নিজৰ মাটিতে মই মৰিব খোজো
‘‘নিজৰ মাটিতে মই মৰিব খোজো ৷’’ দেশ এৰি পলায়ন কৰি থকা শ্বেখ হাছিনাই বাংলাদেশলৈ পুনৰ উভতি যোৱাৰ বাবে যো-জা চলাইছে বুলি ANI-ত প্ৰকাশ পাইছে ৷অৱশ্যে তেওঁ নিজৰ দেশলৈ উভতি অহাৰ পৰিকল্পনা সন্দৰ্ভত ঢাকাৰ বৰ্তমানৰ কৰ্তৃপক্ষৰ সৈতে কোনো আলোচনা হোৱা নাই । শ্বেখ হাছিনাই কয়, “মই উভতি আহিলে তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিব পাৰে, আনকি মোক হত্যা...








