ট-ফুট নো-বল বা পিটচত নপৰা বল কৰে, তেন্তে তেওঁক সমগ্ৰ মেচখনৰ বাবেই নিলম্বিত কৰা হ’ব।...

গ্লাছগ’ত ২৩সংখ্যক কমনৱেলথ গেমছৰ আৰম্ভ

বৃহস্পতিবাৰে স্কটলেণ্ডৰ গ্লাছগ’ চহৰত ২৩সংখ্যক কমনৱেলথ গেমছ আনুষ্ঠানিকভাবে আৰম্ভ হয়। স্কটলেণ্ডৰ এই ঐতিহাসিক চহৰখনে ১২ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখন আয়োজন কৰিছে। ভাৰতৰ হৈ উদ্বোধনী সমাৰোহত অলিম্পিক পদক বিজয়ী ভাৰোত্তোলক মীৰাবাঈ চানু আৰু বক্সাৰ লাভলীনা বৰগোহাঁয়ে পতাকা আৰু বেটন বহন কৰি ভাৰতীয় দলটোক নেতৃত্ব দিয়ে।এইবাৰৰ কমনৱেলথ গেমছ যথেষ্ট হ্ৰাস কৰা বাজেটেৰে (প্ৰায়...
1 2 3

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us