Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

গংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনা

Table of Content

বিহাৰৰ ৰাঘপুৰৰ গংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনা।
বিহাৰৰ ভাগলপুৰৰ ৰাঘোপুৰত সংঘটিত এই শোকাবহ ঘটনাত বৰ্তমানলৈ কেইবা ডজন লোক নিৰুদ্দেশ।
ঘটনাস্থলিত NDRF উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে।
হঠাতে জলপৃষ্ঠ বৃদ্ধিৰ বাবেই সংঘটিত হৈছে এই দুৰ্ঘটনা..!
কেমেৰাত বন্দী শিহৰণকাৰী নাও দুৰ্ঘটনাৰ দৃশ্য।
১৯জন শ্ৰমিকক উদ্ধাৰ, নিখোজ ২জন শ্ৰমিক।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us