বিশ্বকাপৰ ছেমিফাইনেল-ফাইনেলৰ নিশা ৩.৩০ বজালৈ খোলা থাকিব গুৱাহাটীৰ ৰেষ্টুৰেণ্ট; বিশেষ অনুমতি অসম চৰকাৰৰ
ফুটবল বিশ্বকাপৰ জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব। ইখনৰ পিছত সিখন ৰোমাঞ্চকৰ মেচে উত্তেজনা বঢ়াই তোলাৰ পাছত এতিয়া আহি পৰিছে বহুল প্ৰতীক্ষিত ছেমিফাইনেল আৰু ফাইনেলৰ সময়। এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ফুটবল অনুৰাগীসকলৰ বাবে বিশেষ ঘোষণা কৰিলে অসম চৰকাৰে। বিশ্বকাপৰ ছেমিফাইনেল আৰু ফাইনেল উপভোগ কৰিবলৈ সুবিধা কৰি দি নিৰ্দিষ্ট কেইটামান দিন গুৱাহাটীৰ ৰেষ্টুৰেণ্টসমূহ নিশা ৩.৩০ বজালৈ খোলা ৰখাৰ অনুমতি...








