এইবাৰ ফ্ৰান্সত গণ বিক্ষোভ
এইবাৰ ফ্ৰান্সত গণ বিক্ষোভ । বুধবাৰে ফ্ৰান্সত দেশজুৰি সৃষ্টি হয় প্ৰতিবাদৰ। বিক্ষোভকাৰীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে পেৰিছ আৰু অন্যান্য চহৰত পথ অৱৰোধ কৰি জুই জ্বলায় সাব্যস্ত কৰে প্ৰতিবাদ। ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভ তীব্ৰতৰ হৈ পৰে।আন্দোলনৰ বেনাৰত “Block Everything” লিখি হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই অহা দেখা গৈছে। এই...








