স্মাগলাৰে টাৰ্গেট কৰিছে ৰেলপথঃ আগৰতলাত নিশাৰ অভিযানত ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰিলে বিশাল কফ চিৰাপৰ চালান
এক বৃহৎ নিচা বিৰোধী অভিযানত ত্ৰিপুৰা আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে চৰকাৰী ৰেলৱে আৰক্ষী (GRP)ৰ সহযোগত ২ জুলাইৰ নিশা আগৰতলা ৰেলৱে ষ্টেচনত দেওঘৰ এক্সপ্ৰেছৰ পাৰ্চেল ভেনৰ পৰা ২.৫ কোটি টকাতকৈও অধিক মূল্যৰ সন্দেহযুক্ত নিষিদ্ধ কফ চিৰাপৰ এটা বৃহৎ চালান আটক কৰে। নিৰ্দিষ্ট গোপন তথ্যৰ ভিত্তিত আৰক্ষী দলে পাৰ্চেল ক’চৰ বিশদ তালাচী চলাই Eskuf আৰু Fairdyl নামৰ সন্দেহযুক্ত...








