Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Dipshikha Dipshikha

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

মৃত্যু হ’ব নেকি সোনম ৱাংচুকৰ ?

প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা খণ্ডত অন্যান্য দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সমাজকৰ্মী সোনম ৱাংচুকে আমৰণ অনশনত বহি আছে । এই অনশনে ইতিমধ্যে ১৮ দিনত ভৰি দিছে আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছে । তেওঁৰ শৰীৰৰ ওজনো ৮.৫ কেজি হ্ৰাস পোৱা বুলি প্ৰকাশ পাইছে । এনে ক্ষেত্ৰত বাংচুকৰ জীৱনলৈ যিকোনো মুহূৰ্ততে ভাবুকি...

অসমতো ফিফা বিশ্বকাপৰ লহৰ

অসমতো ফিফা বিশ্বকাপৰ লহৰ দেখিবলৈ পোৱা গৈছে ৷ জনসাধাৰণৰ উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰীয়ে বুধবাৰে এক বিশেষ ঘোষণা কৰে ৷পোষ্টটোত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ফুটবলে মানুহক একত্ৰিত কৰে, আৰু আমি বিচাৰো যে আমাৰ ক্ৰীড়াপ্ৰেমীসকলে ফিফা বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেল অসুবিধা নোহোৱাকৈ উপভোগ কৰক । মই গুৱাহাটীৰ জিলা প্ৰশাসনক ১৫, ১৬, ১৯ আৰু ২০ জুলাইৰ পুৱা...

বন বিভাগত চলি থকা ব্লেক মেইল সম্পূৰ্ণৰূপে বন্ধ হ’ব

বন্যপ্ৰাণী সুৰক্ষাৰ নামত একাংশ লোকে চলাই থকা ‘ব্লেক মেইল’ৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা। বন বিভাগৰ কাম-কাজ আৰু বন্য প্ৰাণী সুৰক্ষাৰ অচিলা লৈ একাংশ স্বাৰ্থান্বেষী লোকে সাধাৰণ তথা দৰিদ্ৰ ৰাইজক ভয়-ভাবুকিৰে হাৰাশাস্তি কৰাৰ যি ষড়যন্ত্ৰ চলাইছে,সেয়া কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। সদনত আলোচনাৰ মাজতে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই...

কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন।

কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন। গুৱাহাটী-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাট চকৰ সমীপত সাধাৰণ দিনৰ দৰেই সোমবাৰে পুৱাৰ ভাগত যান-বাহনৰ চলাচল হৈ আছিল। ঠিক তেনে সময়তে পাহাৰৰ এটা অংশৰ পৰা ধাৰাষাৰভাৱে ৰঙা মাটি আৰু ডাঙৰ শিল বাগৰি আহে। কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ব্যস্ত ৰাজপথত তীব্ৰ যান-জঁটৰ মাজতেই পাহাৰৰ ৰঙা মাটি খহি ৰাজপথৰ...

দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং

আজিৰে পৰা দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। কাৰিকৰী বিজুতিৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। এই সময়ছোৱাত দলংখনেৰে সকলো ধৰণৰ যান-বাহনৰ চলাচল দুয়োফালৰ পৰা নিষিদ্ধ কৰা হৈছে।পুৰণি শৰাইঘাটৰ দলং বন্ধ থকাৰ সময়ছোৱাত নতুন দলঙেৰে হ’ব যাতায়াত। মেৰামতিৰ কাম সুচাৰুৰূপে চলাই নিবলৈ আৰু যান-জঁটৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসনে ৩১ জুলাইলৈকে গধূৰ যান-বাহনৰ গতিপথ...

ক’লা পোছাক পিন্ধি বিধানসভাৰ চৌহদত অখিল গগৈৰ প্ৰতিবাদ

শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলে আৰু আদিত্য ৰাভাক মুকলি কৰি দিয়াৰ দাবীত বিধানসভা চৌহদত প্ৰতিবাদ ।অখিল গগৈ আৰু ধিঙৰ ৰাইজৰ দলৰ বিধায়ক মেহবুব মুখতাৰে সোমবাৰে ক’লা পোচাক পৰিধান কৰি আৰু মুখত ক’লা কাপোৰ বান্ধি বিধানসভালৈ আহিল ।শেহতীয়াকৈ মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলে আৰু কৃষক নেতা আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ৰাইজৰ দলৰ...

উজনিমুৱা আৰু গুৱাহাটী অভিমুখী হাজাৰ হাজাৰ বাহন আবদ্ধ

পুনৰ কৃত্ৰিম বানত বুৰিল যোৰবাট । উজনিমুৱা আৰু গুৱাহাটী অভিমুখী হাজাৰ হাজাৰ বাহন আবদ্ধ । পুনৰ উজনি-নামনিমুৱা যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰিছে । এজাক মুষলধাৰ বৰষুণৰ পিছতে যোৰাহাটত সাগৰসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে । যোৰাবাট আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হোৱাৰ ফলত কেইবাখনো ব্যক্তিগত তথা বাণিজ্যিক বাহন, অট’ৰিক্সা আৰু...

মই এছ এফ আই কেনেকৈ হৈ গ’লো ! মই আচৰিত হৈছো

”মই আচৰিত হৈছো। মই এছ এফ আই কেনেকৈ হৈ গ’লো !মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহো বুলি কৈছে, ৫০ হাজাৰ মানুহৰ চাকৰি খাইছো বুলি কৈছে। এচাম মানুহে ইমান উঠি- পৰি লাগিছে মোক বদনাম কৰিবলৈ। মই তেনেই সাধাৰণ ল’ৰা, ছবি আঁকি ভালপাওঁ” – এই মন্তব্য চিত্ৰশিল্পী মাৰ্শ্বাল বৰুৱাৰ।উল্লেখযোগ্য যে, গণেশগুৰিৰ উৰণ সেতুৰ জুবিন গাৰ্গৰ ছবি মচা ঘটনাক...

সুৰা প্ৰস্তুত কৰা কোম্পানীলৈ জাননী…

দেশৰ খাদ্য সুৰক্ষা নিয়ন্ত্ৰক সংস্থা ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অৱ ইণ্ডিয়া (এফএছএছএআই)-এ বিভিন্ন সুৰা প্ৰস্তুতকাৰী সংস্থালৈ জাননী জাৰি কৰিছে।পৰিদৰ্শনৰ সময়ত ৰাম, ব্ৰেণ্ডি, জিন, হুইস্কি, ৱাইন আৰু বীয়েৰ দৰে সুৰাত প্ৰাকৃতিক সোৱাদ আৰু সুগন্ধ অনুকৰণ কৰিবলৈ কৃত্ৰিম ফ্লেভাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।এফএছএছএআইয়ে সদৰী কৰা অনুসৰি, মদ্যপানীয়সমূহত কেৱল স্বাভাৱিকভাৱে উৎপন্ন হোৱা সোৱাদ আৰু সুগন্ধ থাকিব...

বিশ্বজুৰি তেলৰ মূল্য ৫শতাংশ বৃদ্ধি…

মধ্যপ্ৰাচ্যত পুনৰ সৃষ্টি হোৱা তীব্ৰ সামৰিক উত্তেজনাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু অৰ্থনীতিত এক ডাঙৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে।আমেৰিকাই ইৰানৰ ওপৰত চলোৱা নতুন সামৰিক আক্ৰমণৰ পাছতেই দুয়োখন দেশৰ মাজত বৰ্তি থকা যুদ্ধবিৰতি চুক্তিৰ অন্ত পৰা বুলি স্পষ্ট ইংগিত দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই বিস্ফোৰক ঘোষণাৰ লগে লগেই বিশ্ব বজাৰত খাৰুৱা তেলৰ (Crude Oil) মূল্য...
1 10 11 12 13 14 18

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us