গান্ধী জয়ন্তীত ড্ৰাগছমুক্ত অসমৰ সংকল্প; পদযাত্ৰাত অংশগ্ৰহণ শ শ শিক্ষাৰ্থীৰ
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত চলি থকা ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ শুকুৰবাৰে কামৰূপ মহানগৰ জিলাত সামৰণি পৰে। নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে চলোৱা এই অভিযানত শ শ ছাত্ৰ-ছাত্ৰী, স্বেচ্ছাসেৱক, এনচিচি (NCC) আৰু এন এছ এছ (NSS) কেডেট, প্ৰাক্তন সৈনিক আৰু বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাই কাছাৰ, শ্ৰীভূমি,...








