Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Dipshikha Dipshikha

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি

বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি পাইছে।অসমৰ ভয়াৱহ বানত ৫৮ জন পুৰুষ আৰু ২৩ গৰাকী মহিলাৰ লগতে ১৮ টা শিশু (১২ ল’ৰা আৰু ৬ ছোৱালী)ৰ মৃত্যু হৈছে ৷ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শনিবাৰে গোলাঘাট জিলাত এজন লোকৰ মৃত্যু হয় ৷ ইফালে শোণিতপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, যোৰহাট, ধেমাজি, চৰাইদেউ, কাৰ্বি আংলং,...

ৰাজ্যত আকৌ হ’ব ধুমুহা-বৰষুণ

ৰাজ্যত আকৌ হ’ব ধুমুহা-বৰষুণ ৷ বিগত কেবাদিন ধৰি উজনি অসমৰ বানে ধ্বংসলীলা চলাই থকাৰ মাজতে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা অহা এই বাতৰিয়ে স্বাভাৱিকতে ৰাজ্যবাসীৰ শংকিত কৰি তুলিছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) সদৰী কৰা মতে, আগন্তুক ২-৩ ধৰি অসমৰ বিভিন্ন প্ৰান্তত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷কেৱল অসমেই নহয়, বতৰ বিভাগৰ...

বুঢ়াপাহাৰত পুনৰ ভূমিস্খলন

কলিয়াবৰৰ বুঢ়াপাহাৰত পুনৰ ভূমিস্খলন সংঘটিত হৈছে। বুঢ়াপাহাৰৰ ৫টা স্থানত পাহাৰৰ শিল-মাটি খহিছে বুলি জানিব পৰা গৈছে। নেৰানেপেৰা বৰষুণৰ ফলতে পুৱাৰে পৰা ভূমিস্খলন হৈছে।ৰাষ্ট্ৰীয় ঘাইপথত শিল-মাটি খহি পৰাত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। পুৱাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথ কিছু পৰিমাণে যানজঁটৰ সৃষ্টি হৈছে। অৱশ্যে এই পৰ্যন্ত দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই।

এক ভয়ংকৰ বাছ দুৰ্ঘটনা

হিমাচল প্ৰদেশৰ শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। চাম্বা জিলাৰ তীছা-বৈৰাগড় পথৰ চালুজ মোড়ৰ সমীপত পৰ্যটৰক এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত সাতজন লোকৰ থিতাতে মৃত্যু হয়।আনহাতে, এই দুৰ্ঘটনাত ১১জন যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে।বৈৰাগড়ৰ পৰা চাম্বাৰ দিশে গৈ থকা বাছখনত দুৰ্ঘটনাৰ সময়ত প্ৰায় ২০ৰ পৰা ২৫জন যাত্ৰী আছিল। চালুজ মোড়ৰ সমীপত হঠাতে...

আকৌ সাজু হৈছে CJP

আকৌ সাজু হৈছে CJP। NEET প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি যন্তৰ-মন্তৰত আন্দোলন কৰা ক’কৰোচ জনতা পাৰ্টিয়ে এইবাৰ দেশজুৰি নতুন অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।ক’কৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে জনাইছে যে- চলিত বৰ্ষৰ ছেপ্টেম্বত CJPয়ে ‘কি কয় জনতাই’ শীৰ্ষক এক দেশজুৰি অভিযান আৰম্ভ কৰিব।তেওঁ জানিবলৈ দিয়ে যে, ৫টা গুৰুত্বপূৰ্ণ বিষয়ক লৈ এই অভিযান চলোৱা হ’ব...

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮লৈ বৃদ্ধি

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮লৈ বৃদ্ধি পাইছে আৰু ১৩খন জিলাৰ ১.৫৫ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে ৷ ইফালে গোলাঘাট জিলাৰ গোলাঘাট চহৰ আৰু নুমলীগড়ত ধনশিৰি নদী আৰু শ্ৰীভূমি জিলাত কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈছে ।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান সম্বন্ধীয় বুলেটিনৰ শেহতীয়া তথ্য অনুসৰি চৰাইদেউ জিলাৰ মাহমৰাত শুকুৰবাৰে এটা এজন...

বানৰ সংহাৰ অব্যাহত

অসমত বানৰ সংহাৰ অব্যাহত আছে ৷ বুধবাৰে পুনৰ ৰাজ্যত ৬ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ যাৰ ফলত এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পাইছে । ইফালে বানত ক্ষতিগ্ৰস্তৰ সংখ্যা ১৪খন জিলাত ১.৬ লাখলৈ বৃদ্ধি পাইছে ।ইফালে বিশ্বনাথ, চৰাইদেউ, দৰং, ধেমাজি, গোলাঘাট, যোৰহাট, কামৰূপ মহানগৰ, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও, শিৱসাগৰ, শোণিতপুৰ,...

লণ্ডনৰ অক্সফৰ্ড ষ্ট্ৰীটত বাজি উঠিল ভূপেন্দ্ৰ সংগীত

লণ্ডনৰ অক্সফৰ্ড ষ্ট্ৰীটত বাজি উঠিল ভূপেন্দ্ৰ সংগীত ! বানপীড়িতক সহায় কৰিবলৈ গৈ কিয় ট্ৰোল হ’ল মেঘৰঞ্জনী মেধি ?বানৰ ভয়াৱহ পৰিস্থিতিৰ পিছতে উজনি-নামনি-মধ্য অসমৰ পৰা সোঁত ববলৈ আৰম্ভ কৰিছে বানাক্ৰান্তৰ কাষলৈ ৷ যিয়ে যেনেকৈ পাৰে সাহায্য আগবঢ়াইছে ৷অসমৰ মনোৰঞ্জন জগতৰ বহু শিল্পীৰ দৰেই কথক নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে বানপীড়িতৰ বাবে কিছু ধন সংগ্ৰহ কৰা উদ্দেশ্যৰে লৈছিল এক...

১০ আগষ্টৰ পৰা শিৱসাগৰ- চৰাইদেউকে ধৰি বানাক্ৰান্ত জিলাকেইখনৰ বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠদান আৰম্ভ হ’ব

১০ আগষ্টৰ পৰা শিৱসাগৰ- চৰাইদেউকে ধৰি বানাক্ৰান্ত জিলাকেইখনৰ বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠদান আৰম্ভ হ’ব।এই কথা জনালে শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে। জানিবলৈ দিয়া মতে, যদিও বহু শিক্ষানুষ্ঠানত পাঠদান নিয়মীয়াকৈ আৰম্ভ কৰাৰ পৰিৱেশ ঘূৰি অহা নাই তথাপিও চৰকাৰে বিকল্প ব্যৱস্থাৰে ছাত্ৰ- ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ১০ আগষ্ট ২০২৬ৰ পৰা পাঠদান পৰ্ব আৰম্ভ কৰিবলৈ সিদ্ধান্ত...

বৰ্তমান সময়ত ৰাজনীতি নহয়, মানৱতাৰ সেৱাহে সকলোৰে মূল লক্ষ্য হোৱা উচিত

বৰ্তমান সময়ত ৰাজনীতি নহয়, মানৱতাৰ সেৱাহে সকলোৰে মূল লক্ষ্য হোৱা উচিত । মানুহ বিপদত আছে । এতিয়া কেৱল উদ্ধাৰ আৰু সহায়ৰ কথা ভাবিব লাগে । এনে সময়তো যদি কোনোবাই হিন্দু-মুছলিমৰ কথা কয়, তেনে মানুহ লাজত ডুবি মৰা উচিত ।” বান পৰিস্থিতিৰ সন্দৰ্ভত ধুবুৰীত বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে ৷আজমলে আৰু কয় যে...
1 4 5 6 7 8 18

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us