১০,৮০ বৰ্গফুটৰ পাঞ্চশীল পাৰ্কৰ ঘৰ কিনিলে শ্বাহৰুখে
বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে পত্নী গৌৰী খানৰ সৈতে নিজৰ বিবাহিত জীৱন আৰম্ভ কৰা দিল্লীৰ ঘৰটো পুনৰ কিনি লৈছে। শেহতীয়া সম্পত্তিৰ চুক্তি অনুসৰি, দক্ষিণ দিল্লীৰ পাঞ্চশীল পাৰ্কৰ আৱাসিক বিল্ডিংটোৰ এতিয়া সম্পূৰ্ণ মালিক হ’ল SRK। তেওঁৰ আগতেই বেছমেণ্ট আৰু প্ৰথম মহলাটো তেওঁৰ নামত আছিল। মানিকণ্ট্ৰলৰ প্ৰতিবেদন অনুসৰি, প্ৰায় ৩৭ কোটি টকাত দ্বিতীয় আৰু তৃতীয় মহলা কিনাৰ পিছত...








