Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Newsbeat

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

পাকয়ং জিলাত SIR 2026 ৰ অধীনত ৫৯১ টা শুনানি অনুষ্ঠিত

২০২৬ চনৰ Special Intensive Revision (SIR) ৰ অংশ হিচাপে ভোটাৰ তালিকাৰ কাম চিকিমৰ পাকয়ং জিলাতো অব্যাহত আছে। এই কামৰ অংশ হিচাপে সংশ্লিষ্ট বিধানসভা সমষ্টিসমূহত ‘No Mapping’ শ্ৰেণীৰ অধীনৰ শুনানি আৰু ‘Logical Discrepancy’ শ্ৰেণীৰ ভোটাৰসকলৰ শুনানিও চলি আছে। নিৰ্ধাৰিত Electoral Registration Officers (EROs), Assistant Electoral Registration Officers (AEROs) আৰু Additional Assistant Electoral Registration Officers (AAEROs) ৰ...

IMDৰ ৰেড এলৰ্ট: অৰুণাচলবাসী সতৰ্ক হওক, আকস্মিক বান-ভূমিস্খলন হ’ব পাৰে

বুধবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) প্ৰকাশ কৰা অনুসৰি, অহা দুদিনত অৰুণাচল প্ৰদেশৰ কেইবাখনো ঠাইত বজ্ৰপাতৰ লগত ধুমুহা আৰু ধাৰাসাৰ পৰা অতি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। এই বতৰৰ পূৰ্বাভাসৰ প্ৰেক্ষিতত ৰাজ্যৰ দুৰ্বল অঞ্চলসমূহত আকস্মিক বানপানী আৰু ভূমিস্খলনৰ বাবে সতৰ্ক হৈ থকিবলৈ ৰাইজক অনুৰোধ কৰা হৈছে। ইটানগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ৩০ আৰু ৩১ জুলাই, বৃহস্পতিবাৰ...

নিউ হাৰাংগাজাওৰ ওচৰত ৰেলপথত ভূমি বহাৰ ফলত লামডিং–বদৰপুৰত ৰেল সেৱা ব্যাহত

নিউ হাৰাংগাজাও ষ্টেচনৰ ওচৰত ৰেলপথত ভূমি বহি যোৱাৰ ফলত লামডিং–বদৰপুৰ পাহাৰীয়া অংশত ৰেল সেৱা ব্যাহত হৈছে। যাৰ ফলত উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে (NFR)-ই ৰেল চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু ক্ষতিগ্ৰস্ত অংশত ৰাতি যাত্ৰীবাহী ৰেল চলাচল সাময়িকভাৱে স্থগিত ৰাখিছে।ৰেল কৰ্তৃপক্ষই কয় যে নিউ হাৰাংগাজাও ষ্টেচনৰ ওচৰত লাইন-১ আৰু লাইন-২ দুয়োটাতে ভূমি বহি গৈছে। বৰ্তমান সকলো ৰেল কঠোৰ...

অসমৰ দুগ্ধ খণ্ডই বিশ্ব বজাৰত খোজ: পুৰাবি আইচক্ৰিম ভূটানলৈ

অসমৰ দুগ্ধ খণ্ডৰ সম্প্ৰসাৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰ জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ প্ৰথমখন দুগ্ধজাত সামগ্ৰী ৰপ্তানিৰ শুভাৰম্ভ কৰে। এইবাৰ ভূটানলৈ ৫,৬২৭ লিটাৰ পুৰাবি প্ৰিমিয়াম আইচক্ৰিম ৰপ্তানি কৰা হৈছে। পশ্চিম অসম মিল্ক উদ্যোগ লিমিটেডে (WAMUL) স্থানীয় দুগ্ধ উৎপাদনকাৰী কৃষকৰ পৰা সংগ্ৰহ কৰা আৰু কৃষি আৰু প্ৰক্ৰিয়াকৃত...

ৰেফ্ৰিজাৰেটেড বাহনৰ জৰিয়তে মেচুকাৰ ট্ৰাউট এতিয়া আালো, পাছিঘাট আৰু ইটানগৰত

অৰুণাচল প্ৰদেশৰ মীনপালন খণ্ডক শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। মীনপালন বিভাগে শ্বি-ইয়মি জিলাৰ মেচুকাৰ প্ৰিমিয়াম ৰেইনব’ ট্ৰাউট বজাৰলৈ নিবৰ বাবে এটা ৰেফ্ৰিজাৰেটেড পৰিবহণ সেৱা আৰম্ভ কৰিছে।মীনপালন মন্ত্ৰী গেব্ৰিয়েল ডি. ৱাংছুৱে প্ৰায় ৩০০ কেজি অৰ্থাৎ ৩ কুইণ্টল ৰেইনব’ ট্ৰাউট লৈ যোৱা প্ৰথমখন ৰেফ্ৰিজাৰেটেড বাহনক আালো, পাছিঘাট আৰু ইটানগৰৰ বজাৰৰ বাবে ফ্লেগ অফ কৰে।...

চান্দেল-টেংনৌপালত অসম ৰাইফেলছৰ সফল অভিযান, ৭ বিদ্ৰোহী আটকৰ লগতে AK-47 জব্দ

ধাৰাবাহিক চোৰাংচোৱা তথ্যভিত্তিক অভিযান চলাই অসম ৰাইফেলছৰ জোৱানে মণিপুৰত নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনৰ সাতজন কেডাৰক আটক কৰে।ভাৰত-ম্যানমাৰ সীমান্তৰ লগতে চান্দেল, টেংনৌপাল আৰু কাকচিং জিলাত চলোৱা এই অভিযানত এটা এ কে-৪৭ ৰাইফল, দুটা ম’ল’টভ ককটেইল আৰু পাঁচ জাই .২২ এমুনিচনৰ জীৱন্ত গুলি উদ্ধাৰ কৰা হয়। আটক কৰা আটাইকেইজন কেডাৰ আৰু উদ্ধাৰ হোৱা সামগ্ৰীসমূহ পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ...

চিক্কিমত ভূমিস্খলনৰ বলি ২ জন, আহতক চিকিৎসালয়লৈ প্ৰেৰণ

শনিবাৰে আবেলি চিক্কিমৰ ৰাৱাংলা মহকুমাৰ অধীনস্থ বৰ্মেলি দলঙৰ ওচৰত হঠাতে হোৱা ভূমিস্খলনত দুজন লোকৰ মৃত্যু হয় আৰু চাৰিজন আহত হয়। নিহত দুজনক ফামটাম জিপিইউৰ লাল বীৰ ৰাই বৰং আৰু বৰ্মেলি ৱাৰ্ডৰ মান বাহাদুৰ গুৰুং বুলি চিনাক্ত কৰা হৈছে। চৰকাৰী তথ্য অনুসৰি, সদা গাঁও আৰু ফামটাম গাঁও সংযোগী পথটো ভূমিস্খলনত বন্ধ হৈ পৰাৰ পাছত সেই পথ...

৫০ ৰো অধিক শ্বহীদক স্মৰণ কৰি পশ্চিম কামেংত কাৰ্গিল বিজয় দিৱস পালন

ৰবিবাৰে পশ্চিম কামেং জিলাৰ ৰূপাত অনুষ্ঠিত কাৰ্গিল বিজয় দিৱসৰ উদযাপনত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) কে.টি. পাৰনাইকে অংশগ্ৰহণ কৰে। ৰাজ্যপালে ৫ মাউণ্টেন ডিভিজনৰ যুদ্ধ স্মৃতিসৌধত পুষ্পমাল্য অৰ্পণ কৰি কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰ জোৱানসকলৰ অতুলনীয় সাহস আৰু সৰ্বোচ্চ ত্যাগক শ্ৰদ্ধা জনায়।লগতে যুদ্ধত অংশগ্ৰহণ কৰা বিষয়া আৰু জুনিয়ৰ কমিছনড বিষয়াসকলৰ সৈতেও তেওঁ মত...

শ্বিলংৰ পৰা Williamnagar লৈ: শিক্ষা ব্যৱস্থাত স্বচ্ছতাৰ দাবীত মেঘালয়ৰ ছাত্ৰসকলৰ প্ৰতিবাদ

ছাত্ৰ-পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা ব্যৱস্থাত স্বচ্ছতাৰ অভাৱক লৈ দিল্লীত হোৱা প্ৰতিবাদত দিল্লী আৰক্ষীৰ কথিত বলপ্ৰয়োগক মেঘালয়ৰ বিভিন্ন ছাত্ৰ সংগঠনে তীব্ৰ নিন্দা জনাইছে। লগতে দেশজোৰা শিক্ষা ব্যৱস্থাত অধিক স্বচ্ছতা আৰু জবাবদিহিতাৰ দাবীত চলি থকা আন্দোলনকো তেওঁলোকে সমৰ্থন আগবঢ়াইছে।North East Students’ Organisation (NESO) এ ২০ জুলাইত নতুন দিল্লীত হোৱা প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে লাঠি, চকু-লোৰা গেছ আৰু...

দেশজুৰি অসমৰ লোকৰ বাবে “নিজ ঘৰ”: দিল্লী, মুম্বাই, বেংগালুৰুত অসম ভৱনৰ উন্নীতকৰণ

অসমৰ লোকে ৰাষ্ট্ৰীয় ৰাজধানীত অহাৰ বাবে অচিৰেই নতুন দিল্লীত সাতখনকৈ নিৰ্দিষ্ট স্থান পাব। “বৰ্তমান থকা অসম হাউচৰ লগতে চেণ্ট্ৰেল দিল্লী আৰু দ্বাৰকাত তিনিখন নতুন কমপ্লেক্স নিৰ্মাণ হৈ আছে, তাৰে এখনত নামঘৰ আৰু কনভেনচন হল থাকিব,” দেওবাৰে নতুন দিল্লীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়। তেওঁ সমগ্ৰ দেশতে ৰাজ্যৰ জনসাধাৰণক সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা...
1 2 3 4 5 6

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us