Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Business

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

সৰুসজাইত অনুৰাগীক উদ্দেশ্যি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ক’লে এইদৰে

ভাষাৰে বুজাব নোৱাৰা অনুভৱ। জুবিন দাৰ শেষ যাত্ৰাত জনসমুদ্ৰত পৰিণত হ’ল গুৱাহাটী। বৰঝাৰ বিমান বন্দৰৰ পৰা জুবিন দা লগত লৈ আহিল লাখ লাখ অনুৰাগীয়ে। সৰুসজাইত অনুৰাগীক উদ্দেশ্যি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ক’লে এইদৰে-“আপোনালোক সকলোলৈকে মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি জুবিন থকা হ’লে এনেদৰে ইমান মৰম আৰু আৰ্শীবাদ দেখি, ইমান আদৰ দেখি আপোনালোককো...

কাইলৈ অনুষ্ঠিত হ’ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন

কাইলৈ অনুষ্ঠিত হ’ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন । এই পৰিষদীয় নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ বিটিআৰৰ আনকেইখন জিলাৰ লগতে বাক্সা জিলা প্ৰশাসনো হৈছে সাজু । জিলাখনৰ সদৰ মুছলপুৰস্থিত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আজি ভোট গ্ৰহণৰ নথিপত্ৰৰ লগতে ভোটৰ বাকচসমূহ লৈ নিজৰ নিজৰ গন্তব্য় স্থানলৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু পোলিং বিষয়া সকল ।

৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে

৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া ASDMA ৰ বুলেটিনত প্ৰকাশ পাইছে যে, গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ, কাৰ্বি আংলং, নগাঁও, আৰু কাছাৰ জিলাৰ ২৭৪ খন গাঁও আৰু ৪,১৯০ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে।বানৰ কৱলত পৰিছে ২২,০১৬ জন লোক। ইয়াৰ ভিতৰত ৮,৯৮০ জন পুৰুষ, ৮,১৯৯ জন মহিলা আৰু ৪,৮৩৭ জন শিশু। বৰ্তমানলৈকে ১১৩টা...

আজি বিশ্বকৰ্মা পূজা

আজি বিশ্বকৰ্মা পূজা। এই পূজা ঐশ্বৰিক শিল্পী বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰি আয়োজন কৰা হয়। বিশ্বকৰ্মাক বেদত জগতৰ সৃষ্টিকৰ্তা বুলি বৰ্ণনা কৰা হৈছে।বিশ্বকৰ্মা পূজা প্ৰতি বছৰে কন্যা সংক্ৰান্তিৰ দিনা পালন কৰা হয়। আজিৰ দিনটোতে সূৰ্য্যই ৰাশি সলনি কৰে। ভগৱান বিশ্বকৰ্মাক বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম অভিযন্তা আৰু খনিকৰ হিচাপে গণ্য কৰা হয়। এই দিনটোত শিপিনী, অভিযন্তা, আৰু শ্ৰমিকসকলে নিজৰ সঁজুলি,...

ভক্তৰ বাবে পুনৰ মুকলি হৈছে বৈষ্ণো দেৱী যাত্ৰা

মাতা বৈষ্ণো দেৱী ধামত পুনৰপ্ৰতিধ্বনিত হৈছে ‘জয় মাতা দি’ ধ্বনি। ৩ সপ্তাহৰ পিছত ভক্তৰ বাবে পুনৰ মুকলি হৈছে বৈষ্ণো দেৱী যাত্ৰা। একেৰাহে ২২ দিন বন্ধ হৈ থকা মা বৈষ্ণো দেৱী যাত্ৰা ১৭ ছেপ্টেম্বৰ বুধবাৰৰ পৰা ভক্তসকলৰ বাবে পুনৰ আৰম্ভ হৈছে।প্ৰথমে ১৪ ছেপ্টেম্বৰৰ পৰা এই যাত্ৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও ধাৰাবাহিক বৰষুণৰ বাবে যাত্ৰা পিছুৱাই...

শক্তি বাঢ়িছে ভাৰতীয় নৌসেনাৰ

শক্তি বাঢ়িছে ভাৰতীয় নৌসেনাৰ!আত্মনিৰ্ভৰ ভাৰত। সামৰিক সঁজুলি নিৰ্মাণত বৃদ্ধি পাইছে থলুৱা প্ৰযুক্তিৰ ওপৰত ভৰসা। নিজৰ শক্তি প্ৰতিনিয়ত বৃদ্ধি কৰিছে ভাৰতীয় নৌসেনাই। দহ বছৰৰ পাছত নৌসেনা কিমান শক্তিশালী হ’ব, তাৰো চলিছে পৰিকল্পনা। ২০৩৫ চনৰ ভিতৰত ২০০ ৰো অধিক যুদ্ধ জাহাজ আৰু ছাবমেৰিন নিজৰ সৈতে ৰখাৰ লক্ষ্য ভাৰতীয় নৌসেনাৰ। ইয়াৰ দ্বাৰা চীন আৰু পাকিস্তানৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক প্ৰত্যাহ্বানৰ...

পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

যোৱা ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ভাৰত-পাক মেচখনৰ সময়ত সামাজিক মাধ্যমত বয়কট এছিয়া কাপ ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছিল। কিন্তু এতিয়া পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা গা কৰি উঠিছে।বহু বিতৰ্কৰ অন্তত যোৱা দেওবাৰে অনুষ্ঠিত হয় ভাৰত আৰু পাকিস্তানৰ মেচ। এছিয়া কাপ ২০২৫ৰ এই মেচখনক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা পৰিলক্ষিত হৈছিল যথেষ্ট বাদ-বিবাদ তথা...

ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলস্বৰূপে ব্যাপক ধ্বংসলীলা

বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু বানৰ প্ৰকোপত ৰাজ্য দুখনৰ পৰিস্থিতি দুৰ্বিষহ হৈ পৰিছে। এই দুৰ্যোগত মাণ্ডীত ৩ জন লোকৰ মৃত্যু হৈছে। প্ৰশাসনে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত প্ৰায় ৬ জন লোক নিৰুদ্দেশ হৈ আছে। ডেৰাডুনত ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱাৰ ফলস্বৰূপে ব্যাপক ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে।প্ৰশাসনে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত প্ৰায় ৬ জন লোক নিৰুদ্দেশ হৈ...

নীপকোৱে পানী এৰি দিয়াত জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা

আগতীয়াকৈ কোনো জাননী নিদিয়াকৈয়ে নীপকোৱে পানী এৰি দিয়াত জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা । অসমৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৪ খনকৈ গেট খুলি দিয়া হৈছে । ফলত সৰুপথাৰৰ দৈয়াং নদীৰ পাৰৰ বহু অঞ্চল ভদীয়া বানৰ কবলত পৰিছে । জিলাখনৰ ৫৬ খন গাঁৱৰ লগতে সৰুপথাৰৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ...

এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক।

বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধৰ মাজতে আন এক আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক।ৰাছিয়াই এইবাৰ আক্ৰমণ কৰিছে পোলেণ্ডক। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, ৰাছিয়াই ১৯ টা ড্ৰ’নেৰে আক্ৰমণ কৰে পোলেণ্ডত। যাৰ ৪টা ড্ৰ’ন পোলেণ্ড সেনাই ধ্বংস কৰি পেলোৱা বুলি দাবী উত্থাপন কৰিছে।এক্সিয়েছৰ তথ্য অনুসৰি, বুধবাৰে পোলেণ্ডৰ দেশত কেইটাও ড্ৰ’ন...
1 … 15 16 17 18 19 20

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us