উত্তৰাখণ্ডৰ পিছত এইবাৰ হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন
উত্তৰাখণ্ডৰ পিছত এইবাৰ হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন । মঙলবাৰে ৰাজ্যখনৰ মাণ্ডি জিলাৰ সুন্দৰনগৰ মহকুমাৰ জংগম বাগত হোৱা ভূমিস্খলনৰ ফলত ৩ বছৰীয়া শিশুসহ প্ৰায় ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে ।ধাৰাসাৰ বৰষুণৰ ফলতে এই ভূমিস্খলন হোৱাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে নিশা প্ৰায় ৬.৩০ বজাত...








