গুৱাহাটীত ডাঙৰ ড্ৰাগছ বিৰোধী অভিযান: ISBT ৰ ওচৰত ৩৯.৪ কোটিৰ চালান জব্দ, ২ গ্ৰেপ্তাৰ
গুৱাহাটীত প্ৰায় ৩৯.৪ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে আৰু দুজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে আন্তঃৰাজ্যিক বাছ আস্থান (ISBT) ৰ ওচৰত এখন ট্ৰাক আটক কৰি তালাচী চলায়। অভিযানত ১০ টা চাবোনৰ বাকচত ভৰোৱা হেৰ’ইন আৰু ১,৪০,০ টা YABA...








