Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Sonakshi Sarkar

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ

উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীসকলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিগণিত হৈ অহা এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ  উদ্যোগত  , ইউনিয়নৰ তিনিচুকীয়া সংমণ্ডল কমিটি আৰু  শিমলুগুৰী শাখা কমিটিৰ  সহযোগত শিৱসাগৰ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত ২৯ জুলাইত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াৰ...

বিধ্বংসী বানত এতিয়ালৈকে ৩১জনৰ প্ৰাণহানি, তিনি সন্ধানহীন ;৩৮৫খন গাঁৱৰ ৪লাখ

শিৱসাগৰ আৰু চৰাইদেউ জিলাত যোৱা ১৯জুলাইৰ পৰা হোৱা প্ৰলয়ংকাৰী বানত এতিয়ালৈকে  শিৱসাগৰ জিলাত ৩৮৫খন গাঁৱৰ চাৰি লাখ তিনি হেজাৰ ১৩৪ গৰাকী লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে ৩১জন লোকৰ প্ৰাণহানি হৈছে আৰু তিনিজন সন্ধানহীন হৈ আছে।আজি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত মন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত এক সংবাদ মেল সম্বোধন কৰি উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান ইত্যাদি বিভাগৰ...

ৰাণীত ১৭৫ বেটেলিয়ান মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং  চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত আজি দিনজোৰা কাৰ্য্যসূচীৰে  অতি উলহ-মালহেৰে উদ্‌যাপন কৰা হয়। উল্লেখ্য যে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী সম্পর্কীয় ইতিহাস হ’ল ১৯৩৯ চনৰ ২৭ জুলাইত ক্রাউন প্রতিনিধি আৰক্ষী নামেৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী...

কমনৱেলথ গেমছত ৰূপৰ পদকৰে ইতিহাস ৰচনা সৰ্বেশ কুছাৰৰ

গ্লাছগোত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত পুৰুষৰ হাই জাম্পত ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছে ভাৰতৰ সৰ্বেশ কুমাৰ কুছাৰেই। ইয়াৰ সৈতে তেওঁ এই গেমছত এই ইভেণ্টত ৰূপৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ৩১ বছৰীয়া কুছাৰে ২.২৫ মিটাৰ জাম্প কৰি দ্বিতীয় স্থান দখল কৰি ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম খোদিত কৰে। জামাইকাৰ ৰোমেইন বেকফৰ্ডে...

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি

অসমৰ উদ্যোগ খণ্ডত আত্মনিৰ্ভৰশীলতা, দক্ষতা বিকাশ, গৱেষণা, প্রশিক্ষণ, উদ্ভাৱনক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ প্রতিষ্ঠানৰ অধীনস্থ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্রশাসন বিভাগৰ মাজত   এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। উল্লেখযোগ্য যে উক্ত চুক্তিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে প্রয়োজনীয় জ্ঞান আৰু দক্ষতা প্রদান, প্রশিক্ষণ, মেণ্টৰশ্বিপ, গৱেষণা, পৰামৰ্শমূলক...

গ্লাছগো কমনৱেলথ গেমছত ঝাণ্ডু কুমাৰৰ ব্ৰঞ্জৰ পদক জয়

গ্লাছগোত অনুষ্ঠিত হৈ থকা ২০২৬ ৰ কমনৱেলথ গেমছত ভাৰতলৈ প্ৰথমটো পদক কঢ়িয়াই আনিছে পাৰা-পাৱাৰলিফটাৰ ঝাণ্ডু কুমাৰে। পুৰুষৰ পেৰা-পাৱাৰলিফটিং প্ৰতিযোগিতাত ১৮১ কেজি আৰু ১৯০ কেজি ওজন সফলতাৰে দাঙি ১৩০.৯ পইণ্ট সংগ্ৰহ কৰি তেওঁ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। বিহাৰৰ নালান্দা জিলাৰ হাৰণৌটৰ বাসিন্দা ঝাণ্ডু কুমাৰৰ জীৱন যাত্ৰা অত্যন্ত কষ্টকৰ আছিল। এটা অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ...

ৰাণীত চি আৰ পি এফৰ আন্তঃটেবুল টেনিছ প্ৰতিযোগিতাৰ সামৰণি ; একক আৰু ডবল উভয় শাখাত ৬৭ বেটেলিয়ান চেম্পিয়ন

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ )ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত বাহিনীটোৰ উত্তৰ পূৱ মণ্ডলৰ অধীনৰ আন্তঃ  গ্ৰুপ আৰু বেটেলিয়ানৰ  দুদিনীয়া টেবুল টেনিছ প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনৰ একক আৰু ডাবল  উভয় শাখাত  চি আৰ পি এফৰ উত্তৰ পূৱ মণ্ডলৰ অধীনৰ দুটা গ্ৰুপ চেন্টাৰ ক্ৰমে গুৱাহাটী আৰু শিলচৰৰ   ১০, ৪৮ ,...

গ্লাছগ’ত ২৩সংখ্যক কমনৱেলথ গেমছৰ আৰম্ভ

বৃহস্পতিবাৰে স্কটলেণ্ডৰ গ্লাছগ’ চহৰত ২৩সংখ্যক কমনৱেলথ গেমছ আনুষ্ঠানিকভাবে আৰম্ভ হয়। স্কটলেণ্ডৰ এই ঐতিহাসিক চহৰখনে ১২ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখন আয়োজন কৰিছে। ভাৰতৰ হৈ উদ্বোধনী সমাৰোহত অলিম্পিক পদক বিজয়ী ভাৰোত্তোলক মীৰাবাঈ চানু আৰু বক্সাৰ লাভলীনা বৰগোহাঁয়ে পতাকা আৰু বেটন বহন কৰি ভাৰতীয় দলটোক নেতৃত্ব দিয়ে।এইবাৰৰ কমনৱেলথ গেমছ যথেষ্ট হ্ৰাস কৰা বাজেটেৰে (প্ৰায়...

অসমত ভয়াবহ বান পৰিস্থিতি: এদিনতে ২১ জনৰ মৃ*ত্যু, সৰ্বমুঠ মৃ*ত্যু ৩১ লৈ বৃদ্ধি

​অসমত বান পৰিস্থিতি অত্যন্ত জটিল হৈ পৰিছে। ২১ জুলাইৰ দিনটোত ৰাজ্যখনৰ বিভিন্ন স্থানত বানৰ কবলত পৰি ২১ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ লগে লগে চলিত বানত সৰ্বমুঠ মৃতকৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি পাইছে।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)ৰ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যখনৰ ১৬ খন জিলাৰ ৮৭২ খন গাঁও বানৰ পানীত ডুব গৈছে আৰু প্ৰায় ৫.৬৫...

দুটা সপ্তাহ পাৰ হোৱাৰ পাছতো তিনিটাকৈ দৰ্শনীত হাউছফুলৰে আজাৰা ভি আই পিৰ “আৰ আৰ চিনেমাছ”ত চলি আছে “ককা দেউতা নাতি আৰু হাতী- ২”

শেহতীয়াভাৱে অসমীয়া চিনেমাৰ  জগতলৈ  কিছুদিনৰ পৰা নতুনত্বৰ সমান্তৰালভাৱে ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে ।  ভাল ছবি নিৰ্মাণ কৰিলে যে দৰ্শকে আঁকোৱালি লয় সেইটো প্ৰমাণিত হল প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ প্ৰযোজনা আৰু বিশ্বজিৎ বৰাৰ পৰিচালনাত নিৰ্মিত  “ককা দেউতা নাতি আৰু হাতী –...
1 2 3 4

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us