Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Dipshikha Dipshikha

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

শুই থকা সময়তে অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু

পশ্চিমবংগৰ বীৰভূম জিলাৰ তাৰাপীঠৰ এখন হোটেলত সোমবাৰে পুৱা অগ্নিকাণ্ড সংঘটিত হৈ প্ৰায় ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ৷স্থানীয় লোকৰ পৰা জানিব পৰা মতে, পুৱা হোটেলৰ ৰিচিপচনত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ কিন্তু অগ্নিকাণ্ডৰ কথা জনাৰ পূৰ্বেই জুইৰ লেলিহান শিখাই সমগ্ৰ হোটেলখন ছানি ধৰে ৷অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত হোটেলৰ অধিকাংশ...

মন্দিৰত পদপিষ্ট হৈ ৭ জন ভক্তৰ মৃত্যু

বিহাৰৰ লক্ষীচৰাই জিলাৰ অশোকধাম মন্দিৰত সোমবাৰে পুৱা পদপিষ্ট হৈ ৭ জন ভক্তৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে ৷ শাওণ মাহৰ তৃতীয়টো সোমবাৰত জলাভিষেকৰ বাবে মন্দিৰটোত প্ৰায় ৫০ হাজাৰ ভক্তৰ সমাগম হৈছিল ৷ ভিৰৰ ফলত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ মাজতে হঠাতে এই অঘটনটো সংঘটিত হয় ।এই ঘটনাৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী আৰু...

জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই

৫ অক্টোবৰত পুনৰ শ্যামকানু মহন্তৰ জামিনৰ শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে।উক্ত দিনা বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি পুনৰ পৰ্যালোচনা কৰি জামিনৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।আজি জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই।ৰাজ্য চৰকাৰে আদালতক অৱগত কৰাই যে, গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে। ১৪ আগষ্টলৈকে মুঠ ৩৯৪ গৰাকী সাক্ষীৰ ভিতৰত ৯৪ গৰাকীৰ সাক্ষ্য গ্ৰহণ...

উজনিৰ বন্যাৰ্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

উজনিৰ বন্যাৰ্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ সোমবাৰৰ সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, দৃশ্যটো দেখি বৰ বেয়া লাগে।মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোক গুৰুত্ব সহকাৰে লোৱা বুলি উল্লেখ কৰি কয় যে, কেতিয়াবা মোৰ ভৰিতো বয়োজ্যেষ্ঠ বহুজনে আহি ধৰি দিয়েহি। তেতিয়া মোৰো বেয়া লাগে। মই ভৰিৰ পৰা উঠাবলৈ চেষ্টা কৰো। কিন্তু তেতিয়ালৈ...

কোনো চালকে মাৰাঠী ভাষা নাজানে, তেন্তে চলাব নোৱাৰিব গাড়ী!

শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰৰ এটা বিশেষ সিদ্ধান্তত পুনৰ স্পষ্ট হ’ল মাৰাঠীসকলৰ জাতীয়তাবাদ। মহাৰাষ্ট্ৰৰ পৰিবহণ বিভাগে অটো আৰু টেক্সি চালকসকলৰ বাবে ব্যৱহাৰিক (কথোপকথনৰ) মাৰাঠী ভাষাৰ জ্ঞান থকাটো বাধ্যতামূলক কৰিছে। যাতে স্থানীয় যাত্ৰীসকলৰ সৈতে ভাবৰ আদান-প্ৰদান সহজ হৈ পৰে। চৰকাৰে চালকসকলক মাৰাঠী শিকিবলৈ ১৫ আগষ্ট পৰ্যন্ত সময় নিৰ্ধাৰণ কৰি দিছে। যদিহে কোনো চালকে মাৰাঠী ভাষা নাজানে, তেন্তে তেওঁলোকৰ...

উত্তৰাখণ্ডৰ এটা নিৰ্মীয়মান জলবিদ্যুৎ‍ প্রকল্পত অঘটন

বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ এটা নিৰ্মীয়মান জলবিদ্যুৎ‍ প্রকল্পত অঘটন। প্রকল্পটোৰ সুৰংগ পথত বোকা আৰু পানীৰ ঢলে প্রাণ ল’লে ৭গৰাকী শ্রমিকৰ। চামোলিৰ মায়াপুৰত নিৰ্মাণ কাৰ্য চলি আছে এই সুৰংগটোৰ ।ঘটনাত আন ১৪গৰাকী শ্রমিক গুৰুতৰভাৱে আহত।এতিয়াও সন্ধানহীন আন এগৰাকী শ্রমিক।

আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ

লংভিত আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ । প্ৰায় ১৫ মিনিট ধৰি চলিল গুলীয়াগুলী ৷দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত অৰুণাচল প্ৰদেশত এক চাঞ্চল্যকৰ কূটাঘাতমূলক ঘটনা সংঘটিত হৈছে । চাংলাং জিলাৰ নামপুং আৰক্ষী থানাৰ অন্তৰ্গত লংভিত অৱস্থিত আছাম ৰাইফলছৰ শিবিৰক লক্ষ্য কৰি সন্দেহযুক্ত বিদ্ৰোহী সংগঠনৰ এটা দলে নিশা আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । শুকুৰবাৰে...

তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ

তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ ৷ শ্ৰীলংকাৰ নৌসেনাই এই ভাৰতীয় মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰে ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ পত্ৰ লিখি বিষয়টোত কেন্দ্ৰৰ তাৎক্ষণিক কূটনৈতিক হস্তক্ষেপ দাবী কৰিছে ৷যোৱা ১২ আগষ্টৰ মাজনিশা ৰামনাথপুৰম জিলাৰ মাছমৰীয়াসকলক আটক কৰি ৰখা হৈছিল । আগষ্ট মাহত সংঘটিত এয়া দ্বিতীয়টো ঘটনা । বৰ্তমানলৈকে...

ছৌদি আৰৱৰ আল জুবাইলস্থিত ছৌদি আৰামকোৰ বেৰী গেছ প্লান্টত আক্ৰমণ

ছৌদি আৰৱৰ আল জুবাইলস্থিত ছৌদি আৰামকোৰ বেৰী গেছ প্লান্টত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই আক্ৰমণ ফলত গেছ প্লান্টটোত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। য়েমেনৰ হুথী বিদ্ৰোহীয়ে এই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ছৌদি আৰৱৰ অন্যতম বৃহৎ গেছ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰটোত এই আক্ৰমণৰ পাছত বৃহৎ অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। নাছাৰ FIRMS উপগ্ৰহৰ ছবিতো প্ৰকল্পস্থলীত ভয়ংকৰ...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া আপুনি উঠিব নোৱাৰিব ছেলফি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া আপুনি উঠিব নোৱাৰিব ছেলফি। কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ’ব মোবাইল ফোন। এতিয়াৰে পৰা ৰাষ্ট্ৰীয় উদ্যানত মোবাইল ফোন লৈ প্ৰৱেশ কৰিব নোৱাৰিব কোনো পৰ্যটকে।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।
1 3 4 5 6 7 18

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us