Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Business

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

ধুবুৰীত বাঢ়নী পানীত পৰি কৰুণ মৃত্যু

ধুবুৰীত বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ সাৱটি লয় এগৰাকী ১৭ বছৰীয়া ছাত্ৰীয়ে। ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আকছাৰা গোৱালাই আজি পুৱা প্ৰায় ১০ বজাত ঘৰৰ কাষৰ গদাধৰ নৈত পৰি মৃত্যুমুখত পৰে।

বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন, বিদেশত থকাৰ খবৰ

বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন, বিদেশত থকাৰ খবৰ যোৰহাট: ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰাৰ সময়তে শিক্ষাৰ নগৰী যোৰহাটতো বানপানীয়ে ব্যাপক ক্ষতিসাধন কৰিছে। বহু লোকৰ ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। ইফালে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত বহু লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে।...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে

উজনি অসমত ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে । বিভিন্ন সংবাদ মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ সংক্ৰান্তত বাতৰি পৰিৱেশন হৈছে যদিও এতিয়ালৈ তেনে কোনো ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নিলয় বৰাই কয় “উজনি অসম যি পানী হৈছে, সেই পানী ব্ৰহ্মপুত্ৰৰে...

এন​​এইচপিচিৰ সুৰংগ ভাঙি ২০ জনৰ মৃত্যু

ছিকিমৰ নামচি জিলাত তিস্তা ষ্টেজ ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পত সোমবাৰে নিৰ্মাণৰত এন​​এইচপিচি এটা সুৰংগ ভাঙি বৰ্তমান পৰ্যন্ত ২২ জন শ্ৰমিকৰ মৃত্যু হৈছে ৷ সুৰংগত মৃত্যু হোৱা শ্ৰমিকসকলৰ এজনক অসমৰ বুলি চিনাক্ত কৰা হৈছে ৷ সুৰংগৰ ভিতৰত এতিয়াও ৩ জন শ্ৰমিক আবদ্ধ হৈ আছে । তেওঁলোকক বিচাৰি বৰ্তমান প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷নামচিৰ আৰক্ষী অধীক্ষক...

নিশা যুদ্ধক্ষেত্ৰত পৰিণত যন্তৰ মন্তৰ

দিল্লীৰ যন্তৰ মন্তৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চল বুধবাৰে নিশা যুদ্ধক্ষেত্ৰত পৰিণত হয় ৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ক’কৰোচ্ছ জনতা পাৰ্টী আৰু ছাত্ৰ সংগঠনে আয়োজন কৰা বিক্ষোভৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয় ৷নিশা প্ৰায় ৮:১৫ বজাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত পুনৰ সংঘৰ্ষ আৰম্ভ হয় আৰু এই সংঘৰ্ষই তীব্ৰ ৰূপ লয়...

দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে

নাগালেণ্ডত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত NEEPCO ৰ অধীনস্থ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে। সম্ভাব্য প্লাৱন আৰু বিপদৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে এক জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰিছে।জিলা প্ৰশাসন আৰু NEEPCO কৰ্তৃপক্ষ একেৰাহে যোগাযোগত আছে। প্ৰকল্পটোৰ সুৰক্ষা আৰু পানীৰ গতি নিয়ন্ত্ৰণ নিশ্চিত কৰিবলৈ প্ৰয়োজন অনুসাৰে নিৰ্ধাৰিত নিয়ন্ত্ৰিত ৰূপত...

দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে এক ডাঙৰ খবৰ।চৰকাৰে যদি দিয়ে আশ্বাস, তেন্তে ভংগ কৰিম অনশন…

চি জে পিৰ আহ্বানত লাখ লাখ ছাত্ৰ- ছাত্ৰ তথা দল- সংগঠনৰ প্ৰতিবাদত সমগ্ৰ দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে এক ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি চৰ্ত বান্ধি দিছে পৰিবেশ কৰ্মী তথা বিশিষ্ট শিক্ষাবিদ সোণম ৱাংচুকে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলকে ধৰি শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীৰে বিগত ২৫ দিনতকৈও অধিক সময় ধৰি অনশন কাৰ্যসূচী ৰূপায়ণ...

দিখৌ নদীৰ বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে

শিৱসাগৰ জিলাত দিখৌ নদীৰ বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ বন্যাত সকলক উদ্ধাৰ কৰাৰ বাবে সেনাবাহিনীৰ হেলিকপ্টাৰ আৰু মটৰচালিত নাও ব্যৱহাৰ কৰা হৈছে যদিও এয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ উত্থাপন হৈছে ৷জানিব পৰা মতে, জলবন্দী বহু মানুহক এইপৰ্যন্ত উদ্ধাৰ কৰা নাই ৷ আনকি জলবন্দী লোকক খোৱাপানীও যোগান ধৰা নাই ৷ যাৰবাবে মানুহৰ মাজত ক্ষোভ বৃদ্ধি...

এইবাৰ কৃষকৰ গৰ্জনত কঁপিব দিল্লী

CJP নহয়, এইবাৰ কৃষকৰ গৰ্জনত কঁপিব দিল্লী। ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰোধিতাৰে হাৰিয়ানাৰ পৰা দিল্লীলৈ গাড়ীয়ে গাড়ীয়ে আহিল হাজাৰ হাজাৰ কৃষক। বন্ধ কৰি দিয়া হ’ল শম্ভু বৰ্ডাৰ।প্ৰস্তাবিত ভাৰত-আমেৰিকা বাণিজ্য চুক্তিৰ বিৰুদ্ধে ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘কিষাণ মহাপঞ্চায়ত’ক কেন্দ্ৰ কৰি পঞ্জাব-হাৰিয়ানা সীমান্তত তীব্র উত্তেজনাৰ সৃষ্টি হৈছে। “দেশ বাচাও মৰ্চা”ৰ বেনাৰত দিল্লীৰ ঐতিহাসিক ‘কিষাণ ঘাট’ত এই একদিনীয়া কৃষক...

গাড়ীৰ পিছত এইবাৰ পাকঘৰ,ৰেষ্টুৰেণ্টত ঠাই ল’ব ইথানলে

পেট্ৰ’লৰ পিছত এইবাৰ ভাৰত চৰকাৰে ইথানল চিলিণ্ডাৰৰ কথা চিন্তা চৰ্চা কৰিছে। এই সন্দৰ্ভত প্ৰাৰম্ভিক প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন কৰিছে কেন্দ্ৰীয় চৰকাৰে। ঘৰুৱা পাকঘৰৰ ইন্ধন খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ এখন নতুন নীতিৰ খচৰাও প্ৰস্তুত কৰা হৈছে। এই আঁচনি অনুসৰি, অনাগত দিনত ভাৰতীয় গ্ৰাহকে এলপিজি চিলিণ্ডাৰ (LPG) অৰ্থাৎ ৰন্ধন গেছৰ পৰিৱৰ্তে ইথানল (Ethanol) ব্যৱহাৰ কৰি খাদ্য...
1 9 10 11 12 13 18

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us