জিঅ’ টেগড ফটোৰে বানক্ষতিৰ জৰীপ: স্বচ্ছ পুনৰ্স্থাপনৰ বাবে চৰকাৰৰ নতুন পদক্ষেপ
বানক্ষতিৰ দ্ৰুত, স্বচ্ছ আৰু প্ৰযুক্তিনিৰ্ভৰ মূল্যায়ন নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ কনভেনচন চেণ্টাৰত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত অঞ্চলৰ বাবে ডিজিটেল জৰীপ প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। শেহতীয়া ভয়ংকৰ বানত এই চাৰিটা জিলাৰ ক্ষতিগ্ৰস্ত লোকৰ হোৱা লোকচানৰ বৈজ্ঞানিক আৰু সামগ্ৰিক মূল্যায়নৰ সুবিধাৰ্থে এই প্ৰশিক্ষণ কাৰ্যসূচী...








