Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Northeast

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

অসম ৰাইফলছৰ মাটিত নতুন ভানাপা হল: আইজলক বিশ্বমানৰ চহৰ হিচাপে গঢ়ি তুলিব চৰকাৰে

সোমবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী পু লালডুহোমাই আইজলৰ I&PR মিনি থিয়েটাৰত অনুষ্ঠিত হোৱা ভানাপা হল আৰু পাৰ্ক আৰ্কিটেকচাৰেল ডিজাইন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে। নগৰ উন্নয়ন আৰু দৰিদ্ৰতা নিৰ্মূলন (UD&PA) বিভাগে এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছিল। এই বিভাগেই আইজলৰ কেন্দ্ৰস্থলত অৱস্থিত প্ৰাক্তন অসম ৰাইফলছৰ দখলত থকা মাটিৰ পুনৰ্নিৰ্মাণৰ নোডেল বিভাগ। সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে আইজলৰ পৰিচয়...

বৈজ্ঞানিক কৃষিৰ ওপৰত গুৰুত্ব: জাংত ৫৭ গৰাকী কৃষকৰ অংশগ্ৰহণত KVK ৰ কাৰ্যসূচী

কৃষকসকলৰ মাজত বৈজ্ঞানিক আৰু বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰৰ লগতে ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ মঙলবাৰে কৃষি বিজ্ঞান কেন্দ্ৰ (KVK), তৱাংৰ উদ্যোগত জাংত এখন “ইনপুট বিতৰণ-কাম-ICAR প্ৰতিষ্ঠা দিৱস শৃংখলা” কাৰ্যসূচী অনুষ্ঠিত হয়। জাং–থিংবু ব্লকৰ যুথুম্বু আৰু ডুংচে গাঁৱৰ মুঠ ৫৭ গৰাকী কৃষকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁলোকে কাৰিকৰী অধিৱেশনত সক্ৰিয়ভাৱে অংশ...

নাগালেণ্ডত অসম ৰাইফলছৰ কনভয়ত আইইডি বিস্ফোৰণ; শ্বহীদ ৩ জোৱান

উত্তৰ-পূৰ্বাঞ্চলত পুনৰ কঁপি উঠিল সন্ত্ৰাসবাদৰ বিস্ফোৰণ। এইবাৰ নাগালেণ্ডত অসম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি সংঘটিত আইইডি বিস্ফোৰণত শ্বহীদ হয় তিনিজন জোৱান। ঘটনাটোত কেইবাজনো জোৱান আঘাতপ্ৰাপ্ত হয়। সোমবাৰে চুমুকেডিমা জিলাৰ সোখুভি গাঁৱৰ সমীপেৰে অসম ৰাইফলছৰ কনভয় অগ্ৰসৰ হৈ থকাৰ সময়তে পথৰ কাষত পুতি থোৱা আইইডিৰ বিস্ফোৰণ ঘটে। অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰা এই আক্ৰমণত তিনিজন জোৱানে ঘটনাস্থলীতে প্ৰাণ...

মেঘালয়ত অবিৰত বৰষুণ, গাৰো-খাচি পাহাৰত ভূমিস্খলন: উচ্চ সতৰ্কতাৰ নিৰ্দেশ

শনিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে বৰষুণৰ পৰিস্থিতিৰ ওপৰত এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। অবিৰত বৰষুণৰ ফলত গাৰো পাহাৰ আৰু খাচি পাহাৰৰ কিছুমান অঞ্চলত ভূমিস্খলন আৰু স্থানীয় বানপানীৰ সৃষ্টি হৈছে। তেওঁ কয়, “বৰষুণ আৰু চলি থাকিব বুলি পূৰ্বাভাস থকাৰ বাবে মই প্ৰশাসনক উচ্চ সতৰ্কতাৰে থাকিবলৈ নিৰ্দেশ দিছো। ব্লক-পৰ্যায়ৰ সঁহাৰি দল আৰু বিভাগসমূহৰ সৈতে...

এআই, ড্ৰ’ন আৰু 5G খেতিৰ প্ৰশিক্ষণ: পাছিঘাটত ২০ গৰাকী যুৱক-যুৱতীয়ে লাভ কৰিলে দক্ষতা

চেণ্ট্ৰেল এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি (ইম্ফল)ৰ অধীনস্থ পাছিঘাট কৃষি মহাবিদ্যালয়ৰ 5G প্ৰশিক্ষণ আৰু উদ্ভাৱন প্ৰয়োগশালাত শনিবাৰে “কৃষি ৪.০ প্ৰযুক্তি: ভৱিষ্যতৰ খেতিৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ কৃষি দক্ষতা গঢ়ি তোলা” বিষয়ক দক্ষতা উন্নয়ন প্ৰশিক্ষণ কাৰ্যসূচীৰ তৃতীয় বেচখন সামৰণি পৰে। অৰুণাচল প্ৰদেশত বহনক্ষম খেতি আৰু কৃষক কল্যাণৰ বাবে কৃষি ৪.০ প্ৰযুক্তিৰ পাইলট প্ৰদৰ্শনৰ জৰিয়তে যুৱক-যুৱতী আৰু মহিলাক সবলীকৰণ” শীৰ্ষক নাবাৰ্ড-অৰ্থায়নযুক্ত...

পৰম্পৰা + বিজ্ঞানঃ ডেকাং গছৰ শুঁটিৰে ৰাসায়নিক মুক্ত হেণ্ডৱাছ আৱিষ্কাৰ কৰিলে আৰুণাচলৰ গৱেষকে

আৰুণাচল প্ৰদেশে দেখুৱাইছে যে জৈৱ বৈচিত্ৰ্য আৰু জনজাতীয় জ্ঞানে কেনেকৈ বহনক্ষম উদ্ভাৱনৰ পথ মুকলি কৰিব পাৰে। পূৱ চিয়াং জিলাৰ পাছিঘাটস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ সহকাৰী অধ্যাপক ড° টেমিন পয়ুম আৰু তেওঁৰ গৱেষণা দলটোৱে স্থানীয় গছ ডেকাং/ডিকা Gymnocladus burmanicus ৰ পৰা প্ৰাকৃতিক হেণ্ডৱাছ সফলতাৰে বিকাশ কৰিছে।এই পৰিৱেশ-বান্ধৱ ফৰ্মুলেচনে কৃত্ৰিম হেণ্ডৱাছৰ বাবে এটা বহনক্ষম বিকল্প আগবঢ়ায়।...

স্মাগলাৰে টাৰ্গেট কৰিছে ৰেলপথঃ আগৰতলাত নিশাৰ অভিযানত ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰিলে বিশাল কফ চিৰাপৰ চালান

এক বৃহৎ নিচা বিৰোধী অভিযানত ত্ৰিপুৰা আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে চৰকাৰী ৰেলৱে আৰক্ষী (GRP)ৰ সহযোগত ২ জুলাইৰ নিশা আগৰতলা ৰেলৱে ষ্টেচনত দেওঘৰ এক্সপ্ৰেছৰ পাৰ্চেল ভেনৰ পৰা ২.৫ কোটি টকাতকৈও অধিক মূল্যৰ সন্দেহযুক্ত নিষিদ্ধ কফ চিৰাপৰ এটা বৃহৎ চালান আটক কৰে। নিৰ্দিষ্ট গোপন তথ্যৰ ভিত্তিত আৰক্ষী দলে পাৰ্চেল ক’চৰ বিশদ তালাচী চলাই Eskuf আৰু Fairdyl নামৰ সন্দেহযুক্ত...

বি এছ এফৰ হাতত ধৰা পৰিছে বাংলাদেশৰ এজন প্ৰাক্তন সেনা বিষয়া

বিগত কিছুদিনত ভাৰত–বাংলাদেশ সীমান্তত অনুপ্ৰৱেশৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। সীমান্তত নিয়োজিত ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে বাৰে বাৰে বাধা দিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীক।এইবাৰ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা চলাই বি এছ এফৰ হাতত ধৰা পৰিছে বাংলাদেশৰ এজন প্ৰাক্তন সেনা বিষয়া। এই বিষয়াজনক আফ্ৰুজ্জামান বুলি চিনাক্ত কৰা হৈছে। বাংলাদেশৰ পূৰ্বৰ হাছিনা চৰকাৰৰ সেনা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল আফ্ৰুজ্জামানে। প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ...

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জিলাখনৰ বয়ছাৰ তাৰাপুৰ এমআইডিচি এলেকাত অৱস্থিত মেলোডি (মেডলি) ফাৰ্মাচিউটিকেলছ লিমিটেড কোম্পানীত আজি সংঘটিত হয় এক ভয়ংকৰ ঘটনা। কোম্পানীটোৰ এফ-১৩ নং প্লাণ্টত আজি ঔষধ নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়তে নাইট্ৰজেন গেছ নিৰ্গত হোৱাৰ ফলত চাৰিজন কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাইছে। গেছ লিকৰ ফলত শ্বাস–প্ৰশ্বাসত সমস্যাত পৰি এই লোককেইজনৰ মৃত্যু ঘটে। আনহাতে আন...
1 2 3 4

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us