Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

১১ৰ পৰা ১৬ আগষ্টলৈ দেশৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) জাৰি কৰা শেহতীয়া বুলটিন অনুসৰি, ১১ আগষ্টৰ পৰা ১৬ আগষ্টলৈকে দেশৰ বিভিন্ন অঞ্চলত ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ পূৰ্বানুমান কৰা হৈছে। ইয়াৰ উপৰিও বজ্ৰপাত, ধুমুহা আৰু প্ৰবল বতাহ অহাৰ সম্ভাৱনা আছে। অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত ১২ আগষ্টৰ পৰা ১৬ আগষ্টলৈকে বিস্তীৰ্ণ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে। নাগালেণ্ড,...

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এক হাজাৰ বানাক্ৰান্ত পৰিয়ালক সাহায্য প্ৰদান  “অপৰূপা”ৰ

ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী মহিলা সংস্থা “অপৰূপা”ৰ উদ্যোগত ,  হেল্প গ্ৰুপ , উদ্দীপনা আৰু ঈৰ্ষানাৰ সহযোগত ৬ আগষ্টত  শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ  বান বিধস্ত  যমুনা ৰ’ড,দিচাং,ৰুক্মিণী নগৰ,মাজগাও,নিমাইজান,বেতবাৰী,ভটীয়াপাৰৰ প্ৰায় এক হাজাৰ পৰিয়ালক সাহাৰ্য প্ৰদান কৰাৰ লগতে জীৱ-জন্তুকো খাদ্য প্ৰদান কৰে৷ ইয়াৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ওষধ পাতিও যোগান ধৰে অপৰূপাই৷ প্ৰতি বছৰে বানত ক্ষতিগ্ৰস্ত  অঞ্চলসমূহত অপৰূপাই এইদৰে...

মণিপুৰ হিংসাৰ গোচৰ; চিবিআই-এনআইএৰ তদন্তাধীন গোচৰৰ বাবে বিশেষ আদালত গঠনৰ নিৰ্দেশ

২০২৩ চনৰ মণিপুৰৰ জাতিগত হিংসাক কেন্দ্ৰ কৰি চলি থকা গোচৰসমূহৰ দ্ৰুত বিচাৰৰ প্ৰয়োজনীয়তা বিবেচনা কৰি সোমবাৰে গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। চিবিআই আৰু এনআইএৰ তদন্তাধীন গোচৰসমূহৰ বিচাৰৰ বাবে দুখন বিশেষ আদালত গঠনৰ বিষয়টো বিবেচনা কৰিবলৈ মণিপুৰ আৰু অসম চৰকাৰসহ সংশ্লিষ্ট পক্ষসমূহক নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনৰ...

অবৈধ গো-সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; ৰূপহী নিউ মাৰ্কেটত সাতটা গো-ধন জব্দ

ৰাজ্যত অব্যাহত থকা অবৈধ গো-সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই থকা অভিযানৰ সময়তে এইবাৰ এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল ৰূপহীহাট আৰক্ষী। ৰূপহী নিউ মাৰ্কেটত অভিযান চলাই আৰক্ষীয়ে সাতটা গো-ধন জব্দ কৰাৰ লগতে সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত এজন লোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। অভিযানকালত গো-ধনকেইটা কচাই হুছেইন আলিৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয়। আৰক্ষীৰ অভিযানৰ...

গুৱাহাটী-শিলচৰ, গুৱাহাটী-দুল্লাভচেৰা ৰেল বাতিল, অগপতল-তেজসকে ধৰি ৮ খন ৰেলৰ সময় সলনি

নিউ হাৰংগাজাও ষ্টেচনৰ ওচৰত ৰেলপথৰ Line-1 আৰু Line-2 ছেটল হোৱাৰ বাবে চলি থকা মেৰামতি কামৰ বাবে উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে (NFR) য়ে কেইবাখনো ৰেলৰ চলাচল বাতিল আৰু পুনৰ্নিৰ্ধাৰণ কৰিছে।লামডিং-বদৰপুৰ পাহাৰীয়া খণ্ডত ৰেল চলাচল বৰ্তমান Line-3 ৰে উন্নত সুৰক্ষা ব্যৱস্থাৰে চলি আছে।মেৰামতি কামৰ বাবে NFR য়ে ৰেল সেৱাত অতিৰিক্ত পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে।NFR ৰ এজন বিষয়াই কয়,...

এখন গেমত পৰাজয়ৰ পিছতো অশ্মিতাৰ ঘূৰি অহা: ১৪-২১, ২১-১৪, ২১-১৪ ত ক’ৰিয়া মাষ্টাৰ্ছৰ মুকুট

অসমৰ বেডমিণ্টন খেলুৱৈ অশ্মিতা চলিহাই দেওবাৰে ক’ৰিয়া মাষ্টাৰ্ছৰ ফাইনেলত চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত হান কিয়ান শ্বিক এখন গেমত পৰাজয়ৰ পিছত ঘূৰি আহি পৰাস্ত কৰি ইতিহাস ৰচনা কৰে। এই প্ৰতিযোগিতাখন জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় অশ্মিতা।২৬ বছৰীয়া বাঁওহাতী খেলুৱৈগৰাকীয়ে হানক ১৪-২১, ২১-১৪, ২১-১৪ পইণ্টত ৫৩ মিনিটত পৰাস্ত কৰি কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ খিতাপটো দখল কৰে।...

“সম্পত্তি বাজেয়াপ্ত নহয়, সহযোগিতা বিচাৰোঁ” – এফচিআৰএৰ ওপৰত এচিএফৰ ৪ দফীয়া দাবী

অসম খ্ৰীষ্টিয়ান ফ’ৰামে ২০২৬ চনৰ ২৫ মাৰ্চত লোকসভাত উত্থাপন কৰা আৰু বাৰিষা অধিৱেশনত পুনৰ উত্থাপন কৰাৰ সম্ভাৱনা থকা প্ৰস্তাৱিত বিদেশী বিত্তীয় সাহায্য (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক, ২০২৬ ৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ফ’ৰামৰ মুখপাত্ৰ এলেন ব্ৰুকছে কয়, “আমি উত্তৰ-পূৰ্বৰ সাংসদসকল আৰু কেন্দ্ৰীয় চৰকাৰক এই দমনমূলক বিধানসমূহ পৰিত্যাগ কৰিবলৈ আৰু প্ৰাকৃতিক ন্যায়ৰ নীতি অনুসৰি বিদ্যমান বিদেশী...

একশৃংগ গঁড় ৰক্ষাৰ যুঁজাৰু: কাজিৰঙাত বিশেষ গঁড় সুৰক্ষা বাহিনীক স্বীকৃতি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰ বিৰোধী অভিযান শক্তিশালী কৰিবলৈ নিযুক্তি দিয়া বিশেষ গঁড় সুৰক্ষা বাহিনী (SRPF) ক শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীত অসমৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু কেশৱ মহন্ত উপস্থিত থাকে। কাৰ্যসূচীত কাজিৰঙাৰ একশৃংগ গঁড়ৰ জনসংখ্যা সুৰক্ষাৰ বাবে নিয়োজিত অগ্ৰণী বনকৰ্মীসকলৰ অৱদানক...

বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথক কেন্দ্ৰৰ সেউজ সংকেত; ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা

বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথৰ প্ৰস্তাৱক গুৰুত্বসহকাৰে বিবেচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিজেপি সাংসদ সুষ্মিতা দেৱে দাখিল কৰা স্মাৰক-পত্ৰৰ উত্তৰত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰস্তাৱিত বিকল্প ৰে’লপথৰ প্ৰকল্পটো প্ৰক্ৰিয়াধীন হৈ থকাৰ কথা জনোৱাৰ লগতে ইয়াৰ বাবে প্ৰায় ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনাৰ কথাও অৱগত কৰে। বৰাক উপত্যকাৰ জনসাধাৰণৰ বাবে বিকল্প ব্ৰডগজ ৰে’লপথৰ দাবী এতিয়া...

উজনি অসমৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ বৃদ্ধি; ১৩খন জিলাত এতিয়াও প্ৰভাৱিত ১.৫৫ লাখতকৈ অধিক লোক

বান শাম কাটিলেও এতিয়াও অন্ত পৰা নাই বানে সৃষ্টি কৰা বিভীষিকা! উজনি অসমত সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিৰ মাজতে আৰু এজন লোকৰ মৃত্যু হোৱাত চলিত বৰ্ষৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ বৃদ্ধি পাইছে। চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰত সংঘটিত হৈছে শেহতীয়া মৃত্যুৰ ঘটনা। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, শুকুৰবাৰে বানপীড়িত জিলাৰ সংখ্যা ১৫খনৰ...
1 17 18 19 20 21 33

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us