Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Northeast

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

গৰ্ভৱতী মহিলাৰ বাবে অনলাইন ট্ৰেকিং ব্যৱস্থা, ১৫% উচ্চ বিপদজনক চিনাক্ত: মেঘালয় চৰকাৰ

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মঙলবাৰে ৰাজ্যিক বিধানসভাত জনাইছে যে যোৱা তিনিটা বছৰত ৰাজ্যখনত পাঁচ বছৰৰ তলৰ খর্বকায় (Stunted) শিশুৰ শতাংশ ৪৬.৫ শতাংশৰ পৰা প্ৰায় ৩৬ শতাংশলৈ হ্ৰাস পাইছে। শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনা প্ৰশ্নোত্তৰ শিতানত ৰাজাবালাৰ বিধায়ক মিজানুৰ ৰহমান কাজীয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত চাংমাই এই উন্নতিৰ কাৰণ হিচাপে পোষণ অভিযান, সক্ষম অংগনৱাড়ী আৰু...

উচ্চ ন্যায়ালয়ৰ বাহনতো আক্ৰমণ: শ্বিলঙৰ ঘটনাৰ SIT তদন্তত ক্ষোভ আদালতৰ

শ্বিলঙত ১৯ আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ ধীৰ গতি দেখি অসন্তুষ্টি প্ৰকাশ কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে। ২০ আগষ্টত দিয়া ইয়াৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে দাখিল কৰা এক স্থিতি প্ৰতিবেদনৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এই মন্তব্য কৰে। এডভোকেট জেনেৰেল অমিত কুমাৰে ন্যায়াধীশ হামাৰচন সিং থাংখিউ আৰু ন্যায়াধীশ ৱানলুৰা ডিয়েংডোহৰ ডিভিজন বেঞ্চক গ্ৰহণ কৰা...

কেএছইউ ৰেলীত হিংসা: ৩১ বাহনত শিলগুটি, ১৮ জন আহত, ৫ জন চিনাক্ত

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই সোমবাৰে মেঘালয় বিধানসভা আৰু ৰাজ্যবাসীক আশ্বাস দিয়ে যে ১৯ আগষ্টত কেএছইউৰ বাইক ৰেলীৰ সময়ত সংঘটিত হিংসাৰ ঘটনাক চৰকাৰে গুৰুত্বসহকাৰে লৈছে আৰু দোষীক ন্যায়ৰ আওতালৈ আনিবলৈ কোনো কসুৰ বাকী নাৰাখে। শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনা স্বতঃপ্ৰণোদিত বিবৃতিত চাংমাই কয় যে চৰকাৰে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু হিংসাত জড়িতসকলক চিনাক্ত কৰি আইন অনুসৰি...

ইয়িংকিয়ঙত MRF, ভেণ্ডৰ মাৰ্কেট আৰু HS স্কুলৰ ভৱন উদ্বোধন

অৰুণাচল প্ৰদেশৰ ইয়িংকিয়ঙত স্বচ্ছ ভাৰত অভিযানৰ অধীনত মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি (MRF) উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ উপদেষ্টা আৰু বিধায়ক আলো লিবাঙে। এই অনুষ্ঠানত উপস্থিত থাকে উচ্চ ছিয়াং জিলাৰ উপায়ুক্ত তালো জেৰাং। এই কেন্দ্ৰই বৈজ্ঞানিক আৱৰ্জনা পৰিচালনা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে আৱৰ্জনা পৃথকীকৰণ আৰু পুনঃব্যৱহাৰক উৎসাহিত কৰিব আৰু আমাৰ চহৰসমূহ পৰিষ্কাৰ আৰু বহনক্ষম ৰাখিবলৈ নাগৰিকৰ অংশগ্ৰহণ বৃদ্ধি কৰিব।...

মাতা ত্ৰিপুৰেশ্বৰীক লৈ মন্তব্যত ভক্তৰ ভাৱনাত আঘাত: ত্ৰিপুৰা HC য়ে FIR বাহাল ৰাখিলে

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, আগৰতলা পৌৰ নিগমৰ মেয়ৰ দীপক মজুমদাৰ আৰু মাতা ত্ৰিপুৰেশ্বৰীক লৈ অৱমাননাকাৰী আৰু মানহানিকৰ মন্তব্য কৰাৰ অভিযোগত এগৰাকী content creator ৰ বিৰুদ্ধে দাখিল কৰা FIR আৰু charge-sheet বাতিল কৰিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ ড০ টি. অমৰনাথ গৌড় আৰু ন্যায়াধীশ এছ. ডাট্টা পুৰকায়স্থক লৈ গঠিত Division Bench য়ে পূব আগৰতলা আৰক্ষী থানা...

স্বাস্থ্য খণ্ডত ডাঙৰ পদক্ষেপ: ৭২ জন বিশেষজ্ঞ নিযুক্ত, TRIHMS ত অংগ প্ৰতিস্থাপন আৰম্ভ হ’ব

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বুধবাৰে নতুনকৈ নিযুক্তি পোৱা ৭২ জন চিকিৎসা বিশেষজ্ঞক নিযুক্তি পত্ৰ প্ৰদান কৰে আৰু ৰাজ্যখনত শীঘ্ৰেই TRIHMS ত অংগ প্ৰতিস্থাপনৰ সুবিধা আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰে। “Medical Specialist Recruitment Examination–2026 ত সফল হোৱা প্ৰাৰ্থীসকলৰ অভিনন্দন-সহ-নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত আমি ৭২ জন নতুনকৈ নিযুক্তি পোৱা কনিষ্ঠ বিশেষজ্ঞক সেৱাত আদৰণি জনালোঁ,” খাণ্ডুৱে...

নাগালেণ্ডৰ ৯০% জনসংখ্যা খ্ৰীষ্টান: এফচিআৰএ সংশোধনীয়ে সেৱা কাৰ্যসূচীক প্ৰভাৱিত কৰিব বুলি ৰিঅ’ৰ উদ্বেগ

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই বিদেশী অনুদান (নিয়ন্ত্ৰণ) আইন (FCRA) ৰ প্ৰস্তাৱিত সংশোধনীৰ বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পত্ৰ লিখি অধিক সংসদীয় পৰীক্ষণ আৰু অধিক অংশীদাৰৰ সৈতে পৰামৰ্শৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। লগতে এই বিষয়টো যুটীয়া সংসদীয় সমিতি (JPC) ৰ দ্বাৰা বিবেচনা কৰিবলৈও অনুৰোধ জনাইছে। ৰিঅ’ই পত্ৰত উল্লেখ কৰে, “সমাজৰ বিভিন্ন শ্ৰেণীৰ, বিশেষকৈ খ্ৰীষ্টান সমাজৰ মাজত...

বিদেশী অনুদানৰ সম্পত্তি চৰকাৰ নিয়ন্ত্ৰণলৈ যাব পাৰে”: এফচিআৰএ সংশোধনীত শংকা উত্তৰ-পূৰ্বৰ

প্ৰস্তাৱিত বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইন, অৰ্থাৎ এফচিআৰএ সংশোধনী বিল চূড়ান্ত কৰাৰ আগতে সকলো পক্ষৰ সৈতে বহল পৰিসৰত আলোচনাৰ বাবে কেন্দ্ৰক এখন যুটীয়া সংসদীয় সমিতি, জেপিচিলৈ প্ৰেৰণ কৰিবলৈ মিজ’ৰাম চৰকাৰে অনুৰোধ জনাইছে। প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে বিদেশী অনুদান গ্ৰহণকাৰী সংস্থাসমূহৰ ওপৰত নজৰদাৰী কঠোৰ কৰাৰ লগতে এটা বিশেষ ‘ডেজিগনেটেড অথৰিটি’ গঠন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। কোনো অলাভজনক প্ৰতিষ্ঠানৰ...

“জোৰাম আমাৰ পূৰ্বপুৰুষৰ ভূমি”: বিশ্ব আদিবাসী দিৱসত ক’লে ZORO ৰ সভাপতিয়ে

বিশ্ব আদিবাসী দিৱসশনিবাৰে আইজলৰ ভানাপা হলত “Indigenous Peoples and AI: Defending Rights, Shaping Futures” অৰ্থাৎ “ আদিবাসী জনগোষ্ঠী আৰু AI: অধিকাৰ সুৰক্ষা, ভৱিষ্যৎ নিৰ্মাণ” বিষয়বস্তুৰে উদযাপন কৰা হয়।জো পুনৰেকত্ৰীকৰণ সংস্থা (ZORO) য়ে এই অনুষ্ঠানৰ আয়োজন কৰে, আৰু তাত শিল্প আৰু সংস্কৃতি মন্ত্ৰী চি. লালছাৱিৱুংগ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সমবেত লোকসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰসংঘই...

RAMP আঁচনিৰ অধীনত দিল্লীত মেডবাইমিজো কিয়স্ক, বেংগালুৰু-কলকাতাতো হ’ব

মুখ্যমন্ত্ৰী শৰী লালদুহোমাই যোৱা ৭ আগষ্ট ২০২৬ত নৱ দিল্লীৰ ১০২ হুমায়ুনপুৰ, ছফদৰজং এনক্লেভ*ত ‘মেডবাইমিজো’ কিয়স্কৰ উদ্বোধন কৰে। মিজোৰাম হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্টছ ডেভেলপমেণ্ট কৰ্পৰেচন লিমিটেড (ZOHANDCO) ৰ উদ্যোগত এই কিয়স্ক স্থাপন কৰা হৈছে।‘মেডবাইমিজো’ কিয়স্ক হৈছে মিজোৰামৰ জনসাধাৰণৰ দ্বাৰা নিৰ্মিত বিভিন্ন সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে এটা খুচুৰা বিক্ৰী কেন্দ্ৰ। ইয়াক ভাৰত চৰকাৰৰ সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া...
1 2 3 4 5 6

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us