Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Business

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উজবেকিস্তান আৰু কিৰ্গিজস্তানলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী। ২৯ৰ পৰা ৩০ আগষ্টলৈ প্ৰধানমন্ত্ৰী থাকিব উজবেকিস্তানত। বাণিজ্য, স্বাস্থ্য, শিক্ষা আদি বিষয়ত হ’ব দ্বিপাক্ষিক বৈঠক। ইয়াৰ পাছতে ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত কিৰ্গিজস্তানত থাকিব মোদী। SCO সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। এই বৈঠকতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতেও বৈঠকৰ সম্ভাৱনা। প্ৰধানমন্ত্ৰীৰ...

শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক

শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক। চেন্নাই বিমান বন্দৰত উপস্থিত ভাৰতীয় মাছমৰীয়াসকল। শ্ৰীলংকাৰ নৌ সেনাই গ্ৰেপ্তাৰ কৰিছিল মাছমৰীয়াকেইজনক। সামুদ্ৰিক আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাত গ্ৰেপ্তাৰ কৰিছিল আটাইকেইজনক। শ্ৰীলংকাৰ নৌ সেনাই গ্ৰেপ্তাৰ কৰি গতাই দিছিল ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ক। কলম্বোস্থিত ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ে ভাৰতীয় মাছমৰীয়াকেইজনক প্ৰেৰণ কৰিলে স্বদেশলৈ।

বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে নেপালত

নেপালৰ বানত এইপৰ্যন্ত ৬০০ জনৰ মৃত্যু হোৱাৰ লগতে ২৫০০জন নিৰুদ্দেশ হৈ আছে । এই বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে ৷নেপালৰ বানত অসমৰ কাৰ্বি আংলং জিলাৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰীসহ ১২জন লোক সন্ধানহীন হৈ আছে ৷ তেওঁলোকৰ সৈতে বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই ৷ মুখ্যমন্ত্ৰী ডঃ...

বৰষুণৰ বাবে নেপালত সাময়িকভাৱে স্থগিত উদ্ধাৰ অভিযান

নেপালৰ বিধ্বংসী বানৰ ফলত মৃতকৰ সংখ্যা ৬০০ৰ ওচৰ পাৱাইছেগৈ। এতিয়ালৈকে ৫৮৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২,৫০০ জন লোক নিখোজ হৈ আছে। এই প্ৰাকৃতিক দুৰ্যোগত বৃহৎ সংখ্যক ভাৰতীয়ও আৱদ্ধ হৈ পৰিছে।উল্লেখ্য যে, নেপালৰ ত্ৰিশুলি অঞ্চলত হৈ থকা প্ৰচণ্ড বৰষুণৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে উদ্ধাৰ অভিযান ৷ যাৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে...

নেপালৰ জলপ্ৰলয়ৰ আঁৰৰ কাৰণ কি?

নেপালৰ জলপ্ৰলয়ে ইতিমধ্যে তচনচ কৰিছে সকলোবোৰ। এক হাঁহাকাৰ পৰিস্থিতিৰ মাজত দিন পাৰ কৰিছে নেপালবাসীয়ে। শেহতীয়াকৈ পোহৰলৈ আহিছে যে, তিব্বত সীমান্তৰ সমীপত হিমবাহ স্খলন (Ice-rock avalanche) বা হিমবাহৰ হ্ৰদ বিস্ফোৰণৰ (GLOF) ফলত নদীৰ পানীৰ স্তৰ মাত্ৰ ৩০ মিনিটৰ ভিতৰত ৯ মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছিল। আৰু এই প্ৰলয়ে ৰচুৱা, নুৱাকোট আৰু ধাডিং জিলা ধ্বংস নিমিষতে কৰি পেলায়।নেপালৰ...

বিহাৰলৈ অহা ভাবুকি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ অমিত শ্বাহৰ

নেপালৰ পৰিস্থিতিৰ ফলত বিহাৰৰ সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সম্ৰাট চৌধৰীৰ সৈতে বাৰ্তালাপ গৃহমন্ত্ৰী অমিত শ্বাহৰ ।টেলিফোনিক বাৰ্তালাপত শ্বাহে বিহাৰ চৰকাৰক পৰিস্থিতিৰ পৰা উদ্ভৱ হোৱা যিকোনো সম্ভাব্য সংকটৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে ।গৃহমন্ত্ৰীগৰাকীয়ে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় প্ৰস্তুতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে । তেওঁ...

নেপালক সহায়ৰ বাবে সাজু ভাৰত

তিব্বতৰ পৰা নামি অহা ভোটেকোশী নৈৰ বাঢ়নী পানীয়ে নেপাল-চীন সীমান্তৰ ৰাছুৱা জিলাৰ টাইমুৰে আৰু ছাইপ্ৰুবেছি অঞ্চলত ব্যাপক ধ্বংসলীলা চলায় । নেপালৰ এই দুৰ্যোগৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উপ-ৰাষ্ট্ৰপতিৰ লগতে বিভিন্নজনে । ভাৰতে সকলো ধৰণে নেপালক সহায় আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰিছে ।প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে বাৰ্তালাপ কৰিছে ৷ এক্সত...

গংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনা

বিহাৰৰ ৰাঘপুৰৰ গংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনা।বিহাৰৰ ভাগলপুৰৰ ৰাঘোপুৰত সংঘটিত এই শোকাবহ ঘটনাত বৰ্তমানলৈ কেইবা ডজন লোক নিৰুদ্দেশ।ঘটনাস্থলিত NDRF উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে।হঠাতে জলপৃষ্ঠ বৃদ্ধিৰ বাবেই সংঘটিত হৈছে এই দুৰ্ঘটনা..!কেমেৰাত বন্দী শিহৰণকাৰী নাও দুৰ্ঘটনাৰ দৃশ্য।১৯জন শ্ৰমিকক উদ্ধাৰ, নিখোজ ২জন শ্ৰমিক।

কৰ্ণাটক-মহাৰাষ্ট্ৰৰ মাজত গুৰুত্বপূৰ্ণ নবীকৰণযোগ্য শক্তি কৰিডৰ গঢ়িব আদানি এনাৰ্জিয়ে

আদানি এনাৰ্জি ছলিউচন লিমিটেডে (AESL) মহাৰাষ্ট্ৰত প্ৰায় ৪,৭০০ কোটি টকাৰ এক বৃহৎ ট্ৰেন্সমিছন প্ৰকল্প লাভ কৰিছে, যাৰ জৰিয়তে ৪,৫০০ মেগাৱাটলৈকে নবীকৰণযোগ্য আৰু পাম্পড্ ষ্ট’ৰেজ শক্তি কঢ়িয়াই নিয়া হ’ব। “ছাটাৰাৰ ওচৰত পাম্পড্ ষ্ট’ৰেজ সম্ভাৱনাক সামৰি ল’বলৈ পশ্চিমাঞ্চলত নেটৱৰ্ক সম্প্ৰসাৰণ আঁচনি (৪৫০০ মেগাৱাটলৈকে) – পাৰ্ট এ” শীৰ্ষক প্ৰকল্পটো টেৰিফ ভিত্তিক প্ৰতিযোগিতামূলক নিবিদা (Tariff Based Competitive Bidding) প্ৰক্ৰিয়াৰ...

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। চহৰখনৰ ‘পাকিস্তান ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ’ (PIMS) হাস্পতালৰ স্ত্ৰী ৰোগ আৰু প্ৰসূতি (Gynecology) বিভাগত বুধবাৰে পুৱা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। বুধবাৰে পুৱাৰ ভাগত হাস্পতালখনৰ নৱজাতক পৰিচৰ্যা গোটত (NICU) হঠাতে জুইৰ সূত্ৰপাত হয়। মুহূৰ্তৰ ভিতৰতে জুইৰ শিখাই সমগ্ৰ ৱাৰ্ডটো আগুৰি ধৰে আৰু ধোঁৱাময় পৰিবেশৰ সৃষ্টি হয়।অগ্নিনিৰ্বাপক...
1 2 3 4 5 18

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us