Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Business

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

কাশ্মীৰত হিংসাত্মক পৰিস্থিতি

চুবুৰীয়া দেশ পাকিস্তান অধিকৃত কাশ্মীৰত সংঘটিত হৈছে এক হিংসাত্মক পৰিস্থিতিৰ। ২৭ জুলাই ২০২৬ৰ সোমবাৰে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে সৃষ্টি হয় এই অনাকাঙ্খিত পৰিস্থিতিৰ। তাৰোপৰি বেলট বাকচ জুই লগাই দিয়াৰ কথাও জানিব পৰা গৈছে।উল্লেখযোগ্য যে, এই হিংসাত্মক পৰিস্থিতিৰ ফলত এজন লোত নিহত হোৱাৰ উপৰি কেইবাজনো লোক গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

বিদেশত ভাৰতীয় খেলুৱৈৰ দপদপনি

বিদেশত ভাৰতীয় খেলুৱৈৰ দপদপনি ৷ বিশেষকৈ উত্তৰ-পূব ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানুৱে ৷ দেওবাৰে গ্লাছগ’ কমনৱেলথ গেমছত মহিলাৰ ৪৮ কেজি শাখাত অভিলেখ সৃষ্টিৰে ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণপদক লাভ কৰে তাৰকা খেলুৱৈ ছাইখম মীৰাবাঈ চানুৱে । ৩১ বছৰীয়া মীৰাবাঈয়ে ৮৫ কেজি ওজন দাঙি ধৰি কমনৱেলথ গেমছৰ মঞ্চত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়...

ৰাজস্থানৰ জয়ছেলমেৰ জিলাত এক মৰ্মান্তিক ঘটনা

ৰাজস্থানৰ জয়ছেলমেৰ জিলাত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । দেওবাৰে নিশা ৰামদেৱৰা আৰক্ষী থানাৰ অন্তৰ্গত লোহাৰকী গাঁৱত সন্দেহজনক পৰিস্থিতিত একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু হয় । স্বামী-স্ত্ৰীৰ লগতে তেওঁলোকৰ দুই সৰু সন্তানৰ মৃত্য়ু হৈছে ।গাঁওখনৰ এটা পানীৰ টেংকিৰ পৰা গঞাই চাৰিওজনৰ মৃতদেহ উদ্ধাৰ কৰে । চাৰিওকে প্ৰত্য়ক্ষ কৰি গাঁৱৰ মানুহে টেংকিৰ পৰা উলিয়াই আনি ততাতৈয়াকৈ...

বানত বিধ্বস্ত উজনি অসম

প্ৰতি বছৰে এই বানপানীৰ ফলত বহু পৰিয়াল সম্পত্তিৰ ক্ষতি হয় লগতে ঘৰ দুৱাৰ নোহোৱা হৈ পৰে। এতিয়া আমাৰ বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ এক শক্তিশালী আৰু বহনক্ষম ব্যৱস্থা স্থাপন কৰাৰ সময়।৯ দিনে বানত বিধ্বস্ত উজনি অসমৰ বহু জিলা। এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৮ জনলৈ বৃদ্ধি পাইছে। বহু লোক সন্ধানহীনো হৈ আছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰশাসনে ৩৫০ তকৈও...

আগষ্টত পুনৰ কঁপি উঠিব ৰাজধানী দিল্লী

৪ আগষ্টত পুনৰ কঁপি উঠিব ৰাজধানী দিল্লী। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বিৰুদ্ধে এইবাৰ দিল্লী কঁপোৱাৰ হুংকাৰ। E20ৰ বিৰুদ্ধে ৪ আগষ্টত সংসদ চলো কাৰ্যসূচী ৰূপায়ন কৰিব হাজাৰ হাজাৰ চালকে। ইথানল মিশ্ৰিত পেট্ৰ’ল বন্ধ কৰাৰ দাবীৰে কৰিব ভয়ংকৰ প্ৰতিবাদ। নীটৰ প্ৰশ্নকাকত ফাদিল বিবাদৰ পাছত ক’কৰোচ জনতা পাৰ্টী’ ৰ সাফল্য আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ ঘটনাৰ পাছত এইবাৰ দেশত...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত সোণৰ পদক লাভ খাদিজা আখতাৱৰ

বিশ্ববিদ্যালয়খনৰ অধীনস্থ ২৭২ খন মহাবিদ্যালয়ৰ কোটি কোটি শিক্ষাৰ্থীৰ মাজৰ পৰা ইংৰাজী মেজৰত শীৰ্ষস্থান দখল কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে খাদিজাই।গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰীক্ষাৰ ফলাফলত উজলি উঠিছে হোজাই জিলাৰ খাদিজা আখতাৰা। আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত নীলবাগানৰ হাজী আজমল আলী কলেজৰ ইংৰাজী বিভাগৰ ছাত্ৰী খাদিজা আখতাৰাই ৮.৯৩ CGPA নম্বৰ লাভেৰে এই কৃতিত্ব অৰ্জন...

অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ উদ্বেগ প্ৰকাশ

অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক্সৰ এটা পোষ্টৰ জৰিয়তে অসমৰ বানত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে । লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।ৰাষ্ট্ৰপতিয়ে এক্সৰ পোষ্টত লিখিছে, “অসমত বানৰ ফলত হোৱা প্ৰাণহানি আৰু ব্যাপক ধ্বংসযজ্ঞই অতিশয় মৰ্মাহত কৰিছে । এই দুৰ্যোগৰ...

বানত এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, এতিয়াও প্ৰায় ৬.৫৫ লাখ লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈ জলবন্দী অৱস্থাত দিন অতিবাহিত কৰিবলগীয়া হৈছে।উল্লেখ্য যে, বানৰ মাজতে শনিবাৰে ৰাজ্যখনত পুনৰ চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে। লগতে মৃত্যু হোৱা লোকসকলৰ ভিতৰত শিৱসাগৰ জিলাৰ ৩ জন আৰু চৰাইদেউ জিলাৰ ১ জন লোক আছে। ৰাজ্যখনত বানৰ ফলত মৃত্যু হোৱা লোকৰ...

কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনশন ভাঙিলে সোণম ৱাংচুকে

অৱশেষত নিজৰ অনশন ভংগ কৰিলে জলবায়ু কৰ্মী তথা বিজ্ঞানী সোণম ৱাংচুকে ৷ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ, পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত তথা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে তেওঁ অনশন আৰম্ভ কৰিছিল ৷ ২৬ দিনৰ অন্তত তেওঁ নিজৰ অনশন ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।এক্স হেণ্ডেলত নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে ৱাংচুকে । ‘‘এইমাত্ৰ কেন্দ্ৰীয় মন্ত্ৰী জে পি...

নীপকোৱে মুকলি কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী

নীপকোৱে মুকলি কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী ৷ বৃহস্পতিবাৰে দিনত দুখন গেটেৰে জলবিদ্যুৎ প্ৰকল্পটোৰ পানী এৰি দিয়াৰ পাছত নিশালৈ চতুৰ্থখন গেট মুকলি কৰে নীপকোৱে ৷সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে নিশা এক পোষ্ট শ্বেয়াৰ কৰি এই বিষয়ে অৱগত কৰাৰ লগতে স্থানীয় ৰাইজক সতৰ্ক হ’বলৈ আহ্বান জনায় ৷ কিয়নো নীপকোৱে এৰি দিয়া পানী দৈয়াং নদীৰে বৈ...
1 8 9 10 11 12 18

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us