দেশৰ ভৱিষ্যৎ নহয়, শিক্ষাৰ্থীক শত্ৰুৰ দৰে ব্যৱহাৰ কৰিছে মোদী চৰকাৰেঃ শিক্ষাৰ্থীৰ প্ৰতিবাদলৈ সমৰ্থন ছোনিয়া গান্ধীৰ
নিট প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা ব্যৱস্থাত সংঘটিত হৈ অহা বিসংগতিৰ পৰিপ্ৰেক্ষিতত দেশজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে বিগত এমাহৰো অধিক সময় ধৰি ৰাজধানী দিল্লীত দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এতিয়া এই প্ৰতিবাদৰ জোকাৰণি উঠিছে ৰাজনীতিৰ ক্ষেত্ৰখনতো। এনে সময়তে শিক্ষাৰ্থীৰ আন্দোলনলৈ প্ৰকাশ্যে সমৰ্থন জনাই মোদী চৰকাৰৰ বিৰুদ্ধে শাণিত বান নিক্ষেপ...








