ম্যানমাৰ উপকূলত নাও দুৰ্ঘটনাত ৫০০ তকৈও অধিক ৰোহিংগীয়া লোকৰ মৃ*ত্যু
ম্যানমাৰৰ উপকূলত সংঘটিত দুখন ডাঙৰ নাও দুৰ্ঘটনাত ৫০০ তকৈও অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা আৰু আন্তৰ্জাতিক প্ৰব্ৰজন সংস্থাই যুটীয়াভাৱে এই উদ্বেগজনক তথ্য সদৰী কৰিছে। নাও দুখনত থকা যাত্ৰীসকলৰ অধিকাংশই ৰোহিংগীয়া সম্প্ৰদায়ৰ আছিল বুলি জানিব পৰা গৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, যোৱা জুন মাহৰ শেষৰ ফালে ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ পৰা নাও...








