মধ্য আকাশৰ পৰা সন্ধানহীন মালবাহী বিমান! আৰব সাগৰত দুৰ্ঘটনাৰ আশংকা
মধ্য আকাশৰ পৰাই সন্ধানহীন হৈ পৰিল এখন মালবাহী বিমান। সংযুক্ত আৰব আমিৰশ্বাহীৰ ছাৰজাহৰ পৰা পাকিস্তানৰ কৰাচীলৈ আহি থকা কে–টু এয়াৰৱেজৰ ব’য়িং ৭৩৭ বিমানখনৰ সৈতে মঙলবাৰে নিশা হঠাতে বিচ্ছিন্ন হয় বিমান নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ। পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, পাঁচজন কৰ্মীদলৰ সদস্যক লৈ কৰাচীৰ দিশে আহি থকা বিমানখনত নিশা ৯ বাজি ১৮ মিনিটত নেভিগেচন ব্যৱস্থাৰ ত্ৰুটি...








