বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন, বিদেশত থকাৰ খবৰ
বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন, বিদেশত থকাৰ খবৰ যোৰহাট: ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰাৰ সময়তে শিক্ষাৰ নগৰী যোৰহাটতো বানপানীয়ে ব্যাপক ক্ষতিসাধন কৰিছে। বহু লোকৰ ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। ইফালে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত বহু লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে।...








