মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত সাতদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
অসম সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ সহযোগত গুৱাহাটীৰ মছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত সাতদিনীয়া “গ্ৰীষ্মকালীন কৰ্মশালা–২০২৬” সফলতাৰে সামৰণি পৰে।এই কৰ্মশালাত চিত্ৰকলা আৰু হস্তশিল্প, পৰম্পৰাগত সংগীত (কণ্ঠ সংগীত), সত্ৰীয়া নৃত্য, ভোৰতাল, বিহু নৃত্য, যোগ আৰু ধ্যান আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। ৪ বছৰৰ পৰা ১৮ বছৰ বয়সৰ মুঠ ২৩৪ গৰাকী শিক্ষাৰ্থীয়ে কৰ্মশালাত অংশগ্ৰহণ...








