Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Paromita

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

সুৰাসক্ত অৱস্থাত আৰক্ষীক আক্ৰমণৰ অভিযোগ; থানা চৌহদতে তাণ্ডৱ চলাই গ্ৰেপ্তাৰ এজন

ৰাজপথত অশান্তি সৃষ্টি কৰাৰ পিছত এইবাৰ আৰক্ষী থানাৰ ভিতৰতে তাণ্ডৱ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন ব্যক্তি। আৰক্ষীৰ কৰ্তব্যত বাধা দিয়াৰ লগতে আৰক্ষীক আক্ৰমণ, পোছাক ফালি পেলোৱা আৰু থানাৰ সম্পত্তি ভাঙি ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপিত হৈছে অভিযুক্তজনৰ বিৰুদ্ধে। শনিবাৰে অসম আৰক্ষীয়ে প্ৰকাশ কৰা এক বিজ্ঞপ্তি অনুসৰি, এই ঘটনাত গ্ৰেপ্তাৰ হোৱা অভিযুক্তজন হৈছে ৩৫ বছৰীয়া ৰক্তিম কলিতা।...

নাওত চলিল আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান; জব্দ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ, গ্ৰেপ্তাৰ সৰবৰাহকাৰী

নদীপথেৰে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ চেষ্টা চলি থকাৰ সময়তে আৰক্ষীৰ জালত পৰিল এজন অভিযুক্ত। যাত্ৰীবাহী এখন নাওত চলোৱা ড্ৰাগছবিৰোধী অভিযানত বৃহৎ পৰিমাণৰ সন্দেহজনক নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দ কৰাৰ লগতে এজন কথিত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে দক্ষিণ শালমাৰা আৰক্ষীয়ে। জিলা আৰক্ষীয়ে জনোৱা মতে, অভিযানত জব্দ কৰা নিচাযুক্ত সামগ্ৰীসমূহ যাত্ৰীবাহী নাওখনৰ পৰা উদ্ধাৰ কৰা হয়। এই ঘটনাৰ...

১৩ জুলাইৰ পৰা দুমাহলৈ সম্পূৰ্ণৰূপে বন্ধ পুৰণি শৰাইঘাট দলং

ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পুৰণি শৰাইঘাট দলংত মেৰামতিৰ কাম আৰম্ভ হোৱাৰ লগে লগে ১৩ জুলাইৰ পৰা সম্পূৰ্ণ বন্ধ থাকিব সকলো ধৰণৰ যান-বাহন চলাচল। এই সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰেই দুয়োমুখী যান-বাহন চলাচল চলিব বুলি সদৰি কৰিছে গুৱাহাটী যান-বাহন আৰক্ষীয়ে। উত্তৰ-পূব সীমান্ত ৰে’লৱেইৰ অধীনত পুৰণি দলংখনৰ মেৰামতি আৰু পুনৰ সংস্থাপনৰ কাম প্ৰায় দুমাহ ধৰি চলিব। সেইবাবেই ১৩ জুলাই...

৮ বিধ এনাৰ্জি ড্ৰিংকৰ ওপৰত নিষেধাজ্ঞা ৰাজস্থান চৰকাৰৰ; পাঁচ লাখৰো অধিক কেন জব্দ

‘এনাৰ্জি ড্ৰিংক’ বুলি বিক্ৰী হৈ থকা কেইবাটাও জনপ্ৰিয় পানীয়ৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ভুৱা আৰু বিভ্ৰান্তিকৰ দাবীৰ অভিযোগত পাঁচ লাখৰো অধিক এনাৰ্জি ড্ৰিংকৰ কেন জব্দ কৰাৰ লগতে বজাৰ আৰু অনলাইন প্লেটফৰ্মত এই সামগ্ৰীৰ বিক্ৰী আৰু মজুতকৰণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজস্থানত যোৱা এটা সপ্তাহ ধৰি চলোৱা বিশেষ অভিযানত খাদ্য সুৰক্ষা আৰু ঔষধ নিয়ন্ত্ৰক...

পাতি লোৱা হিন্দু ভগ্নীৰ কন্যাদান কৰি অনন্য নিদৰ্শন মুছলমান ভাতৃৰ; বিলালে সম্প্ৰীতিৰ বাৰ্তা

তেজৰ সম্পৰ্ক নাছিল, কিন্তু দায়িত্বত কোনো খুঁত নাৰাখিলে। পাতি লোৱা ভগ্নীৰ বিয়াৰ সকলো দায়িত্ব কান্ধত তুলি লৈ হিন্দু ৰীতি-নীতিৰে কন্যাদান সম্পন্ন কৰি সম্প্ৰীতি আৰু মানৱতাৰ এক ব্যতিক্ৰমী দৃষ্টান্ত স্থাপন কৰিলে এজন মুছলমান যুৱকে। উত্তৰ প্ৰদেশৰ বদাউন জিলাৰ উঝানী নগৰত বুধবাৰে সংঘটিত হয় এই ব্যতিক্ৰমী ঘটনা। স্থানীয় যুৱক ৰিয়াছত ওৰফে বাবলু ছিদ্দিকীয়ে পাতি লোৱা ভগ্নী দীপাংশীৰ...

স্বাধীনতা দিৱসৰ দিনটোত শোকাবহ বিমান দুৰ্ঘটনা! পাইলটসহ ১০ জনৰ মৃত্যু

স্বাধীনতা দিৱসৰ আনন্দৰ মাজতে শোকৰ ছাঁ নামি আহিল বাহামাছত। দেশখনৰ উত্তৰ এণ্ড্ৰছ দ্বীপত শুকুৰবাৰে সংঘটিত এক বিমান দুৰ্ঘটনাত ১০জনৰ মৃত্যু হোৱাৰ পিছত ফ্লেমিংগো এয়াৰৰ উৰণ সাময়িকভাৱে স্থগিত ৰাখিছে চৰকাৰে। বাহামাছৰ ৰাজধানী নাছাউৰ লিণ্ডেন পিণ্ডলিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ছান এণ্ড্ৰছ অভিমুখে উৰা মাৰিছিল চেছনা ৪০২ মডেলৰ বিমানখন। কিছু সময়ৰ পিছতে উত্তৰ এণ্ড্ৰছ অঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।...

অহা বছৰৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰে স্কুটি! ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ’ব নিযুত মাইনা আৰু নিযুত বাবু আঁচনি। একে সময়তে ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত এইবাৰ প্ৰায় ১৮ হাজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটি। অৱশ্যে অহাবাৰৰ এই আঁচনি বন্ধ কৰি সেই ধন নিযুত মাইনা আৰু নিযুত বাবু আঁচনি অধিক সম্প্ৰসাৰণত ব্যয় কৰাৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। শুকুৰবাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ...

হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথম পূৰ্ণাংগ বাজেট দাখিল; চাকৰি, আন্তঃগাঁথনি, স্বাস্থ্য আৰু কল্যাণ আঁচনিত বিশেষ গুৰুত্ব

বিধানসভাত দাখিল হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। প্ৰথমবাৰৰ বাবে বিধানসভাত বাজেট দাখিল কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চৰকাৰী নিযুক্তি, আন্তঃগাঁথনি, স্বাস্থ্য, কৃষি, শিক্ষা, উদ্যোগ, শক্তি আৰু সমাজ কল্যাণ খণ্ডক কেন্দ্ৰ কৰি একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ‘ওম গণেশায় নমঃ’ উচ্চাৰণেৰে বাজেট ভাষণ আৰম্ভ কৰে জয়ন্ত মল্ল বৰুৱাই। একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

জাল নোট সৰবৰাহকাৰীৰ বিৰুদ্ধে পুনৰ গৰজিল আৰক্ষীৰ বন্দুক; এনকাউণ্টাৰত আহত ২ অভিযুক্ত

পুনৰ অভিযুক্তৰ বিৰুদ্ধে গৰজিল আৰক্ষীৰ বন্দুক। এইবাৰ আৰক্ষীৰ এনকাউণ্টাৰত আহত হ’ল দুই জাল নোট সৰবৰাহকাৰী। লখিমপুৰ জিলাৰ ঢলাহাটৰ নাহৰবাৰী অঞ্চলত বুধবাৰে নিশা জাল নোট উদ্ধাৰৰ বাবে চলোৱা অভিযানৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ পিছতে গুলীচালনা কৰে আৰক্ষীয়ে। গুলীবিদ্ধ দুয়োজনক মাতিবুৰ ৰহমান আৰু মুকছাবুল আলম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ গুলীত দুয়োৰে ভৰিত আঘাত...

ভাওনাত মহিলাৰ ভাও লোৱা শিল্পীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ! ডেকা সত্ৰাধিকাৰক গ্ৰেপ্তাৰ

ভাওনাত মহিলাৰ চৰিত্ৰত অভিনয় কৰা এগৰাকী পুৰুষ শিল্পীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এগৰাকী ডেকা সত্ৰাধিকাৰ। শিৱসাগৰত বুধবাৰে নিশা আৰক্ষীয়ে এই অভিযোগত গ্ৰেপ্তাৰ কৰে শ্ৰীশ্ৰী শালগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ কীৰ্তিকমল দেৱ গোস্বামীক। ভুক্তভোগী ১৯ বছৰীয়া যুৱকজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত প্ৰায় সাত ঘণ্টা ধৰি জেৰা চলোৱাৰ পিছত এই গ্ৰেপ্তাৰ কাৰ্য সম্পন্ন কৰে শিৱসাগৰ আৰক্ষীয়ে।...
1 19 20 21 22

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us