চিকিৎসালয়ৰ এনআইচিইউত ভয়ংকৰ অগ্নিকাণ্ড! তিনি নৱজাতকৰ কৰুণ মৃত্যু
নিৰাপদ আশ্ৰয়স্থল হিচাপে গণ্য কৰা চিকিৎসালয়ৰ কক্ষতে সংঘটিত হ’ল এক চৰম হৃদয়বিদাৰক ঘটনা। নৱজাতক নিবিড় পৰিচৰ্যা কেন্দ্ৰত হঠাৎ জুই বিয়পি পৰাৰ ফলত প্ৰাণ হেৰুৱায় তিনিটাকৈ নিষ্পাপ নৱজাতকে। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ চৰকাৰী মহিলা চিকিৎসালয়ত সোমবাৰে পুৱতি নিশা প্ৰায় ৩:৩০ বজাত সংঘটিত এই দুৰ্ঘটনাত আন কেইবাটাও শিশু গুৰুতৰভাৱে আহত হয়। বদনেৰাৰ বিধায়ক ৰবি ৰাণাই ইতিমধ্যে তিনিটা শিশুৰ...








