স্বাধীনতা দিৱসৰ দিনটোত শোকাবহ বিমান দুৰ্ঘটনা! পাইলটসহ ১০ জনৰ মৃত্যু
স্বাধীনতা দিৱসৰ আনন্দৰ মাজতে শোকৰ ছাঁ নামি আহিল বাহামাছত। দেশখনৰ উত্তৰ এণ্ড্ৰছ দ্বীপত শুকুৰবাৰে সংঘটিত এক বিমান দুৰ্ঘটনাত ১০জনৰ মৃত্যু হোৱাৰ পিছত ফ্লেমিংগো এয়াৰৰ উৰণ সাময়িকভাৱে স্থগিত ৰাখিছে চৰকাৰে। বাহামাছৰ ৰাজধানী নাছাউৰ লিণ্ডেন পিণ্ডলিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ছান এণ্ড্ৰছ অভিমুখে উৰা মাৰিছিল চেছনা ৪০২ মডেলৰ বিমানখন। কিছু সময়ৰ পিছতে উত্তৰ এণ্ড্ৰছ অঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।...








