এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে
এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে, সেই লৈ ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক চৰ্চা হৈছে। ভাৰতীয় দলে পাকিস্তানৰ বিপক্ষে মেচত অংশ লোৱা উচিত নহয় বুলিও একাংশ লোকে মত প্ৰকাশ কৰিছিল। এক কথাত ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখনক কেন্দ্ৰ কৰি ক্ৰিকেটপ্ৰেমীৰ মাজত আছিল সন্দেহৰ কলীয়া ডাৱৰ।অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫।...








