Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা

Table of Content

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। চহৰখনৰ ‘পাকিস্তান ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ’ (PIMS) হাস্পতালৰ স্ত্ৰী ৰোগ আৰু প্ৰসূতি (Gynecology) বিভাগত বুধবাৰে পুৱা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। বুধবাৰে পুৱাৰ ভাগত হাস্পতালখনৰ নৱজাতক পৰিচৰ্যা গোটত (NICU) হঠাতে জুইৰ সূত্ৰপাত হয়। মুহূৰ্তৰ ভিতৰতে জুইৰ শিখাই সমগ্ৰ ৱাৰ্ডটো আগুৰি ধৰে আৰু ধোঁৱাময় পৰিবেশৰ সৃষ্টি হয়।অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল ততালিকে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়। অৱশ্যে জুইৰ প্ৰকোপ অত্যাধিক হোৱাৰ বাবে নৱজাতকসকলক সময়মতে সুৰক্ষিতভাৱে উলিয়াই অনাটো কঠিন হৈ পৰে।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us