Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Dipshikha Dipshikha

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

বলিউডৰ ভাই জানৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে

বলিউডৰ ভাই জানৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মুম্বাইত এক ৰাজহুৱা অনুষ্ঠানত উপস্থিত হোৱাৰ পাছত জনপ্ৰিয় অভিনেতাগৰাকীৰ ভিডিঅ’ক এটা সামাজিক মাধ্যমত অনুৰাগীসকলে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে। চিন্তিত হৈছে ছলমান খানৰ অনুৰাগীসকল। শেহতীয়াকৈ ছলমান খানে বান্দ্ৰাস্থিত স্লাম ৰিহেবিলিটেশ্যন অথৰিটি (SRA)ৰ কাৰ্যালয়ৰ এক অনুষ্ঠানত উপস্থিত হয়। এই অনুষ্ঠানত তেওঁ সংস্থাটোৰ নতুনকৈ স্থাপন কৰা ডাটা কলেকশ্যন...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ গুলীৰ লক্ষ্য হৈ পৰিল এটা গভাইত চোৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা সময়তে আৰক্ষীয়ে চলোৱা গুলীচালনাত আজনবী আলী নামৰ এজন কুখ্যাত চোৰটো গুৰুতৰভাৱে আহত হয়। আহত চোৰটোৰ ঘৰ বৰপেটাত বুলি চিনাক্ত কৰা হৈছে।

জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ

জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ। শনিবাৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ পুঞ্চ আৰু ৰাজৌৰী জিলাত সংঘটিত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা আকস্মিক বানে চৰম বিপৰ্যয় কঢ়িয়াই আনিছে। ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগত ইতিমধ্যে ৬ গৰাকী লোকে কৰুণভাৱে প্ৰাণ হেৰুৱালগীয়া হৈছে। হঠাতে অহা বানে সমগ্ৰ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰিছে। বাসগৃহ, খেতি-পথাৰৰ লগতে আন্তঃগাঁথনিৰো...

জীৱিত অৱস্থাতে গোটে গোটে এটি শিশুক গিলি থ’লে এটা ঘঁৰিয়ালে

এক হৃদয় বিদাৰক ঘটনা ৷ জীৱিত অৱস্থাতে গোটে গোটে এটি শিশুক গিলি থ’লে এটা ঘঁৰিয়ালে ৷ আচৰিত যেন লাগিলেও এয়া সঁচা ঘটনা ৷ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনাটো ৷জানিব পৰা মতে, এজন কৃষকে পথাৰত ধান ৰুই আছিল ৷ খেতিয়কজনৰ নাম উদয় ৰাজ সিং ৷ তেওঁৰ লগত পথাৰলৈ আহিছিল বণ্ডী থানা এলেকাৰ টিকুৰি গাঁৱৰ বাসিন্দা...

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন। উদ্যানখনত কৰ্তব্যৰত অৱস্থাতে নিজৰ চাৰ্ভিচ ৰাইফলৰ পৰা ওলোৱা গুলীত গুৰুতৰভাৱে আহত হয় এজন বনকর্মী। আহত বনকৰ্মীজনক বিপিন ডেকা বুলি চিনাক্ত কৰা হৈছে।ঘটনাৰ পাছত বনকৰ্মীজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে GMCH-ৰ আই চি ইউ ত ভৰ্তি...

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি এক সোণালী অধ্যায়ৰ সূচনা

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি এক সোণালী অধ্যায়ৰ সূচনা । ভাৰতীয় মহাকাশ গৱেষণাৰ ইতিহাসত এক নতুন বিপ্লৱৰ সূচনা কৰি সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ প্ৰযুক্তিৰে নিৰ্মিত ‘বিক্ৰম-১’ৰকেটে মহাকাশলৈ উৰা মাৰিলে। হায়দৰাবাদস্থিত ষ্টাৰ্ট-আপ কোম্পানী ‘স্কাইৰুট এৰ’স্পেচ’ৰ দ্বাৰা নিৰ্মিত এই ছেটেলাইটোৰ উৎক্ষেপণক ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ বাবে আটাইতকৈ ডাঙৰ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে। ১২ বাজি ৫ মিনিটত...

সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ গৰ্জন

সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ গৰ্জন ৷ তেওঁৰ সন্মতি অবিহনে সোণম ৱাংচুকক কোনো চিকিৎসা নকৰাবলৈ আৰক্ষীক সকীয়নি ৷‘‘মোৰ অনুমতি অবিহনে কোনেও সোণম ৱাংচুকক হাত নলগাব ৷ মোৰ অনুপস্থিতিত, মোৰ সন্মতি অবিহনে তেওঁক কোনো যাতে চিকিৎসা কৰা নহয় ৷’’ এই মন্তব্য সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ ৷ইফালে দিল্লী আৰক্ষীয়ে উল্লেখ কৰা মতে, বিশেষজ্ঞ চিকিৎসাৰ...

পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা

পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । ৰে’লৱে ক্ৰছিঙৰ গেট খোলাৰ ৰখাৰ ফলতে যাত্ৰীবাহী ৰে’লে স্কুল ভেনত খুন্দা মাৰিলে। মুৰ্চিদাবাদৰ বেহৰমপুৰত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চাৰিজন ছাত্ৰসহ মুঠ ৫ জনে, আনহাতে আন ৬ টি শিশু গুৰুতৰভাৱে আহত হয়।ৰে’লৱে ক্ৰছিঙৰ গেট খোলা থকাৰ ফলতে সংঘটিত এক শোকাৱহ ঘটনা ।

অসমৰ ক্ৰীড়া জগতলৈ কঢ়িয়াই আনিলে এক সু-খবৰ

অসমৰ ক্ৰীড়া জগতলৈ কঢ়িয়াই আনিলে এক সু-খবৰ। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া Commonwealth Games 2026 ৰ বাবে নিৰ্বাচিত হৈছে অসমৰ প্ৰতিভাৱান পেৰা-চাইক্লিষ্ট লীছা দাস । মাত্ৰ ১৬ বছৰ বয়সতে লীছাই সমগ্ৰ ভাৰতীয় দলটোৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে এক অনন্য কীৰ্তিমান গঢ়িবলৈ সক্ষম হৈছে। তেওঁ এই ক্ৰীড়া মহোৎসৱত ‘পেৰা ট্ৰেক চাইক্লিং’ ইভেণ্টৰ ‘Women’s C5’ বিভাগত ভাৰতক...

আকৌ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা

আকৌ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিশ্বৰ আনবোৰ ৰাষ্ট্ৰৰ লগতে ভাৰতৰ বাবেও এয়া এক চিন্তাৰ বিষয়।আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আৰম্ভ হৈছে যুদ্ধ। যাৰ ফলত সমগ্ৰ বিশ্বই ইন্ধনৰ নাটনিৰ সমুখীন হোৱাৰ আশংকাই দেখা দিছে। এফালে আমেৰিকাই ষ্ট্ৰেইট অৱ হৰমুজত নাকাবন্দী লগাইছে, আনফালে, ইৰাণৰ ইছলামিক ৰেভলিউশ্যনেৰি গাৰ্ড কৰ্পছ চমুকৈ IRGC-য়ে কৈছে যে- যেতিয়ালৈকে হৰমুজ...
1 9 10 11 12 13 18

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us